টিভি এফ পিচ্চাৰছ্
নিজৰা ৰাজকুমাৰী I think it is possible for ordinary people to choose to be extraordinary – মাত্ৰ ৫২ বছৰীয়া পৃথিৱী বিখ্যাত ব্যৱসায়ী-ইনভেষ্টৰ ইলন মাস্কৰ কথাৰে আৰম্ভ হৈছিল টি ভি এফ পিচ্চাৰ্ছ্ নামৰ ৱে’ব ছিৰিজখনৰ এটা খণ্ড। কেৱল ইলন মাস্কেই…