সৌৰভ কুমাৰ চলিহা আৰু ইংগিতময়তা
সঞ্জীৱ সভাপণ্ডিত এয়া৷ মোৰ নামটো ঘোষকে ক’লে আৰু মই আহি এইখিনি ঠাইত উপস্থিত হ’লোঁহি৷ উদ্দেশ্য নিৰ্দিষ্ট হৈ আছে৷ সময় নিৰূপিত হৈ আছে৷ মানুহ নিৰ্ধাৰিত হৈ আছে৷ সকলো ঠিক ঠাক৷ এতিয়া ঘটনাটো ঘটি গ’লেই হ’ল৷ মই সৌৰভ কুমাৰ চলিহাৰ লিখনিত ইংগিতময়তাৰ…