চিনি নোপোৱা দূৰত …
গীতিমণি হাতীমূৰীয়া অহৰহ বুৰ গৈ আছোঁ কোলাহলতঅথচ আমি নীৰৱতাৰেই নিসংগ হাঁহি বিলোৱা মানুহবোৰো হঠাৎঈশ্বৰৰ স’তে গুচি যায়। ব্যস্ততাত খামুচি ধৰি মানুহবোৰে নিজকে বিচাৰি নাপায় … আমি আকাশলৈ চাব নাজানোশুনিবলৈ পাহৰি পেলাওঁ চৰাইৰ কাকলিচাবলৈ ফুলৰ পাহিপখিলাৰ মিতিৰালি কি জিনিবলৈ কি হাবিয়াস কৰোঁ আমি ! সুখী হ‘বলৈকে যে দুখৰ প্ৰয়োজনপোহৰক…