Category অন্যযুগ, ডিচেম্বৰ, ২০২০

মধ্যপ্ৰাচ্যৰ প্রথিতযশা মানৱতাবাদী কবি নিঝাৰ কাবানি

 ৰুদ্ৰসিংহ মটক   “Who will rescue the Quran?Who will save Christ?Who will save man?”(Jerusalem)   উদ্ধৃত কবিতাফাঁকি মধ্যযুগীয় ধৰ্মান্ধতা, অন্ধবিশ্বাস, শোষণ, গোড়ামিৰ অন্ধকাৰ আৱৰ্তৰপৰা মানৱ মুক্তিৰ সপোন দেখা বৰেণ্য কবি নিঝাৰ কাবানি (Nizar Qabbani) ৰচিত  “জেৰুজালেম” শীর্ষক কবিতাৰ। ১৯২৩ চনত…

টেষ্টটিউব শিশু আৰু এজন ডাক্তৰৰ মৃত্যু

 অভিজিত শর্মা বৰুৱা প্রখ্যাত চলচ্চিত্র-নির্মাতা তপন সিন্‌হাই ১৯৯০ চনত নির্মাণ কৰা এখন চলচ্চিত্রৰ নাম আছিল— ‘এক ডাক্তৰ কি মৌত’। এই ছবিখন পশ্চিম বংগৰ সাহিত্যিক ৰমাপদ চৌধুৰীৰ ‘অভিমন্যু’ নামৰ গল্পটোৰ আধাৰত নির্মিত কৰা হৈছিল। সেই গল্পটোৰ আধাৰ আছিল আকৌ ডাঃ সুভাষ…

অজিৎ বৰুৱাৰ ‘জেংৰাই-১৯৬৩’ কবিতাৰ এটি সমীক্ষা

  চন্দ্ৰ শইকীয়া সাহিত্য অকাডেমিৰ বঁটা প্রাপ্ত অজিৎ কুমাৰ বৰুৱা(১৯২৬-২০১৫) একেধাৰে কবি, গীতিকাৰ, উপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। ‘জেংৰাই-১৯৬৩’ নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন ‘জেংৰাই কবি’ হিচাবেই প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই…

আৰ্কিটেকচাৰ ( Architecture)

ড° বুলজিৎ বুঢ়াগোহাঁই আৰ্কিটেকশ্বাৰ বা স্থাপত্যবিদ্যা পাঠ্যক্রমত ভৱনৰ আৰ্হি প্ৰস্তুত, নিৰ্মাণ আৰু সুশোভিতকৰণৰ বিষয়ে অধ্যয়ন কৰা হয়। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পাছত আৰ্কিটেকশ্বাৰ বা স্থাপত্যবিদ্যাৰ স্নাতক (বি.আৰ্ক.) পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ আৰ্কিটেকশ্বাৰ স্নাতক পাঠ্যক্রমত নামভৰ্তিৰ বাবে ‘নেচলেন এপটিটিউড…

টিটিৰ ভ্ৰমণ

 নবনীতা ভট্টাচাৰ্য্য অংকন: বৰ্ণিল মহন্ত       অনাই-বনাই ঘুৰি ভালপোৱা এধানিমান হাঁহপোৱালি, নাম তাৰ টিটি। তাৰ এই অভ্যাসটো কেনেকৈ গঢ়ি উঠিল সি নিজেও নাজানে। এক নোহোৱা-নোপোজা কথা। সেইযে প্ৰথম দিনাখন মাকৰ পিছে পিছে পানীত চৰিবলৈ ওলাই গৈছিল, সিদিনাখনৰ পৰাই সি…

সাম্প্ৰতিক জাতীয় সমাজ জীৱনত শংকৰদেৱ-আদৰ্শৰ স্থান

                                                    দেৱজিৎ ভৰালী   মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বুলি ক’লেই স্বাভাৱিকতে অসমীয়াৰ মন-প্ৰাণ শ্ৰদ্ধা আৰু ভক্তিৰে…

বিষ্ণু ৰাভা আৰু অসমীয়া মধ্যবিত্ত সমাজ

  পঙ্কজ প্রতিম বৰদলৈ ৰাভাদেৱক অসমীয়া জনমানসৰ লগত চিনাকি কৰোৱাৰ প্ৰয়োজন নাই। প্রাক্‌স্বাধীনতাকালীন সময় আৰু উত্তৰ স্বাধীনতা যুগৰ প্রায় একুৰি দুবছৰ অসমৰ সমাজ জীৱনৰ বিষ্ণু ৰাভা এক এৰাব নোৱাৰা অংগ আছিল। অসমৰ মধ্যবিত্ত সমাজত বিষ্ণু ৰাভা এক মধ্যবিত্ত আৱেগ। এই…

কাজল ৰেখা

মূল : দীনেশ চন্দ্ৰ সেন অনুবাদ: প্ৰত্যুষ ৰঞ্জন ভাগৱতী অংকন: বৰ্ণিল মহন্ত  এজন সদাগৰ আছিল– তেওঁৰ নাম ধনেশ্বৰ৷ সদাগৰৰ বহুতো ধন-সোণ আছিল৷ তদুপৰি সদাগৰৰ ঘোঁৰাশালত ঘোঁৰা আৰু পদূলিত হাতী বান্ধি ৰাখিছিল৷ এটা সময়ত সদাগৰৰ মনত জুৱা খেলাৰ নিচা লাগিল৷ জুৱাখেলত…

মহাকাব্য পঠনৰ আনন্দ : ইলিয়াড আৰু প্ৰাচ্য সাহিত্য

ভাস্কৰজ্যোতি নাথ এজন মানুহে তেওঁৰ জীৱনকালত সকলো কিতাপ অধ্যয়ন কৰাটো সম্ভৱপৰ নহয়৷ জাৰ্মানি‍ৰ জ’হান্স গুটেনবাৰ্গে ছপাযন্ত্ৰ আৱিষ্কাৰ কৰা দিন ধৰি পৃথিৱীত আজিলৈকে কিমান কিতাপ ছপা হৈছে, তাৰ লেখ–জোখ উলিওৱাটো সম্ভৱপৰ নহয়৷ পৃথিৱীৰ প্ৰায়বোৰ ভাষাত বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা কিতাপৰ…

সুৰীয়া যুঁজ আৰু জীৱনৰ বুজ — ‘বন্দিশ বেণ্ডিটছ্‌’

মেঘনা চৌধুৰী (ফট’ দিব ‘‘প্ৰতিজন অৰ্জুনকেই একোজন কৃষ্ণ লাগে’’— আঠোটা খণ্ড চোৱাৰ পাছত নৱম খণ্ডটোত অৰ্ঘ (কুনাল ৰয় কাপুৰ) নামৰ আপাতদৃষ্টিত আধুনিক, বেপেৰুৱা আৰু চঞ্চল যেন লগা ল’ৰাটোৰ মুখেৰে ওলোৱা এই কথাষাৰেই যেন সমগ্ৰ কাহিনীটোৰ সাৰ হৈ দৰ্শকৰ অন্তৰ্মন আলোকিত কৰি তুলিব৷ কাহিনীটোৱে…