জোন, পানী তোলা তিৰোতাহঁত আৰু এখন বুকু…
ধ্ৰুৱজ্যোতি দাস বৰষুণ এৰাৰ পাছতজাৰত কঁপি কঁপি জোনটো ওলাইছিলকঁপি থকা জোনৰকঁপা জোনাকবোৰ ফালিকেইজনীমান তিৰোতাএখন বুকুত পানী তুলিবলৈ আহিছিলবুকুখন কাৰতিৰোতাহঁতে জনা নাছিলআৰু বুকুখনেতিৰোতাহঁতৰ মুখবোৰ দেখা নাছিল তিৰোতাহঁতৰ প্রতিজনীয়ে ভৰিতসুখৰ নতুবা দুখৰ নূপুৰ পিন্ধিছিল খোজত নূপুৰবোৰ উকি হৈ বাজি উঠিলেইবুকুখনে তিৰোতাহঁত অহাৰ কথাগম পাইছিল আৰু বুকুখন…