টিটু
নিৰু দত্ত ধনটিহঁতৰ ঘৰৰ লাকীয়ে কাতি বিহুৰ পাছতে ছটা পোৱালি দিলে৷ চুবুৰীৰ ল’ৰাজাকে চকু নেমেলাৰে পৰা কোনটো কোনে পুহিবলৈ নিব আলচ কৰে৷ ছটা ল’ৰা-ছোৱালীৰ মাজৰ দুটাৰ ভাগত নপৰে বাবে সদায় আবেলি খেলৰ শেষত কাজিয়া হয়৷ তথাপি সিহঁতে মিলিজুলি লাকীক খোৱা…
নিৰু দত্ত ধনটিহঁতৰ ঘৰৰ লাকীয়ে কাতি বিহুৰ পাছতে ছটা পোৱালি দিলে৷ চুবুৰীৰ ল’ৰাজাকে চকু নেমেলাৰে পৰা কোনটো কোনে পুহিবলৈ নিব আলচ কৰে৷ ছটা ল’ৰা-ছোৱালীৰ মাজৰ দুটাৰ ভাগত নপৰে বাবে সদায় আবেলি খেলৰ শেষত কাজিয়া হয়৷ তথাপি সিহঁতে মিলিজুলি লাকীক খোৱা…
পাপৰি গোস্বামী প্ৰিয় পাঠক, শিৰোনামা দেখি হয়তো আপোনালোকে ভাবিছে গল্পৰ কাহিনীটো আধুনিক ধৰণৰ৷ অথবা কাহিনীৰ আধাৰত মূল চৰিত্ৰসমূহ ‘গ্লেমাৰাছ’ অৰ্থাৎ আকৰ্ষণীয় হ’ব৷ পিছে, আৰম্ভণিতে জনাই থওঁ যে গল্পটোৰ পটভূমি বিংশ শতিকাৰ নব্বৈৰ দশকৰ এখন সৰু চহৰ ৷ চহৰখনৰ পৰা তেতিয়াও…
কল্যাণী দত্ত “হ’ল বুলিয়েই এনেকে মানুহ থাকিব পাৰিনে হেৰৌ! কাৰো মাত বোল নাই, কাৰো ক’লৈকো আহ-যাহ নাই৷ আমি কিবা নিবোকা গ্ৰহৰ প্ৰাণী নে মানুহ এটা নেদেখাকৈ অতদিন থাকিব পাৰিবলে!” ৰাতিপুৱাৰে পৰা চকু জাপ নোখোৱালৈকে এইকেইদিন এইখনেই ৰচনা হৈছে…
অমৃত গোস্বামী “ভাড়া কিমান দিম?” অটোৰিক্সাখনৰ পৰা নামি চালকজনক সুধিছিলোঁ৷ তেখেতে হাঁহি এটা মাৰি ক’লে— “এনেয়ে এশ টকা হয়৷ আপোনাকনো আৰু কি ভাড়াৰ কথা ক’ম? আপুনি সকলো জানেই দেখোন—দিয়কচোন যি দিয়ে৷” এটা গতানুগতিক সন্ধিয়া৷ পৰিবাৰৰ সৈতে লাষ্টগেটৰ ফালে যাবলগীয়া হৈছিল,…
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, চতুৰ্থ অধ্যায় নতুন খোজবোৰ দিল্লীত শীতকালটোত বেছিয়েই জাৰ পৰে আৰু গ্ৰীষ্মকালটোত বেছিয়েই গৰম। বতৰ সাধাৰণতে শুকান আৰু ৰুক্ষ। কিন্তু তাৰ মাজতো এই ধূলিয়ৰি ৰাজধানী চহৰখনলৈয়ো বসন্ত আহে, আহে শৰৎ। মোৰ গৰ্ভত মোৰ কণমানিকণে থিত লোৱাৰ সময়ত…
জোনমণি দাস অকলে থাকিলে নৈখনে ৰিং মাৰি মাতে, বাটে বাটে বগৰীৰ জেং … আবতৰত বৰতি সলাই বুলনি ছেৱত মই কাক কাষলৈ মাতোঁ কাৰ বাবে ছিটিকা পাতোঁ ফুলৰ বিছনাত আলি নমনা এন্ধাৰে বুজালেও নুবুজে মোৰ মাটি-মাহী মনৰ কেঃচকলি কথা আহুধানে…
চন্দ্ৰ কুমাৰ বড়া গাঁৱত বাঘবোৰ বাঘ হৈ নাথাকে ফেউৰা হৈ যায় ক’লৰৱ শুনি শিশুৰ কিৰিলি শুনি কিশোৰৰ নিশ্চুপ হৈ যায় বাঘ বাঘৰ গোঁজৰণি নাথাকে নাথাকে দাঁত-নখ তীক্ষ্ণ বাঘবোৰ নাথাকে বাঘ হৈ কুকুৰ হৈ যায় ডবা বাজে…
দেৱজিৎ ভৰালী সম্প্ৰতি গণতান্ত্ৰিক প্ৰমূল্যৰ যি অস্বাভাৱিক আৰু অভাৱনীয় অৱক্ষয় ঘটিছে, তাকে লৈ সচেতনচাম চিন্তিত হৈছে৷ গণতন্ত্ৰক মষিমূৰ কৰিব পৰা প্ৰতিটো কাৰ্যৰে অহেতুক কুচকাৱাজ চলিছে৷ “ভোটৰ” হেৰফেৰ, চৰকাৰমুখী নিৰ্বাচন আয়োগ, স্বাধীনচিতীয়া চৰকাৰী প্ৰশাসন যন্ত্ৰৰ ওপৰত শাসকীয়ৰ ভিন্নমাত্ৰিক হেঁচা প্ৰয়োগ, সংবাদ…
দেৱাশিস হাজৰিকা মোৰ আই আৰু পিতাইৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল সাধুটোৰ নায়কজনৰ সমান সুখী হেনো আৰু পৃথিৱীত আন কোনোৱেই নাই তেঁও আছিল পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা আত্মা! আইয়ে এদিন এটকীয়া মুদ্ৰা এটাক…
পৰিস্মিতা বৰদলৈ পাত সৰি লঠঙা হোৱা ডালডালেই কি ফাগুন! হয়তো নহয়! লঠঙা ডালত জান-নেজানকৈ সেই যে সেউজীয়া কুঁহি সেই সম্ভাৱনাইতো ফাগুন৷ ধূলিয়ৰি পথ আৰু সৰাপাতৰ খৰমৰণি তাৰমানেই কি ফাগুন! ওঁহো,এজাক বৰষুণৰ সম্ভাৱনা আৰু আগতীয়া বসন্তৰ উন্মাদনা তাৰমানেহে ফাগুন!…