sdblogs2011

sdblogs2011

জীৱনৰ কিতাপ!

 অভিজিত শর্মা বৰুৱা             এজন মানুহে হয়তো চূণ, ধঁপাত বা আন মাদক দ্রব্য একো নাখায়, যিবোৰ খালে কেন্সাৰ হোৱাৰ আশংকা বাঢ়ে বুলি কোৱা হয়। কিন্তু দেখা গ’ল যে তেওঁৰহে মাৰাত্মক কেন্সাৰ ৰোগ হ’ল আৰু তেওঁ অকালতে মৃত্যুক সাবটি…

কেথাৰছিছ

 মাধুৰ্য্য গোস্বামী   কেথাৰছিছ..কেথাৰছিছ.. ৬০ কিলোমিটাৰ স্পীডত চলি থকা ডেৰশ চিচিৰ (অঃ ছ’ৰী, ১৪৯ চিচি) এফ জেড্ বাইকখনৰ গতি ক্ৰমাৎ বাঢ়ি গৈ থাকিল, ৬৫… ৭০… ৮০… ৮৪…সমানে বাঢ়ি গৈ থাকিল তাৰ হৃৎপিণ্ডৰ গতি, ৭৩… ৭৫… ৭৭… ৮০..কেথাৰছিছ! এক্সিলেণ্ট নাম। সি…

বচা বকুল

 ৰমানন্দন বৰা উনৈছ   ল’ৰাৰ নাম পৰশুৰাম৷ গুপ্তনাম৷ পৰশুৰাম ভগৱানৰ অৱতাৰ৷ কিন্তু মাতৃহন্তা৷ বেণু-পাহিতাই সমাজত নাৰায়ণ গোঁসাইক একো সুধিব নোৱাৰিলে৷ একো ক’ব নোৱাৰিলে৷ কিন্তু মনত খু-দুৱনি থাকিল৷ সিহঁতৰ কথা শুনি বৰা কম্পাউণ্ডাৰ ডাক্টৰে হোহোৱাই হাঁহিলে৷ চোতালৰ মূৰত গজি থকা হাবিখিনিত…

মহাকবি কালিদাসৰ ৰঘুবংশম্

অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত   (পঞ্চম অধ্যায়)     বিশ্বজিৎ যজ্ঞৰ দান দক্ষিণাত হ’ল শূন্য ৰাজকোষ সেই সময়তে শিক্ষা কৰিলে সমাপ্ত  বৰতন্তু মুনিৰ শিষ্য কৌৎস গুৰুদক্ষিণা দিবলৈ গুৰুক ৰঘুৰ ওচৰলৈ আহিল বিচাৰি সাহায্য ।   তমধ্বৰে বিশ্বজিতি ক্ষিতীশং নিঃশেষবিশ্রাণিতকোশজাতম্ |…

মলেঁয়া

 (৩) দাদুল দেৱকৃষ্ণ বৰুৱা   : চিন্তাৰ কাৰণ নাই ষ্টেপান।— মিষ্টাৰ ইগৰে ক’লে। : ঠিক হ’ব!— উৎসুক ষ্টেপান। : হ’ব; কিন্তু সকলো ঠিক নহয়। : কিয়? : ডেউকাখন ঠিক কৰিব পৰা নাযাব। বৰ বেয়াকৈ ভাগিল। : তাৰমানে পোৱালিটোৱে ডাঙৰ হৈ…

অনুপ্ৰেক্ষণ : যুক্তিপূৰ্ণ চিন্তাৰে প্ৰচলিত মতবাদক নতুনকৈ ফঁহিয়াই চোৱাৰ এক প্ৰয়াস

 পৰী পাৰবীন জ্ঞানলব্ধ লেখকৰ পৰিপক্ক চিন্তা আৰু উপলদ্ধিৰ ফচলসমূহে সাহিত্যৰ ভৱিষ্যত সম্পৰ্কে বিদ্বানসমাজক আশাবাদী হ’বলৈ সুবিধা দিয়ে।  যিসমূহ লেখাৰ প্ৰতিটো পঠনে ন ন চিন্তাৰ উদ্ৰেক কৰে নতুবা পুৰণি চিন্তাক ব্যতিক্ৰমী ধৰণেৰে উপস্থাপন কৰি ভিন্ন চিন্তাৰ বাট মুকলি কৰে, তেনে মৌলিক চিন্তাসম্পন্ন…

আংকিক যুগ আৰু গ্ৰন্থ চর্চা

 ড০ ৰক্তিম ৰঞ্জন  শইকীয়া   আংকিক  গাঁথনি বা  ডিজিটেল ফৰমেট হ’ল কেৱল ১ আৰু ০ ব্যৱহাৰ কৰি তথ্য প্ৰকাশৰ এক  উপায়৷  গ্ৰন্থৰ জগতত আংকিক গাঁথনিৰ প্ৰৱেশ বহুত পুৰণি৷ যেতিয়াই পুৰণি “লেটাৰ প্ৰেছ” পৰিহাৰ কৰি  Desktop Printing (DTP)-ৰ যোগেদি গ্ৰন্থৰ ছপাৰ কাম…

ষ্টাফ ছিলেকশ্বন কমিছনৰ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহ

 ড° বুলজিৎ  বুঢ়াগোহাঁই     সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাসমূহত অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণ হাৰ সাধাৰণতে কম হোৱা পৰিলক্ষিত হয়। প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’ব পৰাকৈ মেধাৱী হোৱা সত্বেও ছাত্র-ছাত্রী সকল সঠিক ৰূপত প্রস্তুত নোহোৱাৰ বাবেই এইসমূহ পৰীক্ষাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণৰ…

দৃশ্যকাব্য- ১

নীলাভ সৌৰভ এদিন এটা ঘটনা ঘটিছিল— গিৰীয়েকে ঘৈণীয়েকক এৰি যাব নোৱাৰে অথচ এৰি থৈ চাকৰিলৈ যায় ঘৈণীয়েকে গিৰীয়েকক এৰি থাকিবই নোৱাৰে  অথচ বিদায় দিবলৈ আগ বাঢ়ি যায় ঠিক এৰাএৰিৰ মুহূৰ্ততে ঘটিছিল ঘটনাটো গিৰীয়েকে ইংগিতেৰে এটা চুমা বিচাৰে ঘৈণীয়েকে মূৰটো লৰাই…

আইজাক নিউটন আৰু প্রিন্সিপিয়া : এটি বিহংগম দৃষ্টিপাত

ড° ৰাস্না ৰাজখোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ পি এইচ ডি মহলাত মই গৱেষণা কৰি থাকোঁতে এই বিভাগৰ অধ্যাপক ড° জয়ন্ত কুমাৰ শৰ্মাছাৰ আছিল মোৰ গৱেষণা তত্ত্বাৱধায়ক। সেই সময়তে ছাৰে সপ্তদশ শতিকাৰ বিশ্ববিখ্যাত বিজ্ঞানী ছাৰ আইজাক নিউটনৰ বিখ্যাত গ্ৰন্থ Philosophiae Naturalis…