Category অন্যযুগ, জুলাই, ২০২১

অপযশ

 মূল : এণ্টন  ছেখভ অনুবাদ : ড০ ৰমেশ চন্দ্ৰ গোস্বামী (এণ্টন পাভল’ভিচ ছেখভ আছিল বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চুটিগল্পকাৰসকলৰ মাজত ভোটাতৰাস্বৰূপ৷ এগৰাকী কৃতী নাট্যকাৰো৷ তেওঁৰ The steppe, Three Sisters, The Cherry Orchard, Ivanov  আদি নাটৰ সৃষ্টি বহুল সমাদৃত৷ পেছাত এগৰাকী চিকিৎসক ছেখভে…

নুবুজা কথাবোৰ…

ডেইজী অনুৰঞ্জনা  . যিবোৰ কথা বুজিব পৰা নাছিলোঁ সেইবোৰ এতিয়া লাহে লাহে বুজিব ধৰিছোঁ . নুবুজা কথাবোৰৰ বাবেই আমি এৰি আহোঁ আত্মীয়তা, এৰি আহোঁ ৰিণি ৰিণি বাজি ৰোৱা আপোনজনৰ বুকুৰ বহু কথা, এৰি আহো ৰঙা হৈ জ্বলি ৰোৱা সিপাৰৰ পুৰণি…

ৰামানুজনৰ ক’লা ছাতিটো হেৰাল

নিবিড় অনুৰাগ মানস   পুৱাৰ চাহকাপত চুমুক দিবৰ সময়ৰে পৰাৰামানুজনে মনত পেলাব পৰা নাইতেওঁ পাহৰিছে কি? গছ কাটি গছ ৰোৱাৰ ফুলজাৰি মৰা মাইকটোতোসিদিনাই দলিয়াই দিছিল ৰামানুজনেযিদিনা মাইকত চিঞৰি চিঞৰি কৈছিল শব্দ প্ৰদূষণৰ মাতবোৰৰ কথা। দলিয়াই দিয়াটো হেৰাই যোৱাৰ ভিতৰত ধৰা নহয়। দৌৰি দৌৰি…

ভোগকচু-ভকেবুলাৰী

নীলোৎপল বৰুৱা টোকাপৰুৱাটোহে যেন… ইবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে.. সিবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে… হৰ্ষদাই ইটোৰ পাছত সিটো টোপোলা আনিত্তেই আছে.. আনিত্তেই আছে!! হৰ্ষদা যেন এখন চ্যৰৰিয়েল চিনেমাৰ কেৰেক্টাৰ। নিমখ!! ইমান নিমখ!! কি কৰে হৰ্ষদা কি কৰে!! (খুৰা…

পুষ্পক ৰথৰ দৰে

হেমচন্দ্ৰ কছাৰী  কালজয়ী কোনো নহয় তুমিও ক্ৰমান্বয়ে পুৰণি হৈ গৈয়ে আছাসেইবুলি হাত বাগৰিবলৈ নিদিওঁ দিয়াতুমি জানানে নাজানা নাজানোপুৰণিয়েই যে বহুতৰে জীয়াই থকাৰ প্ৰেৰণা অকপটে কওঁ— তুমি মোৰ মৰমৰভালদৰেই বুজি পাওঁ— ভোক আৰু যাতনা তোমাৰ সঁচাকৈ, ক’লৈ ক’লৈ যে যোৱা নাই আমিওখোৰা মোখোৰা, বোকা…

সম্পাদকলৈ চিঠি

 ‘এক আচৰিত সৌভাগ্য’ পঢ়ি জুন মাহৰ ‘অন্যযুগ’-ত সঞ্জীৱ সভাপণ্ডিতৰ ‘এক আচৰিত সৌভাগ্য’ এটা অৰ্থপূৰ্ণ কবিতা, এটা প্ৰেৰণাময় গান, এক ভাবোদ্দীপক বক্তব্য৷ লেখাটো পঢ়ি অভিভূত হৈ লেখকক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ৷ তেখেতৰ লেখাটো পঢ়াৰ পাছত কথাখিনিয়ে মনটো খুন্দিয়াই থাকোঁতে ঘৰৰ বাহিৰলৈ ওলাই আহিবলগা হ’ল— ক’ভিড-১৯-ৰ বিপৰ্যস্ত সময়ত সহায়ৰ…

মোৰ নীলা কুকুৰা

মূল :  এন গ্ৰে ভাবানুবাদ :  যশোৱন্ত নিপুণ মই মোৰ নীলা কুকুৰাজনীক এটা গান শুনাওঁ ৷ মই তাইৰ ডেউকা দুখন মোৰ গাত মেৰিয়াই লওঁ ৷ শিয়ালটোৱে তাইৰ প্ৰেমিকক ভক্ষণ কৰিছিল, মনে মনে ৰুক্ষ  ঘাঁহবোৰৰ মাজেদি, বৰষুণে ধোৱা আকাশেৰে আহি ৷…

ছাঁ

অত্ৰেয়ী গোস্বামী  দুয়োজন লগ হওঁতে তেওঁলোকৰ ভৰ যৌৱন৷ অৱশ্যে তাহানিৰ দিনবোৰত যৌৱনৰ উন্মাদনা ৰাইজৰ বৰ কম আছিল৷ আচলতে কম আছিল নে প্ৰকাশ নহৈছিল সেয়া জনাৰ কোনো উপায় নাছিল৷ মানুহজনী আছিল গম্ভীৰ৷ এমুখ দাঢ়ি আৰু এটা প্ৰকাণ্ড পেটেৰে ছয় ফুট ওখ ডেৰকুৰি বছৰীয়া মদগজ…

বিদেশত অধ্যয়নৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে কেনেদৰে প্রস্তুতি চলাব

ড° বুলজিৎ বুঢ়াগোহাঁই বিদেশত অধ্যয়নৰ বাবে আগ্রহী শিক্ষাৰ্থীজনৰ সৰ্বপ্রথম খোজটো হ’ব সঠিক পাঠ্যক্ৰম নিৰ্বাচন কৰা। সাধাৰণতে, ভাৰতবৰ্ষৰ সৰহ সংখ্যক ছাত্র-ছাত্রী আমেৰিকা (United States of America), বৃটেইন (United Kingdom), অষ্ট্রেলিয়া (Australia), নিউজিলেণ্ড (New Zealand), কানাডা (Canada), জাৰ্মানি‍ (Germany), চীন (China), ছিংগাপুৰ…

ৰং ৰং ৰং— মাথোঁ ৰং

 সঞ্জীৱ সভাপণ্ডিত ৰং আহে পাখি মেলি৷ এই কথাটো যেতিয়াই শুনিছিলোঁ তেতিয়াই মোৰ মনলৈ এটা বহল বহল ভাব আহিছিল৷ সৰুতে বহল ঠাই মানে পথাৰখনকে বুজিছিলোঁ৷ ঘৰখন বা গাঁওখন হাবি-বনেৰে আৱৰি আছিল৷ বহুত ঠাইত এন্ধাৰেই আছিল৷ ৰ’দো নপৰিছিল৷ ঘৰৰ সমুখৰ দিখৌখন দীঘলীয়াকৈ…