ধূলি poem-utpal-barkotoky-february-2026
উৎপল বৰকটকী মৃত্যুৰ সমীপত ৰৈ বুজিলোঁ জীৱন — এটি ধূলিতকৈও নগণ্য মানিব খুজিলেও মনে নামানে দেহটোক জীয়ন দি ৰাখিছোঁ ৷ ম’বাইল – ৮১৩৩০-১০০৬৩, ইমেইল: borkatakiutpal@gmail.com
উৎপল বৰকটকী মৃত্যুৰ সমীপত ৰৈ বুজিলোঁ জীৱন — এটি ধূলিতকৈও নগণ্য মানিব খুজিলেও মনে নামানে দেহটোক জীয়ন দি ৰাখিছোঁ ৷ ম’বাইল – ৮১৩৩০-১০০৬৩, ইমেইল: borkatakiutpal@gmail.com
যোৱা তিনিটা দশক জুৰি অসমৰ সমাজ জীৱনলৈ ভালেমান পৰিৱৰ্তন আহিছে৷ বিশেষকৈ খেৰ-বাঁহৰ ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হৈছে, গাঁৱে-ভূঞে ৰাস্তা-ঘাটবোৰ ভাল হৈছে, বিজুলী সৰবৰাহৰ ব্যৱস্থা পূৰ্বতকৈ উন্নত হৈছে ইত্যাদি৷ এনে পৰিৱৰ্তনবোৰৰ সমান্তৰালকৈ আন এক প্ৰকাৰ পৰিৱৰ্তনো ঘটিছে অসমৰ সমাজ…
কবি : এন্দ্ৰি এডি, হাঙ্গেৰী অনুবাদ : ড° ৰঞ্জিত দত্ত আমি মানুহ যি সদায়েই পলমকৈ চলোঁ, আমি মানুহ আমি আহিছোঁ দূৰ -সুদূৰৰ পৰা। আমাৰ খোজবোৰ সদায়েই ক্লান্তিকৰ আৰু চিৰদিনেই বেদনাক্লিষ্ট। আমি এনে মানুহ যি সদায় পলমকৈয়ে চলোঁ শান্তিৰে কেনেকৈ মৰিব…
যোৱা তিনিটা দশক জুৰি অসমৰ সমাজ জীৱনলৈ ভালেমান পৰিৱৰ্তন আহিছে৷ বিশেষকৈ খেৰ-বাঁহৰ ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হৈছে, গাঁৱে-ভূঞে ৰাস্তা-ঘাটবোৰ ভাল হৈছে, বিজুলী সৰবৰাহৰ ব্যৱস্থা পূৰ্বতকৈ উন্নত হৈছে, মানুহে একো এটা নকৰাকৈয়ে মাহে মাহে কিছু বিনামূলীয়া দৈনন্দিন জীৱনৰ…
মূল : ৰিচার্ড ব্ৰটিগান (Richard Brautigan) অসমীয়া অনুবাদ : কুমুদ ঘোষ ৰোমিঅ’ আৰু জুলিয়েট মোৰ বাবে তুমি যদি প্ৰাণ দিয়াঁ ময়ো তোমাৰ বাবে প্ৰাণ দিম আৰু আমাৰ সমাধিবোৰ হ’ব দুই প্ৰেমিক-প্ৰেমিকাৰ দৰে, যিয়ে ধোবাৰ ঘৰত একেলগে কাপোৰ থুকুচে তুমি…
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জোনালী নিশা তৰা লেখি লেখি হ’লো মই আত্মহাৰা হ’লো মই আত্মহাৰা সেয়েহে মনৰ মুক্ত নিজৰা শান্তি সুষমা ধাৰা… মধু মালতীৰ গন্ধ মুক্ত বায়ু ছন্দ … …
ড° বুলজিৎ বুঢ়াগোহাঁই কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্ৰুতগতিত শিক্ষা, চিকিৎসা, উদ্যোগ, প্ৰশাসন আদি বহু ক্ষেত্ৰত প্ৰৱেশ কৰিছে, তথাপিও কিছুমান পেছা আছে যাক বৰ্তমানেও সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্বাৰা সলনি কৰা অতি কঠিন বা প্ৰায় অসম্ভৱ৷ এই পেছাবোৰত মানুহৰ অনুভূতি, সহানুভূতি, নৈতিক বিচাৰ,…
গোৱিন কুমাৰ খাউণ্ড অৱশেষত শৰৎ শৰ্মাই সৰগী বন্ধ কৰাৰ সিদ্ধান্ত লʼলে। জৰিগুৰিৰ মানুহৰ প্ৰতিবাদত সেওমানি সৰগী বন্ধ কৰিবলৈ ওলোৱা নাই ওলাইছে নিজৰ ল‘ৰাটোক ৰক্ষা কৰিবলৈহে। বহুতেই পৰামৰ্শ দিছিল এইবুলি, সৰগী বন্ধ কৰিলেহে আপুনি আগৰ দৰে মানুহৰ মৰম-চেনেহ পাব। শৰ্মাই কিন্তু…
ধন দাস তোমাক ভাল পাম নে ৰেচনৰ চাউল খাই বিদ্ৰোহৰ কথা ভাবিম তোমাৰ চকুত চকু থৈ বিশ্বাস কৰা বুলি ক’ম নে ধুমুহা বৰষুণৰ পৰা আবৰি ৰাখিম সবল-শালিনতাৰে তোমাক দেহৰ ভাঁজৰ কথা সুধিম নে সুখ নামৰ কাইলৈ এটাৰ বাবে বিষৰ বিছনাত…
ৰুদ্ৰ সিংহ মটক একো নাজানো যদিও ক’বলৈ ক’লে মই ভালপোৱাৰ কথাই কম এবেলামান যদিও ভালপোৱাৰ বিষয়ে বিশেষ একোৱেই নাজানো, মাথো জানো ভালপোৱা খাদ্যবোৰ চাকি চাবলৈকে ভগৱন্তই জিভাখন দিছে ৰসাল মাঘী কুঁহিয়াৰ চোবাবলৈকে বত্ৰিশটাকৈ দাঁত অ ক’বলৈকে পাহৰিছিলো, ভালপোৱাৰ দৰে ভাল আন…