পৰিৱৰ্তনৰ স্বৰূপ : সংঘাত আৰু সংশয়
এই বিশাল জগত প্ৰপঞ্চ পৰিৱৰ্তনশীল৷ এতেকে সকলো জাগতিক জীৱনো পৰিৱৰ্তনশীল৷ গতিশীলতাৰ কাৰণেই জগতখন জগত– গচ্চতি ইতি জগতঃ৷ সকলো জাগতিক অস্তিত্বৰে সম্মুখত অনেক সমস্যা অনবৰতে ক্ৰিয়াশীল হৈ থাকে৷ প্ৰকৃততে জীৱই নিজৰ সমস্যাবোৰৰ সমাধান কৰি গৈ থকাৰ মানেই বোধকৰোঁ জীয়াই…