Category অন্যযুগ, মাৰ্চ ২০২৬

সুবাসত তোমাৰ উপস্থিতি poem-nitali-april-2026

ড০ নিতালী বি কোঁৱৰ   তুমি নাই ! তথাপিও তোমাৰেই উপস্থিতি, মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত। আনবাৰৰ দৰে নাহৰ এইবাৰো ফুলিছে। সেই একেই কোমল শুভ্ৰ পাহি আৰু সোণালী বুকু, ঠিক তোমাৰ সেই  স্নিগ্ধ হাঁহি আৰু কুহুমবুলীয়া কলিজাটোৰ দৰেই !! মই…

বিশ্বায়নৰ প্রেক্ষাপটত মাতৃভাষা অসমীয়া natun-kantha-mitrabinda-bora-april-2026

মিত্ৰাবিন্দা বৰা     বর্তমান এই একবিংশ শতিকাৰ বিশ্বায়নৰ প্রেক্ষাপটত ভাষাই কেৱল সহজাত প্রয়োগ যোগাযোগৰ মাধ্যমৰ পৰিধি ভাঙি নিজকে এটা জাতিৰ, সেই জাতিৰ কলা-সংস্কৃতি, ইতিহাস তথা জাতিগত সমাজ ব্যৱস্থাৰ পৰিচায়ক আৰু বার্তাবাহক হিচাপে প্রতিষ্ঠা লাভ কৰিছে৷ পৃথিৱীৰ প্রত্যেক সভ্য জাতিৰে…

মাক-কথা : Unfolded Stories of a Mother (April 2026)

ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ষষ্ঠ অধ্যায়    এদিন আধা ৰাস্তাতে . . . দিনবোৰ আগ বাঢ়িছিল। ধীৰে ধীৰে নে খৰগতিৰে আগ বাঢ়িছিল, গম পোৱা নাছিলোঁ। সকলো কথাই আছিল নতুন। গৰ্ভাৱস্থাৰ লগত জড়িত সকলো ঘটনাই আছিল প্ৰথমবাৰৰ বাবে হোৱা। ৰাতিপুৱা প্ৰথম…

ঘৰটো মই পাৰ হৈ গৈছিলোঁ Trans April 2026

মূল : ব্যেৰ্নষ্টেইৰনূহ  ব্যেৰ্নছান (Bjørnstjerne Bjørnson), নৰৱে’, সাহিত্যৰ ন’বেল বঁটা-১৯০৩  অনুবাদ :  ড°ৰঞ্জিত দত্ত গ্ৰীষ্মৰ এটি দিনত  ঘৰটো  মই পাৰ হৈ গৈছিলোঁ, পুৱাৰ সুৰুযৰ ৰঙীণ আভা ঘৰটোৰ ওপৰতে পৰিছিল। খিৰকীৰ ফালে তেজৰঙা হৈ  মোৰ  আত্মাটো জ্বলিছিল, বৰষায়ো মোক লগ পাইছিল তাতেই। বন্দিত্বই…

পানী হিলৈ April 2026

 গোৱিন কুমাৰ খাউণ্ড (দহ)    ৰাতিপুৱাই চাইকেলখন লৈ ওলাই গ‘ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো দেখুৱাই কান্দিব পৰা নাই অথচ দেহৰ ভিতৰত যেন অসংখ্য মানুহে কান্দিছে। চিঞৰত সৰি পৰা যেন লাগিছে নষ্ট সময়।বাৰে…

ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হ’ৰৰ গল্প April 2026

ড॰ অসীম চুতীয়া অসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰত ৰঞ্জু হাজৰিকাৰ নামটো বিশেষভাৱে উল্লেখযোগ্য৷ তেখেতৰ গল্পসমূহ পঢ়িলে অনুভৱ কৰা যায় যে এই গল্পসমূহ কেৱল ভয় জগোৱা কাহিনী নহয়; বৰং মানুহৰ…

আশাবাদী সমীকৰণ Poem April 2026

  অঞ্জুমণি ভৰালী এখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষাএডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়াএকাপ ফিল্টাৰ কফি… গৰম*যিমান দূৰলৈ চাব পাৰিগোটেই বাটতো লানি পাতি থকা গাড়ীবোৰৰৈ থকাৰ বিচিত্ৰতা… বিভিন্নতামোৰ পদাৰ্থবিজ্ঞানৰ অংকবোৰলৈ মনত পৰিছেKE = ½mv²আৰু ফ্ৰিকচনআমি যে ইয়াত ৰৈ থাকিও গৈ আছোঁ আচলতেহিচাপ…

বহাগ Poem April 2026

  দ্বীপৰাজ   (মাছলৈ মইনা নাযাবি অকলে ৰাতিলৈ লাগিব ভাগৰ বাটৰে দমৰাই চাব তোৰ বুকুলে চেগতে ফালিব চাদৰ) ( হাবি বিহু)   বাৰী সিঁচি শিঙিৰ খোঁচ খোৱা যদি খোৱা দিপিলাৰ হাটত আঢ়ৈকুৰিত পাই এপোৱা মোৱা তাৰে এভাগ আদাজাল, এভাগ পাতত…

মাখি Poem April 2026

নৃপেন গোস্বামী মাখি উৰিছে  সকলোতে গেলাত, পচাত আৰু ইয়াত, তাত মাখিবোৰৰ গোন্ধ  অপছন্দ  গেলা খাই গেৰেলা মাখি গাখীৰত বহি শুদ্ধ নহয়  মাখি  মাখিত বিজাণু, কিটাণু আৰু মাখি সৰ্বগ্ৰাসী হেৰুৱা চন্দ্ৰত এতিয়া মাখিবোৰে  ৰূপ সলাইছে বতৰ ভাল মাখিবোৰৰ দিন ফৰকাল মাখিৰ…