কোৱাণ্টাম মধ্যাকৰ্ষণ আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য
ড° অনিল চন্দ্ৰ বৰা বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ আৰম্ভ হ’ল সেইটো জানিবলৈ মানুহে বিভিন্ন ধৰণেৰে যত্ন কৰি আহিছে৷ তাৰে দুটা পন্থা হ’ল ধৰ্ম আৰু বিজ্ঞান৷ আমাৰ ভৰসা বিজ্ঞানতহে৷ এই ৰহস্য জানিবলৈ হ’লে সময়ৰ আৰম্ভ হওঁতে শুদ্ধভাৱে প্ৰয়োগ হ’ব পৰা তত্ত্বৰ প্ৰয়োজন৷…