ফ্লেশ্ববে’ক
দাদুল ভূঞা ফ্লেশ্ববে’কত জিলিকি থাকে কথাবোৰ— গাভিনী ৰাতিৰ এন্ধাৰত হেৰাই যায মৈঠুনৰত সংগীত উচপিচনিৰ দগমগ বেলি এটা চকুত সাৰে থাকে সুখৰ নৈত উটি ভাহি ফুৰে এচমকা তৰল বীৰ্য ওঁঠত ওঁঠ থৈ দুটি ওঁঠে কথা পাতে নৈশব্দৰ নিতাল নৈঋত গুমগুমণি মেঘ…
দাদুল ভূঞা ফ্লেশ্ববে’কত জিলিকি থাকে কথাবোৰ— গাভিনী ৰাতিৰ এন্ধাৰত হেৰাই যায মৈঠুনৰত সংগীত উচপিচনিৰ দগমগ বেলি এটা চকুত সাৰে থাকে সুখৰ নৈত উটি ভাহি ফুৰে এচমকা তৰল বীৰ্য ওঁঠত ওঁঠ থৈ দুটি ওঁঠে কথা পাতে নৈশব্দৰ নিতাল নৈঋত গুমগুমণি মেঘ…
দাদুল দেৱকৃষ্ণ বৰুৱা (১) নিজৰ গাঁওখন ভাল পায় ষ্টেপানে। ভাল পায় শান্ত সমাহিত পৰিৱেশ। প্ৰাচীনত্বৰ পোছাক পিন্ধা গাঁওখনত জনম ল’বলৈ পাই সুখী তেওঁ। তেওঁলোকৰ গাঁওখন এদিনতে গঢ় লৈ উঠা উঠা নাই। এদিনতে জীপাল হৈ উঠা নাই তেওঁৰ চেনেহী গাঁওখন। ককাদেউতাকৰ…
ৰঘুবংশ : ৪ৰ্থ অধ্যায় মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত সন্ধিয়া যিদৰে অগ্নি উজলি উঠে সূৰ্যৰ তেজেৰে সমৃদ্ধ হৈ। পিতৃপ্ৰদত্ত ৰাজ্যত অধিষ্ঠিত হৈ ৰঘুও উজলিল তেনেকৈ । স ৰাজ্যং গুৰুণা দত্তং প্রতিপদ্যাধিকং বভৌ | দিনান্তে নিহিতং তেজঃ সবিত্রেব হুতাশনঃ || ৪-১||…
অভিজিত শৰ্মা বৰুৱা প্রতি বছৰে অক্টোবৰ মাহ আহি পোৱাৰ লগে লগে সেইটো বছৰৰ নোবেল বঁটাৰ প্রাপকৰ নাম ঘোষণা কৰা আৰম্ভ হৈ যায়। নোবেল পুৰস্কাৰৰ ঘোষণাই কম-বেছি পৰিমাণে বিতর্কৰো সৃষ্টি কৰেই। এইবাৰ পিছে তেনে কোনো গুৰুত্বপূর্ণ বিতর্ক সৃষ্টি হোৱা নাই। নোবেল পুৰস্কাৰৰ আন শাখাবোৰতকৈ শান্তি আৰু সাহিত্য শাখাতে…
ববিতা কলিতা এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷ হওঁতে প্ৰাসাদটোত তেনে অজস্ৰ খিৰিকীয়েই আছে৷ কিন্তু এইখন খিৰিকী তাইৰ বাবে বিশেষ৷ এই বাটেৰেই তাই তাইৰ মন-বিহংগক বনলৈ এৰি দিয়ে৷…
(মানুহৰ পৃথিৱীত একেৰাহে চাৰিদিন- এক দীঘ-প্ৰস্থহীন প্ৰতিবেদন) জীৱন কিশোৰ এখন চহৰৰ তিনিজন প্ৰতিৱেশী৷ দেখা-সাক্ষাৎ তেওঁলোকৰ মাজত একেবাৰে নহ’লেও এক বিশেষ যোগাযোগসূত্ৰে তেওঁলোকৰ মাজত মত বিনিময় আৰু বাৰ্তালাপ প্ৰথাৰ সূচনা হৈছিল৷ আধুনিক যুগৰ আধুনিক মানুহক নশলাগf এইবাবেই নোৱাৰি যে, নিজা…
নিৰু দত্ত আমাৰ সৰুকালত পঢ়া-শুনাত পাল মাৰিলে আমাক মা-দেউতাই যিজন পুৰুষৰ উদাহৰণ দিছিল একাগ্ৰতাৰে অধ্যয়ন কৰা বুলি, সেইজন প্ৰাতঃস্মৰণীয় ব্যক্তি পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিন ২০ জুলাইত। শ্ৰদ্ধাৰে সুঁৱৰিছো ১৮৯৮ চনত যোৰহাটৰ “সাতঘৰীয়া” আহোম ফৈদৰ পৰিয়ালত…
হেমন্ত গগৈ “শৰীৰং ক্ষণবিদ্ধংসি কল্পান্তস্থায়ীনো গুণাঃ” – শৰীৰৰ ক্ষন্তেকতে বিনাশ ঘটে কিন্তু গুণবোৰ কল্পান্ত পৰ্যন্ত স্থায়ী হয়; গুণবোৰ চিৰস্থায়ী, চিৰ শাশ্বত৷ হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে সমগ্ৰ ভাৰতবৰ্ষ জুৰি স্বৰাজ আন্দোলনৰ দামামা বাজিছিল৷ দাসত্বৰ শিকলি খুলি দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ অভিযান…
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান ভাৰতবৰ্ষত পেৰামেডিকেল এটা আকৰ্ষণীয় পাঠ্যক্রম। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৃদ্ধি হোৱাৰ ফলত পেৰামেডিকেল পাঠ্যক্রমৰ গুৰুত্ব বাঢ়িবলৈ ধৰিছে। চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ’ম, ক্লিনিক, ডায়েগ্নষ্টিক চেণ্টাৰ, লেবৰেটৰি আদিৰ…
অংকিতা বৰুৱা ‘মোৰ কেনভাছত কোন তুমি ?’ তাইৰ কাণত ফুচফুচাই সোধে অনিৰুদ্ধই৷ কোঠাটোৰ চাৰিওকাষে বলয়ৰ দৰে ঘূৰি ঘূৰি এসময়ত দেৱালত ঠেকা খাই পুনৰ তাৰ কাণলৈকে ঘূৰি আহে শব্দকেইটা৷ জীৱন্ত হৈ পৰা ছবিখন হয়তো তাৰ মন মস্তিষ্কত অহৰহ চলি থকা…