sdblogs2011

sdblogs2011

বানানৰ পদ্য

অনসূয়া বৰঠাকুৰ ভাইটি-ভণ্টিহঁত কওঁ শুনা আজি           বানানৰ কিছু কথা,  ভুলকৈ লিখা বানানে যে কিমান           লগাব পাৰে লেঠা। সেইবাবে ভাষাটো শিকোঁতে        শুদ্ধকৈ শিকিবা বানান, পাঠ্যপুথিৰ লগতে কাকতো চাবা,…

আলসুৱা পখিলা

পূৰৱী তালুকদাৰ  ক’লা বগা হালধীয়া              ৰং-বিৰঙৰ পখিলা, ধুনীয়া পাখি দুখনি সেয়া              সৰু ফুটফুটীয়া । উলাহেৰে উৰি আহে        লাহি পাখি মেলি, ফুলৰ মৌ চুহি খায়             ফুলে ফুলে বহি । পখিলা ধৰিবলৈ মন               আমাৰ মইনাহঁতৰ, সিহঁত কিন্তু উৰি…

লেণ্ড অৱ দ্য ৰাইজিং ছান

মাণিক পাল  মাত্ৰ ডেৰশ বছৰৰ আগলৈকে প্ৰায় দুই শতিকা কাল বাহিৰৰ পৃথিৱীৰ লগত কোনো সম্পৰ্ক নথকা দেশ এখনে আজি বিশ্বৰ তৃতীয় শক্তিশালী অৰ্থনৈতিক দেশ ৰূপে পৰিগণিত হৈছে৷ প্ৰাকৃতিক সম্পদৰ অভাৱ, ঘনেঘনে হৈথকা বৃহৎ প্ৰাকৃতিক দুৰ্যোগ আৰু দুটাকৈ বৃহৎ আৰু ভয়ংকৰ…

বাটৰ ৰজা হোৱাৰ নাট

হেমচন্দ্ৰ কছাৰী চালকসকল বহু সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে নহ’বইবা কিয় বহুতে বাটত জুই জ্বলাই নিজৰ লগতে আন কাৰোবাৰ নহয় কাৰোবাৰ ঘৰলৈ এন্ধাৰ নমাই আনে কেতিয়াবা এনে লাগে বাটৰ ৰজা হোৱাৰ বাসনাই যেন বহুতকে আমনি কৰে বিজ্ঞলোকে কৈছে– ‘ফেঁচাৰ দৰে…

সপোন

নীলাক্ষী চলিহা গগৈ   গাৰুটো ওলোটাই দিলোঁ।  সপোন তই মংগলময় হ।   বগেনভিলিয়া ফুল বচা ব’ম্বে ডায়িঙৰ ক’ভাৰ। ধুনীয়া।    দুৰ্দিনৰ সপোনেৰে সাৰ পাই এনেকৈয়ে  চলি যায়  সকলো সহজে আমাৰ!   দিনৰ পোহৰত বুকু ফুলাই ঘুৰি ফুৰোঁ কঢ়িয়াই  ফুঁৰো ৰঙীণ …

ওমলা পদ্য

 অৰুণ গগৈ   ভেকুলী গৈছিল ভাওনা চাবলৈ বাটতে ওলালে সাপ সাপ দেখি জাপ  দিলে মস্ত এটা ঢাপ ৷   বান্দৰী পেহীয়ে সুন্দৰী হৈ পিন্ধি ল’লে চাদৰ ডিঙিটো পিন্ধিল মণি এধাৰি জিলিকি আছে বাখৰ।     ৰংদৈ জেঠাইয়ে মংগলদৈত  বিক্ৰী কৰিলে খালৈ…

অবিনাশী সত্তা

ৰাজেন দাস (হিমাক্ষী ডেকালৈ শ্ৰদ্ধাৰে)   বয়স হ’লে ভয় লাগে জন্মদিনে যে এবছৰকৈ বুঢ়া কৰি যায় ডেকা কৰাৰ মনো বছৰি উকলি থাকে  উভতি নাহে এতিলমানো ভালপোৱা   তোমাৰ কথা মনত পৰিলে সাহস বাঢ়ে তুমি যে ভালপোৱাক দুখ নিদিয়াঁ নিজৰ মাজতে…

সময়

অংকুৰিতা ফুকন ‘স’য়ে বোলে কাণ সুৰসুৰালে বৰষুণ সৰে বাট-পথ বোকা হ’লে মানুহ পিছলি পৰে…   ‘ম’য়ে বোলে মঘাই হালোৱাৰ বোকালৈ বৰ ঘিণ পিছে পথাৰত নামিলেহে পথৰুৱাৰ চিন…   ‘য়’য়ে বোলে য়াকৰ শৰীৰ নোমেৰে আৱৰা প্ৰকৃতিৰ মহিমা কেৱে বুজিব নোৱাৰা…   ‘স’…

সৰ্প-দংশন

মূল : কেশৱ শংকৰ পিল্লাইৰ  “স্নে’ক-বাইট” অনুবাদ : বিদিশা দত্ত এদিন ঘৰৰ চোতালত মই সৰু সাপ এটা দেখা পালোঁ। সাপটো লাহে লাহে বগাই আহি আছিল। মোক দেখা মাত্ৰকে সি তৎক্ষণাৎ ওচৰতে পৰি থকা নাৰিকলৰ কোৰোকা এটাৰ ভিতৰত সোমালগৈ। মই লাহেকৈ…

ৰঘু বাচফৰ

শিল্পীকা ৰাজগুৰু ৰঘু বাচফৰক শঙ্খলীনাই লগ  পাইছিল এক অগতানুগতিক পৰিস্থিতিত।  তাইৰ  দৈনন্দিন জীৱনটো  আচলতে অতিশয় ব্যস্ততাময়, মহানগৰীৰ  এখন প্ৰাইভেট কলেজত তাই শিক্ষকতা  কৰে। পুৱা সূৰ্যোদয়ৰ পৰা ওৰেটো দিন কৰ্মব্যস্ততাৰ অন্তত আবেলি পৰত হে অকণ সময় তাই নিজলৈ বুলি আহৰি পায়।…