Category অন্যযুগ, মাৰ্চ ২০২৬

প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে article-raktim-ranjan-saikia-april-2026

ড০ ৰক্তিম ৰঞ্জন শইকীয়া   বিখ্যাত ইংৰাজ ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ ছমাৰছেট মমক এবাৰ সোধা হ’ল যে উপন্যাস লিখাৰ কিবা নিয়ম আছে নেকি? ছমাৰছেট মমে কিছু সময় ভাবি উত্তৰ দিলে, “তিনিটা নিয়ম আছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ সেই নিয়মকেইটানো কি কোনেও নাজানে৷ প্ৰবন্ধ…

ৰ’দে বৰষুণে কিমান যে গান atmakotha-loknath-goswami-april-2026

 লোকনাথ গোস্বামী মন দাপোণত-১৮ (১)                                     নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক পৰিৱেশঃ   নামৰূপ উদ্যোগ নগৰীখনত পদাৰ্পণ কৰিলো যদিও বহু দিনলৈ ঠাইখনৰ আও-ভাও পোৱাই নাছিলো৷ ইউনিয়নৰ পাক-চক্ৰত সোমাই এখন অন্য পৃথিৱীলৈ যোৱা যেন অনুভৱ হৈছিল৷ সংগীতৰ পৃথিৱীখনৰ পৰা আঁতৰিয়েই গৈছিলো…

নয়নতৰা story-akashdipta-thakur-april-2026

আকাশ দীপ্ত ঠাকুৰ             “সেইখন পথিৱী বেলেগ সীমান্ত৷ আমি ভাবি লোৱা, মানে আমাৰ হাতৰ মুঠিত থকা এই পৃথিৱীখনৰ দৰে নহয়৷ যিমানেই আমি চেষ্টা নকৰোঁ কিয়, সকলো কেৱল অথলে যাব৷ আমি দুয়ো কাকো কোনো কথাই বুজাব নোৱাৰোঁ৷ আৰু…মই…; মই নিজৰ…

শ্বায়েৰী জীৱনৰ story-angana-choudhry-april-2026

অংগনা চৌধুৰী   আকাশলংঘী বুলণ্ড দৰৱাজাৰ তলত ৰৈ তাই ওপৰলৈ চালে৷ ফতেহপুৰ চিক্ৰিৰ প্ৰাচীন ইটাৰঙী স্থাপত্যইও তাইৰ সৈতে চালে ওপৰলৈ৷ য’ত আকাশ আছে, তাত আজি আছে এখন ৰ’দৰ সাগৰ৷ বেগৰ পৰা ৰ’দ চছ্‌মাযোৰ উলিয়াই পিন্ধি ল’লে তাই৷ হালধীয়া ওৰণাখনেৰে ঢাকি…

বিহুনামত চৰাই-চিৰিকতিৰ স্থান Article April 2026

নৱ ৰাজন       বিহুনাম কেৱল ডেকা গাভৰুৰ প্ৰেম ভালপোৱাৰ প্ৰকাশেই নহয়; ই চহা অসমীয়া জাতীয় জীৱনৰ দাপোণ।বিহুনাম,অসমৰ বিনন্দীয়া প্ৰকৃতিৰ স্বতস্ফূৰ্ত প্ৰকাশ।বিহুনাম, অসমীয়াৰ বাপতি সাহোন বিহুৰ এক অভিন্ন অংগ।বিহুনামৰ জৰিয়তে অসমৰ বৰ্ণাঢ্য কৃষ্টি, সংস্কৃতি, সাহিত্য প্ৰতিফলিত হৈ আহিছে।     জৈৱ-বৈচিত্ৰ্যত চহকী অসমত প্ৰায় ৯৫৮…

পোৰণি Poem April 2026

 জয়ন্ত দত্ত দেহা : অসমশ্ৰী জিনা পেছা : অভিযন্তা সোঁহাতৰ যিমান অৰ্জন বাওঁহাতৰ তাৰ কুৰি গুণ বিশেষজ্ঞৰ পৰামৰ্শত খোৱা শোৱা… দৈনিক তিনিঘণ্টাকৈ কছৰৎ সঁচাকৈয়ে ষাঠিৰ বাট এটাৰে গৈ থকা দত্তদা যেন চল্লিছৰ বাটত দুজনী ছোৱালী আৰু পত্নী  ফুল যেন দেহা…

উৰন্ত শিলালিপি Poem April 2026

  এম. কামালুদ্দিন আহমেদ   কৃত্ৰিম বুদ্ধিমত্তাৰে ওপঙি উঠোঁ বুৰ যাওঁ বিৰাট এক আকাৰ ধাৰণ কৰি ভৱিষ্যতৰ দিগন্তত সোমাই পৰোঁ   সভ্যতাই মোট সলাব   গুগল এৰি কোন যায় সেয়া জিঅ’ফ্ৰে হিণ্টন আত্মহননৰ শিলালিপি আমাৰ বুকুত খোদিত কৰি   ***                  …

ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

 মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা  তৃতীয়খন চিঠি   ভিয়াৰেজ্জ’, পিছাৰ সমীপত, ইটালী, ২৩ এপ্ৰিল, ১৯০৩ আপুনি ইষ্টাৰৰ শুভেচ্ছা জনাই লিখা চিঠিখন পাই নথৈ আনন্দিত হ’লোঁ। চিঠিখনত আপুনি জেকবচনৰ মহানতম সৃষ্টিসমূহৰ সম্পৰ্কে যিধৰণেৰে মন্তব্য আগবঢ়াইছে সেইসমূহ মন্তব্য আৰু আপোনাৰ…