প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থ ‘পৃথিৱীৰ মৰম’
কবিতা ফুকন মানুহ প্ৰাকৃতিক জীৱ। সেয়েহে মানুহ আৰু নৈসৰ্গিক প্ৰকৃতিৰ সম্পৰ্ক অতি নিবিড়৷ ঠিক তেনেদৰে সাহিত্যৰ লগতো প্ৰকৃতিৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে৷ সাহিত্যত ‘প্ৰকৃতি’ শব্দটোৱে সাধাৰণতে নৈসৰ্গিক জগতখনৰ কথা বুজায়; অৰ্থাৎ অৰণ্য, পশু-পক্ষী, নদ-নদী ইত্যাদি এই বিশাল…