Category অন্যযুগ, নৱেম্বৰ ২০২০

অলৌকিক ঘটনাৰ আঁৰৰ বিজ্ঞান

ৰিপুঞ্জয় বৰদলৈ জগতত ঘটা বিভিন্ন আলৌকিক ঘটনাৰ বৈজ্ঞানিক বিশ্লেষণৰ বাবে ‘অন্যযুগ’-ৰ পাতত এটা নতুন বিষয়ৰ আৰম্ভণি— অলৌকিক ঘটনাৰ আঁৰৰ বিজ্ঞান। পাতনিৰ কিছু কথা “Scientific Temper is a way of life – an individual and social process of thinking and acting- which uses…

ইচ্ছাপূৰণ

মূল (বাংলা): ৰবীন্দ্রনাথ ঠাকুৰ অসমীয়ালৈ অনুবাদ: বাসুদেব দাস সুবলচন্দ্রৰ পুতেকৰ নাম সুশীলচন্দ্র। কিন্তু মানুহ সদায় তেওঁৰ নামৰ নিচিনা নহয়। সেইবাবে সুবলচন্দ্র অলপ দুর্বল আছিল আৰু সুশীলচন্দ্রও বৰ শান্ত নাছিল।  ল’ৰাটোৱে গোটেই গাঁৱৰ মানুহবোৰক অশান্তি দি ফুৰিছিল, সেইবাবে দেউতাকে মাজে মাজে শাসন কৰিবলৈ দৌৰিছিল, কিন্তু…

সিপাৰে যমুনাৰ

 আকাশ দীপ্ত ঠাকুৰ (৮)         কিছুমান কথা কওঁ বুলিও কাকো ক’ব নোৱাৰি৷ কিছুমান অনুভূতি হৃদয় ফালি উলিয়াই আনিব নোৱাৰি৷ কিছুমান বেদনা নিজৰ মাজতে হেৰুৱাই, লুকুৱাই তাতে নিঃশেষ কৰি পেলাব পাৰি৷ যিবোৰ কথা মুকলি হৈয়ো গোপন, সেইবোৰৰো আমেজ ল’ব পাৰি গোপনেই…আৰু…

সাঁথৰৰ খেলা

অত্ৰেয়ী গোস্বামী আহা আহা মইনাহঁতখেল এটা খেলোঁ, মই সোধাটোকআমি সাঁথৰ বোলোঁ৷হাবিত কাহে ওলাই নাহেকোৱাচান কি?কুঠাৰ বুলি ক’ব পাৰিলেকোচত ল’ম তুলি৷ আৰু এটা সাঁথৰ আছজানানে তোমালোকে?মাক জতুলি-পুতুলিপুতেকক চোকাটেকলা বোলে৷কণমইনাই তপৰাই ক’লেতোমালোকে কোৱা, মোৰকাম নাইকিয়া, উত্তৰটো মইহে ক’মবুলি জলকীয়া৷ বাৰু বাৰু কোৱাচোনমাত আছে, মানুহ…

‘চৰিত্ৰ পাঠ’ৰ পুনৰ্মুদ্ৰণ

শিশুসকলকে মানৱ সমাজৰ ভৱিষ্যৎ বুলি এষাৰ কথা সততে কোৱা হয় যদিও আমি দেখি আহিছোঁ যে সমাজৰ আটাইতকৈ গুৰুত্ব নিদিয়া মানৱ সম্প্ৰদায়টো হৈছে শিশুসকল৷ অভিভাৱকসকলে নিজ নিজ সন্তানৰ শাৰীৰিক সুস্থতা আৰু মানসিক সক্ষমতা বৃদ্ধিৰ প্ৰতি সাধাৰণতেই সজাগ হোৱা আমি দেখি আহিছোঁ৷…

ঘুণ

ৰূপাঞ্জলি চেতিয়া নেওগ      একা-বেঁকা পাহাৰীয়া পথটোত সূৰুযৰ লুকাভাকু৷ পাহাৰ আৰু গছবোৰৰ ফাঁকেৰে কোনোবাখিনিত সূৰুযৰ পোহৰকণে ভুমুকিয়াইছে, পাছ মুহূৰ্ততে আকৌ ঢাক খাই পৰিছে৷ যেন খেলাত ব্যস্ত এজাক শিশুহে! এই পথটো তুলনামূলকভাৱে বিপদসংকুল৷ এপিনে দ খাৱৈ, আনপিনে আধাকটা গাৰে ওখ পাহাৰ৷…

ইণ্টাৰভিউ

ৰচনা পাঠক ইণ্টাৰভিউ! ইণ্টাৰভিউ!প্ৰাৰ্থীসকলৰ দীঘল ‘কিউ’পদবীটো হ’ল এটা ‘নাইট চকীদাৰ’ প্ৰাৰ্থীজন হ’ব লাগে বেচ ‘দিলদাৰ’৷ গদাধৰে ভাবি আছে, ‘‘পাই যাম মই,দুই-তিনি মাহতে বাইক এখন লৈ       দিনৰ দিনটো মই ফুৰিম চলাই,       ৰামবদন হোটেলত পাও ভাজি খাই৷’’এনেতে পৰিল ডাক— গদাধৰ ডেকা!কোনে মাতে বুলি চায় চকু কৰি…

পকচ’, ২০১২

অৰূপ কুমাৰ ফুকন ৰাতিপুৱাই প্ৰবীণ বৰুৱাই শুই উঠিয়েই মুখখন ধুই বাৰীত নতুনকৈ সিঁচা লাই, ধনি‍য়াগুটিকেইটাৰ পৰা গজালি ওলাইছেনে নাই চাই আহি, নিজেই বাকি লোৱা ৰঙা চাহকাপ লৈ বাৰান্দাত থোৱা চকীখনত বহি হ’কাৰে দি থৈ যোৱা দৈনিক বাতৰি কাকতখনত চকু ফুৰাই আছিল। পুৱা…

ফট’গ্ৰাফ

মূল: ৰাস্কিন বণ্ডঅনুবাদ: স্ৰোতস্বিনী তামুলী অংকন: বৰ্ণিল মহন্ত মই তেতিয়া দহ বছৰীয়া আছিলোঁ। মোৰ আইতা এদিন আম গছজোপাৰ তলৰ সৰু বিছনাখনতে বহি আছিল। সেয়া আছিল গৰমকালিৰ শেষভাগৰ সময়— সূৰ্যমুখী ফুলবোৰ বাগিচাত ফুলি আছিল আৰু চৌপাশে গৰম গৰম বতাহ বলিছিল। আইতাই জাৰৰ…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পাছৰ অংশ৷) মলুৱাই তিনি দিন ধৰি কুলভূষণকে বিচাৰি ফুৰিলে৷ কিন্তু অঘাইটং ল’ৰাটো যেন বতাহতহে মিলি গ’ল৷ কুলভূষণ যে ক’ত লুকাল কোনেও গমকে নাপালে৷ মহাৰাজে ঘটনাটোৰ বিচাৰো কৰিলে৷ বিচাৰত মলুৱাই যি ক’লে তাৰ পৰা…