এজন মৰা মানুহৰ লগত কথা পাতি আছিলোঁ (কবিতা)
নীলাভ সৌৰভ হাইস্কুলতে ফুলিছিল জী উঠাৰ মাধৈমালতিতেওঁৰ সৈতে কথা পাতি পাতি মৰি আহিছিলোঁ দিনক দিনে তেওঁ জীয়াই থাকিব লাগিছিলবহুবাৰ বজাৰত তেওঁক ভাল বস্তু কিনা দেখিছোঁ মৰাৰ পৰা দূৰলৈ উৰ্ত্তীৰ্ণ হোৱা এখন চহৰৰ মানুহ আছিল তেওঁ আচৰিত নালাগেনেতাৰ পাছত কেইবাবাৰো কথা কৈ কৈ মৰা…