সম্পাদকীয়
দুটা শব্দ সম্ভৱতঃ আমি প্ৰত্যেকেই দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰোঁ৷ শব্দ দুটা হৈছে ‘ভাল’ আৰু ‘বেয়া’৷ আন বহু শব্দৰ ক্ষেত্ৰত কৰাৰ দৰেই আমি প্ৰত্যেকেই নিজৰ মতে ভাল আৰু বেয়াৰ সংজ্ঞা একোটা স্থিৰ কৰি লওঁ আৰু সেইমতেই বিবিধ বিষয়ৰ আলোচনাত শব্দ দুটা…
দুটা শব্দ সম্ভৱতঃ আমি প্ৰত্যেকেই দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰোঁ৷ শব্দ দুটা হৈছে ‘ভাল’ আৰু ‘বেয়া’৷ আন বহু শব্দৰ ক্ষেত্ৰত কৰাৰ দৰেই আমি প্ৰত্যেকেই নিজৰ মতে ভাল আৰু বেয়াৰ সংজ্ঞা একোটা স্থিৰ কৰি লওঁ আৰু সেইমতেই বিবিধ বিষয়ৰ আলোচনাত শব্দ দুটা…
সঞ্জীত কুমাৰ বৰদলৈ জ্য’ বাইডেন আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল৷ এই জয়ে আমাৰ দৰে উদাৰচিতীয়া গণতান্ত্ৰিক মূল্যবোধৰ লোকসকলক সকাহ দিলে যদিও মনৰ মাজত থিতাপি লোৱা শংকা আৰু দ্বিধাবোধক একেবাৰে দূৰ কৰিব নোৱাৰিলে৷ ২৩২ টা ইলেক্ট’ৰেল কলেজত জয়ী হৈ থমকি…
ড০ পৰমানন্দ মহন্ত বি’থ’ফেন ৰামানুজন সংগীত আৰু গণিতৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ জনামতে, গ্ৰীক পণ্ডিত পায়থাগ’ৰাছেই (আনুমানিক ৫৮০ খৃ.পূ.) পোনতে সংগীতৰ স্বৰবিলাকৰ মাজৰ সম্পৰ্ক সংখ্যাৰ অনুপাতত প্ৰকাশ কৰিব পাৰি বুলি ঠাৱৰ কৰিছিল৷ সংখ্যা আৰু…
ঋষভ নাথ গুহা ত্যাগ কৰি আহিছেঢেঁকীয়াপতীয়া জুইকুৰাগোঁজৰণিত জীণ গৈছে বেলিঘৰবোৰৰ অংশত শেষৰ মাংসমাটি টোপাটোপে লো-লালটি উধানৰ তেজ টুকি টুকিউৰিছে ফিৰিঙতি নদীৰ খঙেৰে ৰাতি ধৰা হাতবোৰ আজি খাদী কাপোৰৰ গাঁততকপাল পালপাতি পৰিবঅশ্বত্থামাৰ বাটত কাণ ধুনি যায় কোদো-ধ্বনিকিজানি ঠিক সেইপিনেই মোহনৰ ভুল-ফুলনিনিদ্ৰাৰত নৰখাদকৰ মূৰত কৰ্বেটৰ লোতক দুটিহায়! দুঃস্বপ্নৰ গুটি জুইৰ…
অংকুৰিতা ফুকন সিকি এটা মুঠিত লৈমই পৰিভ্ৰমণ কৰিছোঁ বৈয়ামৰ ব্ৰহ্মাণ্ড সৌৰজগতৰ যিকোনো দৃশ্যমান জ্যোতিষ্কৰ দৰে দোকানৰ‘গেৰেলা’ বৈয়ামকেইটাও মোৰ চকুত জিলিকি আছে একো একোটা নক্ষত্ৰৰ দৰে সিকিটোৰে এটা টেঙা মৰ্টন কিনিম কাণসমনীয়া হৰেনৰ চকুৰ আঁৰ হৈহাতৰ টিপতে ভনীয়েক সুৰৰ মুঠিত গুঁজি দিম… মোৰ খোজত আজি বয়ঃসন্ধি প্ৰেমৰ…
ভাস্কৰ জে নাথ যেন জোনটো এখন ক্ৰিম সনা ৰুটীহে! ভেলেকা দি কামুৰি থাকোঁ আঙুলিৰ কাঁচিজোন নখ এই কথাবোৰ মোৰ লগত আৰু কাৰ মিলে কোৱা? এঘটি পানীয়ে ডিঙি নিজৰা অতিক্ৰম কৰোঁতে পেটৰ পুখুৰীত গীত বাজেএঘুমটি যাম বুলি লওঁতেই চকুৰ পটাত নিমখৰ পাহাৰ এখন খহি পৰে চাৰিটা…
জ্যোতিনীলিমা গগৈ কি উৎসৱ হৈছিল ২০২০–ত? দেশে দেশে সকলোৰে বাবে এখনেই নিমন্ত্ৰণী পত্ৰ বসন্তৰ এপাহি কপৌ বা বৰ্ষাৰ এপাহি খৰিকাজাঁই কাৰো হাতত নাছিল স্বাগতৰ বাবে সুদীৰ্ঘ দিন টুলুঙা নাৱত চিপ্চিপাই পানী খেলি আহি আছিল শোকযাত্ৰী আজন্ম প্ৰীতিও কি যে এক পানীধেমালি …. মানুহবোৰে হাতে হাতে কঢ়িয়াইছিল নিৰ্জনতাৰ…
স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পাছৰ অংশ) জোন ওলাবলৈ পালে কি নাপালে, বাটলুৰ বাহিৰে বাকী কেউজন সভাসদ ইতিমধ্যে মহাৰাজ কেশৰীৰ বাসস্থানত আহি উপস্থিত হ’লহিয়েই৷ ‘তাৰ মানে বিষয়টোৰ গুৰুত্ব সকলোৱে বুজি পাইছে’– মহাৰাজে ভাবিলে৷ : আপোনাৰ চিন্তাৰ কাৰণটো মই…
দেৱপ্ৰতীম হাজৰিকা ‘‘… বৰ্তমান গ্ৰন্থ লিখাৰ মূল উদ্দেশ্য পাঠকৰ মনত আনন্দ দান, যাকে ইংৰাজীত কোৱা হয় Entertainment৷ এই গ্ৰন্থ কোনো মহাপুৰুষৰ জীৱনী নহয়, আৰু নৈতিকতাৰ পাঠ্য পুস্তকো নহয়৷ আমি কেৱল এটা প্ৰত্যাভূতি দিব পাৰোঁ যে গ্ৰন্থত বৰ্ণিত প্ৰতিটো ঘটনাই…
ডাঃ মাখন কলিতা শিশুৰ বৃদ্ধি আৰু বিকাশৰ বিষয়টোৰ পৰিসৰ যথেষ্ট ব্যাপক৷ পৰিসৰ ব্যাপক এই কাৰণেই যে স্বাস্থ্য বিভাগৰ উপৰি সমাজ কল্যাণ, শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক আদি চৰকাৰী আৰু বেচৰকাৰী বহু বিভাগ শিশুৰ বৃদ্ধি আৰু বিকাশৰ স’তে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে সম্পৰ্কিত৷…