অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী
নিতুপৰ্ণ ৰাজবংশী
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ নিউ গুৱাহাটী, কামৰূপ(মেট্ৰ‘)ৰ টেণ্ডাৰ-প্লে’ প্ৰি-স্কুলৰ নাৰ্চাৰীৰ ছাত্ৰী অনাহিতা শৰ্মাই অঁকা ছবি
পংকজ প্ৰতিম বৰদলৈ একবিংশ শতিকাৰ আৰম্ভণিৰ বৰ্ষকেইটাত ৰাজ্যখনৰ এখন মফচলীয় চহৰৰ গ্ৰাম্য অঞ্চল এটাৰ পৰা পোনেই আহি দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু এখন প্ৰকৃত মহানগৰৰ বাসিন্দা হৈছিলোঁহি৷ নীৰৱে-নিজানে বৈ থকা এখন ‘নদী’-ৰ পৰা আহি ‘এসাগৰ’ পানীত ককবকাই থকা এমুঠি মাছৰ…
উদয় কুমাৰ বৰুৱা কত যে সপোন উজাই আহে ৰাতিৰ নীৰৱতা ভেদি তাৰে এটাৰ গাত ভেজা দি পালোঁহি এই মায়াৰ নগৰ । যেন মৰুৰ মাজত মৰূদ্যান হৈ ফুলি থকা এখন তৃষাৰ নগৰ শাৰী শাৰী অট্টালিকা, সুদৃশ্য শ্বপিংমল , নানাৰঙী…
মিণ্টুল হাজৰিকা “ উৰি গ’ল ৰাজহংস পৰি গ’ল পাখি ৷ সিও দেহা পৰি ৰৈলা যমুনাৰ বালি ৷৷” ১. চহা বুকুৰ মঙহ খুৱাই মাটিমুখে ধোঁৱাচাঙত সাঁচে ভাটিকাললৈ বুলি জোন তৰা বেলি… ২. জোন ডাঙৰ হৈ সপোনত লৈ…
জয়ন্ত দত্ত সেইদিনা বাপেক পুতেকৰ খকাখুন্দাখনত গধুৰ হৈ পৰিছিল দুপৰীয়াটোৰ বুকু… আমি বাপেকৰ ফালৰ পৰা চাই বাপেকক শুদ্ধ দেখিছিলোঁ আৰু পুতেকৰ ফালৰ পৰা পুতেকক এদিন হাতৰ চাকিটো আন এজনক দি আন্ধাৰে – মুন্ধাৰে আহোঁতে উজুটিত ছিগা বুঢাআঙুলিটো দেখি …
ড° বুলজিৎ বুঢ়াগোহাঁই মীন বিজ্ঞান হৈছে এক বহুমুখী পাঠ্যক্ৰম যিয়ে মীন পালনৰ ব্যৱস্থাপনা আৰু বুজাৰ অনুশাসনৰ বিষয়ে শিকায়। মীন বিজ্ঞান পাঠ্যক্ৰমত জলজ পালনৰ বিভিন্ন শাখা যেনে- প্ৰজনন, আনুবংশিক, জৈৱ প্ৰযুক্তি, পুষ্টি শিকায়। লগতে মাছ প্ৰক্ৰিয়াকৰণৰ বিষয়েও শিকায় য’ত…
জুনু বুঢ়াগোহাঞি নাথ এইযে আমি কিমান হেৰুৱাই আছোঁ নিজক নিজৰে পৰা হেৰাই আছোঁ ইজন-সিজনৰ পৰা কাৰো খতিয়ান নাই ৷ কোমল মাটিত গজা গাঁওখন হেলনীয়া বতাহত ঢলি পৰিছে উজুটিত নখ ছিঙি আবিয়ৈ নগৰখনে অকালতে হেৰুৱাইছে নিয়ত অবলা অৰণ্যৰ মাজত…
মিণ্টু বুঢ়াগোহাঁই আইৰ আশীসূঁতাৰ শুকুলা চাদৰখনৰ আঁচলত মুখ গুজি নিজকে ৰক্ষা কৰা দিনৰে পৰা আত্ম সন্তুষ্টিৰে অনুভৱ কৰোঁ সুখ ৷ ভাতৰ নিসনিৰে সূতাত মাৰ দিয়া দিনত লেটাই-চেৰেকীৰ পাকৰ সতে ঘূৰি ঘূৰি দৌৰি গৈ বোকোচাতে শেষ সান্নিধ্য ৷ টোলোঠাতে পাক খাই…
পৰাগজ্যোতি মহন্ত জানিবও পাৰে শেষ হৈ অহা কফিৰ পিয়লাই প্ৰেমৰ বাবে চুমা নে চুমাৰ বাবে প্ৰেম হ’ল কি নহ’ল সঠিক স্থান ওঁঠযোৰৰ বাচি ল’লে চুমাই তাতে প্ৰাণ অথবা মান আছেনে ক’ৰবাত এই মূলূকৰ কোনোবা কোণত সহজ কাম…