উৎকৃষ্ট গদ্যৰ সন্ধানত
ড০ খগেশ সেন ডেকা প্ৰস্তাৱনা : মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰকৃতি জগতত নিৰ্দিষ্ট বাচিক ধ্বনি-ৰীতি আৰু তাৰ সৈতে অৰ্থৰ…