বৰ আচৰিত বিশেষত্বৰ জাতি এটা!
যোৱা সোতৰ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ‘শিল্পীদিৱস’ আৰু একত্ৰিছ জানুৱাৰীৰৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন অসমৰ বহু ঠাইতে পালন কৰা হৈছে৷ একেদৰেই পালন কৰা হয় মহাপুৰুষ দুজনাৰ তিথি বা জয়ন্তী, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন বা মৃত্যুদিন…