অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো
নৱনীতা ভট্টাচাৰ্য্য (৩) আজি পদ্মনাথ গোহাঞি বৰুৱাৰ ভাষণটোৰ দ্বিতীয় খণ্ডটো ক’বলৈ ওলাইছোঁ৷ এই খণ্ডটোত গোহাঞিবৰুৱাদেৱে অসমীয়া ভাষাৰ ইতিহাস সম্পৰ্কেও যি আলোচনা কৰিছিল সেই বিষয়ে অলপ ক’বলৈ ওলাইছোঁ৷ তেওঁ অসমীয়া ভাষাৰ উৎপত্তিৰ বিষয়ে চমু আভাস দিয়াৰ পাছত অসমীয়া ভাষাৰ প্ৰগতিৰ…