sdblogs2011

sdblogs2011

জীৱনৰ ভৰশূন্যতাৰ বেদনা : ননী বৰপূজাৰীৰ শিল্পকৰ্মৰ মাজত আনন্দৰ সন্ধান

 প্ৰশান্ত মিশ্ৰ     জীৱনৰ ভৰশূন্যতাৰ অসহনীয় বেদনাৰ অন্ধকাৰৰ মাজত হয়তো কলাই আমাৰ বাবে কঢ়িয়াই আনে আনন্দৰ এচেৰেঙা ৰ’দ!কবিয়ে অৱশ্যে কয়- “কাৰ ইমান গৰজ যে মোক ৰ’দ আনি দিব/ সহজ হ’ব মোৰ কাতৰ উশাহ (হীৰেন ভট্টাচাৰ্য)!”কিন্তু তেওঁৰ কাব্য পাঠেই আমাৰ…

চেঁকুৰি আহে ঘোঁৰাপুৱা

নীলিমা ঠাকুৰীয়া হক    চেঁকুৰি আহে ঘোঁৰাপুৱা স্ফটিক সেউজ ঘোঁৰাপুৱাটো শুভবাৰ্তা হৈ চেঁকুৰি আহে   ঘোঁৰাপুৱাটো এখন সেউজ অৰণ্য অৰণ্যৰ লেকাম নাই, দৌৰি আছে অৰণ্যখন সোমাই আহিছে চহৰলৈ প্ৰতিটো লাইটপোষ্ট উৰ্ধ্বমুখী লতাই সাবটি ধৰিছে পুলিচ পইন্টবোৰ ঘন বেতৰ জাৰণি, বাঘৰ…

প্ৰস্থান ক্ষতবোৰৰ দৰেই আত্ম-প্ৰতিকৃতি

 আমেৰিকান-ভিয়েটনামী কবি ওশ্বেন ভুৱঙৰ Self-Portrait as Exit Wounds কবিতাৰ অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস বিকল্পে, ই হওক বৰষুণে উটুৱাই নিয়া প্ৰতিটো খোজৰ প্ৰতিধ্বনি, বায়ুক বিকল কৰক এখন ডুবন্ত নাৱলৈ প্ৰক্ষিপ্ত এটা নামৰ দৰে, প্ৰদৰ্শন কৰক শিমলুৰ ছাল পদপথৰ…

শিপাৰ খোজ

জোনমণি দাস এটা এটাকৈ তৰাবোৰে তোমাক এৰি থৈ যায়, শিলাখণ্ডত তেজ বঁতিয়ায় যেতিয়া ঘুমটি যায় ৰাতি- আনকি তেতিয়াও মই চকুৰ এন্ধাৰখিনিত চলন্ত সময়ে বৰণ সলোৱা দেখোঁ। কালি ৰাতিও সপোনত হকিঙে হকী খেলি থাকোঁতে নিউটন নাছিল। কিন্তু, মোৰ টোপনিৰ বীথিকাত আছিল…

সৃষ্টিৰ আৰ্ট

 প্ৰয়াগ শইকীয়া  হাৰ্ট প্ৰেমৰ পৃথিৱীত সৃষ্টিৰ সৰ্বোত্তম আৰ্ট সকলোৱে কয় হেড অভাৰ হাৰ্ট ইজিপ্টীয় মামীত সম্পূৰ্ণ ওলোটা সংলাপ মামীৰ দেহত হেড উকা কিন্তু হাৰ্টৰ নিখুঁট বহা মৃত ইজিপ্টৰ প্ৰধান বাসিন্দা অচাইৰিচৰ সভাতো পাপ- পুণ্যৰ ভাৰ পোৱা যায়  হাৰ্টৰ ওজনৰহে কৃপাত…

লিথিয়াম— বেটাৰীৰ হৃদযন্ত্ৰ— এক প্ৰতিশ্ৰুতি— এক প্ৰত্যাহ্বান

 ড০ ভাৰত বৰুৱা লিথিয়াম (সংকেত Li)-ৰ নাম নিশ্চয় সকলোৱেই শুনিছে। এইবিধ মৌলিক ধাতুৱে কেইবাটাও সিদ্ধিজনক কাম কৰিব পাৰে। ই যদি একেবাৰে বিশুদ্ধ ধাতৱ অৱস্থাত থাকে তেন্তে পানীৰ লগত তাৎক্ষণিক বিক্ৰিয়া কৰি জুইশিখা উৎপন্ন কৰে। আনহাতে যেতিয়া লৱণ যৌগ হিচাপে থাকে তেতিয়া বাইপ’লাৰ…

ধনিৰাম দত্ত আৰু অসমীয়া প্ৰকৃতি সাহিত্য

মানস প্ৰতিম দত্ত           প্ৰকৃতি সাহিত্য হ’ল সাহিত্যৰ এনে এটি নৱ্য ধাৰণা য’ত প্ৰকৃতি বৰ্ণন আৰু সংৰক্ষণ দুয়োটা ক্ষেত্ৰৰ সমগুৰুত্ব প্ৰদান কৰা সৃজনশীল পৰিৱেশভিত্তিক সাহিত্যক সাঙুৰি লোৱা হয়। অসমীয়া ভাষাৰ প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰত বাটকটীয়া হিচাপে অভিহিত কৰা প্ৰথমখন গ্ৰন্থই…

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ প্ৰসঙ্গত

আগন্তুক দুটা বছৰৰ কাৰ্যকালৰ কাৰণে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াৰ নিৰ্বাচন হৈ গ’ল৷ ফলাফলো ওলাল৷ ফলাফল ওলোৱাৰ পাছতেই, স্বাভাৱিক প্ৰৱণতাৰ উপৰিফল হিচাপেই ফলাফলক লৈ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশো পালে৷ এনে প্ৰতিক্ৰিয়াসমূহৰ সাৰমৰ্মসমূহৰ ভিতৰত প্ৰধান হৈছে – ক) অৰুণাচল প্ৰদেশৰ অধিবাসী…

দ্য ছুইমাৰছ্

  নিজৰা ৰাজকুমাৰী                                   “আই অ্যাম ছাৰা মাৰ্ডিনি, আই হেভ ন’ কাণ্ট্রি এনিম’ৰ৷” হঠাৎ যদি আপোনজনৰ পৰা আপুনি বিচ্ছিন্ন হৈ পৰে! অভাৱনীয়ভাৱে যদি আপোনাৰ পৰা হেৰাই যায় আৰামদায়ক বাসস্থান, আনকি সপোন পূৰণৰ স্বাধীনতাও?…

বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহ জনগোষ্ঠীৰ ভূমিকা

 ভাস্কৰজিত ফুকন   অসম নামৰ ভূ-খণ্ডত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাৰ ভেঁটিত গঢ় লৈ উঠা অসমীয়া জাতিৰ এক গৰিমাময় ঐতিহ্য আছে৷ এই ঐতিহ্যই ইয়াকে প্ৰতিপন্ন কৰে যে অসমীয়া জাতি এক সমন্বয়ৰ জাতি৷ এয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষিক, সাংস্কৃতিক সমন্বয়ৰ সমাহাৰ৷ জীৱিকাৰ বাবে…