Category অন্যযুগ, নৱেম্বৰ, ২০২২

দলিত নাৰীবাদ, দুৰ্গী ভূমিজ আৰু জছনাৰ ঝিটাছ

 জুৰি বৰুৱা   অসমীয়া উপন্যাসে প্ৰতিনিধিত্ব কৰা প্ৰগতিশীল ধাৰাসমূহৰ ভিতৰত নাৰীবাদী চিন্তা বিশেষভাৱে উল্লেখযোগ্য। কিন্তু অসমীয়া উপন্যাসেও মূলসুঁতিৰ নাৰীবাদক অতিক্ৰম কৰি প্ৰান্তীয় চেতনাৰ নাৰীবাদক কিমান কঢ়িয়াব পাৰিছে সেয়া এক ডাঙৰ প্ৰশ্ন৷  নাৰীবাদে সমতা আৰু সমান অধিকাৰৰ কথা কয়। অৱশ্যে সমতা…

অন্য এক দৃষ্টিৰে হেমচন্দ্ৰ গোস্বামীৰ ‘ প্ৰিয়তমাৰ চিঠি’ : এক বিশ্লেষণাত্মক অধ্যয়ন

কিশোৰ দাস কোঁৱৰ  হেমচন্দ্ৰ গোস্বামী অসমীয়া কাব্য সাহিত্যৰ এটি উজ্জ্বল জ্যোতিষ্ক,  কেৱল এই বিশেষণটোতেই শেষ নে তেওঁৰ সাহিত্যিক মূল্যায়ন, ইমানতেই শেষ নে এই যুগস্ৰষ্টা আৰু যুগদ্ৰষ্টা সাহিত্যিক গৰাকীৰ যুগমীয়া সাধনাৰ? দৰাচলতে গোস্বামী দেৱৰ সৃষ্টিৰাজিৰ সাহিত্যিক মূল্যায়ন প্ৰকৃতপক্ষে আজি পৰ্যন্ত হোৱা…

শৰৎ কামনা

দেৱৰাজ মিলি দলনিৰ এটা গৰৈমাছ চম্পাৰ চালনিত উঠিল বতৰাটো উজাই আহি গছৰ দৰে গজ্‌গজীয়া নৌহওঁতেই দুটা আকলুৱা চকুত আহিনৰ আৱাহন অগা-ডেৱা কৰে এই দুচকুত জাউৰি জাউৰি আয়তী নাম। যোৱাবেলি আঘোণত ধানো খাম চাউলো খাম… এইবেলি আহিনত ভবা কথা নহয় সিদ্ধি……

বচা বকুল

 ৰমানন্দন বৰা ষোল্ল পাহিতাৰ ভাল হোৱাৰ দিন চমু চাপি আহিছে৷ বেণুৰ চিন্তাও সিমানে বাঢ়ি আহিছে৷ এটা নতুন জীৱন পৃথিৱীলৈ আহোঁতে যি যন্ত্ৰণা সেইটো নতুন কোমল জীৱটিয়ে সহিব পাৰিবনে, জন্মদাত্ৰী মাতৃয়ে সহিব পাৰিবনে? যদি কিবা অঘটন হয়? আশংকাত তাৰ মনটো আন্ধাৰ…

বিষয় : বিটকইন

বিনয় মোহন শইকীয়া (২) বিটকইনৰ ইতিহাস বিটকইন মুদ্রা বা ইয়াৰ লেনদেন ব্যৱস্থাটোৰ দৰেই ইয়াৰ ইতিহাসো অনন্য। আগতেই উল্লেখ কৰা হৈছে যে বিটকইনৰ স্রষ্টা হিচাবে ছাটশ্বি নাকাম’ট’ নামটো জড়িত হৈ আছে। ২০০৮ চনৰ ৩১ অক্টোবৰ তাৰিখে নাকাম’ট’ই বিটকইনৰ বিষয়ে এখন শ্বেতপত্র…

চনানীৰ ঢৌ

অজিত চিংনাৰ বহু কথা চিন্তা কৰি দুহুইদিয়ে কাইলৈ নিজৰ আপোন  ঘৰখনলৈ গুচি যোৱাৰ কথাহে ভাবিছে৷  সি মোমায়েকৰ ঘৰত থকা এবছৰ হ’বলৈ আৰু বেছি দিন নাই৷ আৰু দুমাহৰ পাছতে এবছৰ সম্পূৰ্ণ হ’ব৷ তাৰ মাক-বাপেক আৰু মোমায়েক-মামীয়েকৰ সিদ্ধান্ত অনুসৰি সি আহিছিল মোমায়েকৰ…