নিচুকনি গীতত টোপনি নাহে…
অৰ্চনা ঠাকুৰীয়া এইমাত্ৰ ঠিক সূৰ্যোদয়ৰ পূৰ্বে জী উঠিছে মোৰ চহৰ কুশল প্ৰেমিকৰ স্পৰ্শত প্ৰাণ পাই উঠিছে দিগম্বৰী বালাৰ অহল্যা বুকু কেনেকৈ কাটি গ’ল ৰাতি তোমাক বাৰু কিয় ক’ম মোৰ ভাগৰ সুখকণ কিয়নো ভগাম তোমাৰ স’তে ফ্লাইঅভাৰৰ…
অৰ্চনা ঠাকুৰীয়া এইমাত্ৰ ঠিক সূৰ্যোদয়ৰ পূৰ্বে জী উঠিছে মোৰ চহৰ কুশল প্ৰেমিকৰ স্পৰ্শত প্ৰাণ পাই উঠিছে দিগম্বৰী বালাৰ অহল্যা বুকু কেনেকৈ কাটি গ’ল ৰাতি তোমাক বাৰু কিয় ক’ম মোৰ ভাগৰ সুখকণ কিয়নো ভগাম তোমাৰ স’তে ফ্লাইঅভাৰৰ…
মঞ্জু দাস প্ৰস্তাৱনা : বিজ্ঞানমনস্কতা হ’ল বৈজ্ঞানিক মনোবৃত্তি, যুক্তিবাদী মননশীল চৰ্চা আৰু বিচাৰাত্মক চিন্তাৰ পদ্ধতিগত কৌশল৷ কোনো এটা বিষয়ত এক কথাত সহমত প্ৰকাশ নকৰি সংশয় প্ৰকাশৰ দ্বাৰা যুক্তিনিষ্ঠাভাৱে আৰু বিচাৰ-বিশ্লেষণ কৰাই হ’ল বিজ্ঞানমনস্কতা৷ নিৰন্তৰ প্ৰশ্নশীলতা আৰু অনুসন্ধিৎসা বিজ্ঞানমনস্কতাৰ বৈশিষ্ট্য৷…
আব্দুচ ছামাদ বহুদিনৰ পৰা মই মানুহজনক বিচাৰি ফুৰিছোঁ৷ অ’ত-ত’ত লগ পোৱা সকলোকে সুধিছোঁ, চিনি পায় নেকি তেওঁ মই বিচাৰি ফুৰা মানুহজনক? ‘চিনি পাওঁ মানে? আপুনি বিচাৰি ফুৰা মানুহজন ময়ে৷’ সকলোৱে প্ৰায় একে কথা, একে ধৰণেই কৈছে৷ খন্তেকৰ বাবে মোৰ…
সত্যজিৎ গগৈ মাতৃ হৈছে বিশ্ৰব্ৰক্ষ্মাণ্ডৰ সকলোতকৈ শ্ৰেষ্ঠ৷ মোৰ বাবে পৃথিৱীখনেই মাতৃ৷ নিজৰ দেশ খনো মাতৃ৷ নিজৰ ৰাজ্যখনো মাতৃ আৰু জন্মদাত্ৰী গৰাকীও মাতৃ৷ সেই মাতৃয়েই হৈছে মোৰ বাবে শ্ৰেষ্ঠ৷ পৃথিৱীখন আছে বাবেই আমি ইয়াৰ মাটি,পানী,বায়ু সেৱন কৰি জীয়াই আছোঁ৷ ভাল পাওঁ…
নৱনীতা ভট্টাচাৰ্য্য পঞ্চম খণ্ড জলপান খাই আইতা আৰু মই বাৰীলৈ ওলাই গ’লোঁ। বাৰীখনত শাৰী শাৰীকৈ বহুতো গছ আছে৷ আম, কঠাল, নাৰিকল, জলফাই, আমলখি, শিলিখা ক’ত যে গছ! কিন্তু মই মন কৰিলোঁ যে বাৰীখনত তামোলগছৰ সংখ্যাই অধিক। কিছুমান তামোলগছত আকৌ পাণগছৰ…
মুনমী দত্ত হাজৰিকা (ক) সি ৰ’ষ্টেড্ চিকেনটুকুৰা চিলি চচত ডুবাওঁতে ঘৰৰ পিছফালৰ পিটনিখনত ডাউক এটাই গহীন খোজ পেলাইছিল। পাতৰ আঁৰত অপৈণত আমলখিৰে ডাল ভৰি থকা সময়ৰ দুপৰীয়া আছিল সেইটো। শইকীয়া দম্পতিয়ে সৰুধনলৈ সাঁচতীয়া ৰাখিবলৈ ডাকঘৰত একাউণ্ট এটা খুলি…
দাদুল দেৱকৃষ্ণ বৰুৱা (৯) পেৰুনিকা ফুলা বতৰতে ষ্টেপানে কাম কৰা স্কুলঘৰৰ ৰং কৰা কাম যিহেতু সমাপ্ত হৈছিল, স্কুলত সকলো আজৰি হৈ আছিল; সেয়ে স্কুলৰপৰা শিক্ষামূলক ভ্ৰমণ এটাত যোৱাৰ কথা ওলাইছিল। পিছে ক’লৈ যাব? কোনোবা এজনে কৈ উঠিছিল— লঞ্জস্কো…
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || পঞ্চদশ অধ্যায় || সীতাক পৰিত্যাগ কৰি ভোগ কৰিলে সেই পৃথিৱীপালকে , কেৱল ৰত্নৰ আকৰ সমুদ্ৰৰ মেখলা পৰিহিত ধৰাকে । কৃতসীতাপৰিত্যাগঃ স ৰত্নাকৰমেখলাম্ | বুভুজে পৃথিবীপালঃ পৃথিবীমেব কেবলাম্|| ১৫-১|| যমুনাতীৰত বাস কৰা…
অংগনা চৌধুৰী বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ আমি ঘৰৰ পৰা পুৱা আঠ বজাত গাড়ীখন লৈ ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ পৰা ক’ৰবালৈ যাবলৈ হ’লে যানজঁটৰ পৰা বাচিবলৈ অলপ সোনকালেই ওলাই যোৱা শ্ৰেয়ঃ৷ চাৰে নমান বজাত মংগলদৈৰ ওচৰৰ ৰিপ’জ…
ৰমানন্দন বৰা দ্বিতীয় খণ্ড এক পশ্চিমফালে আকাশখন সেন্দুৰীয়া হৈ ব্ৰহ্মপুত্ৰৰ পানীখিনিও ৰাঙলী হৈ উঠিছে৷ মাছমৰীয়া নাওবোৰ ক’লা ছায়াৰ দৰে নাচি থকা ৰঙাবিলাকৰ মাজেৰে চলি গৈছে, ইপাৰ-সিপাৰ হৈছে৷ গোনা ম’হৰ ডিঙিৰ টিলিঙাৰ শব্দবোৰ ক্ৰমে ক্ৰমে স্পষ্ট হৈ আহিছে৷ ম’হৰ ডিঙিত…