জোনবাইৰ দেশলৈ উৰা মাৰিলে চন্দ্ৰযান -৩
নাছিৰ আহমেদ অতীজৰে পৰা চন্দ্ৰ সম্পৰ্কে বিভিন্ন ধৰ্মীয় আখ্যান, কিংবদন্তি, সাধুকথা প্ৰচলিত হৈ আছে। হিন্দুধৰ্মীয় বিশ্বাসমতে চন্দ্ৰ হ’ল দেৱতা; যাৰ মাথোঁ এখন মুখ আৰু দুখন হাত আছে আৰু হাত দুখনে পদুম ফুল ধৰি আছে। চন্দ্ৰই মন, অনুভূতি, নাৰীসুলভ বৈশিষ্ট্য, সৌন্দৰ্য আৰু…