sdblogs2011

sdblogs2011

ভোগালী

 হৰেকৃষ্ণ ডেকা     পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে ভোগালীৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷ দিহিঙে-দিপাঙে যিসকলে কিবা বিচাৰি আছা সকলো আহা, জ্ঞাতি-গঞাই বিচাৰে, তোমালোকেও এসাজ লগে-ভাগে খোৱা,…

ব্লেক এণ্ড হোৱাইট

মানস প্ৰতিম দত্ত   গছ আছিল নৈ আছিল   ছাঁ আছিল বতাহ-বৰষুণ-সপোন আছিল   মানুহ আহিল   এতিয়া ক’লৈ যাওঁ গছ, নৈ নোহোৱা পৃথিৱীত   আপাততঃ মই আছো মই নাই… ***

আশাবাদী সমীকৰণ Poem February 2026

অঞ্জুমণি ভৰালী এখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষাএডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়াএকাপ ফিল্টাৰ কফি.. গৰম…যিমান দূৰলৈ চাব পাৰিগোটেই বাটতো লানি পাতি থকা গাড়ীবোৰৰৈ থকাৰ বিচিত্ৰতা..বিভিন্নতামোৰ পদাৰ্থ বিজ্ঞানৰ অংকবোৰলৈ মনত পৰিছেKE = ½mv²আৰু ফ্ৰিকচনআমি যে ইয়াত ৰৈ থাকিও গৈ আছোঁ আচলতেহিচাপ কৰাঁচোন…

কমলা বৰগোহাঁইৰ গল্প : সংবেদনশীলতা আৰু মননশীলতা প্ৰতিনিধি (গল্পচৰ্চা)

ড॰ অসীম চুতীয়া   কমলা বৰগোহাঁই আধুনিক অসমীয়া গল্পসাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ৷ তেওঁ সেইসকল লেখকৰ ভিতৰত অন্যতম যিয়ে সমাজৰ বাহ্যিক ঘটনাক মাথোঁ কাহিনীৰ আধাৰ হিচাপে ব্যৱহাৰ কৰি মানুহৰ অন্তৰ্জগত, মানসিক সংকট আৰু নৈতিক দ্বন্দ্বৰ গভীৰ অনুসন্ধান কৰে৷ কমলা বৰগোহাঁইৰ সাহিত্যিক…

টাৱাৰ অফ ছাইলেঞ্চ

নৱ ৰাজন শৱটো শুৱাই থৈ কিছুপৰ তাতে জিৰালোঁ বহু বাটৰুৱা পাৰ হৈ গ’ল কাৰোবাৰ লোলুপ চাৱনি কাৰোবাৰ কিৰিলি বুজিলোঁ– মৃত্যুৰ পাছত একো বাকী নাথাকে এন্ধাৰৰ খিৰিকী খুলি  উৰি গ’ল  বুকুৰ পোহনীয়া জোনাকী চমকি উঠিল ‘টাৱাৰ অফ ছাইলেঞ্চ’ জিলিকি উঠিল– ‘হাঁহিবলৈ…

চিৰন্তন

  মৃদুল শৰ্মা বৰ হেঁপাহৰ ঘৰখন বাসিন্দাসকলৰ   ইজন সিজনৰো   অতিথিসকলকো আদৰে হাঁহিমুখে যদিও অপেক্ষাত নৰয় কোনো অতিথিৰ বাবে   যাৰ বাবে প্ৰত্যেকেই প্ৰতীক্ষাৰত সি কাকো হাঁহিবলৈ নিদিয়ে   তাক কোনেও আদৰি নলয় হাঁহিমুখে   কিন্তু সি নহাকৈ নাথাকে…

শীলভদ্ৰৰ চুটিগল্পত প্ৰান্তীয়তা আৰু আঞ্চলিকতাবাদ

 ড০ ভাস্কৰ ভূঞা          নামনি অসমৰ বিশেষকৈ ধুবুৰী, গোৱালপাৰা আদি জিলাসমূহৰ প্ৰান্তীয় অঞ্চলৰ জন-জীৱনৰ সামাজিক, ভাষিক, সাংস্কৃতিক পটভূমিক কেন্দ্ৰ কৰি এগৰাকী পৰ্যবেক্ষকৰ দৃষ্টিভংগীৰে জীৱনৰ মধ্য বয়স (৪০বছৰ বয়স)ত সাহিত্য ৰচনা কৰিবলৈ আৰম্ভ কৰা ৰেৱতীমোহন দত্ত চৌধুৰী বা ‘শীলভদ্ৰ’ৰ সাহিত্যৰাজিৰ…

গোলাম

দাদুল ভূঞা   ধৰ্মৰ অঁৰিয়াঅঁৰিত উদং হোৱা সভ্যতাৰ উলম্ব আকূতিত জাহ যাবলৈ ধৰা ঘোঁৰা এটাক সিদিনা মিছাকৈয়ে পিন্ধাইছিল স্বাধীনতাৰ লেকাম   অস্তাবলত হিঁ-হিঁয়নি তুলি ঘোঁৰাটোৱে চিঞৰিলেও নিমাতে টোপনি গৈছিল ৰজা চন্তৰীয়ে জাগি থকা মানুহৰ বিপক্ষে অপৰাধনামা লিখি হুকুমলৈ বাট চাই…

গীতালি বৰাৰ ‘বৈষম্যবাদ’: এটি চমু আলোচনা

 ড° বিৰিঞ্চি কুমাৰ দাস   সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী আগশাৰীৰ গল্পকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা গীতালি বৰাৰ শেহতীয়া গল্প সংকলন ‘বৈষম্যবাদ’ সম্পৰ্কে ইতিমধ্যে বহু আলোচনা-বিলোচনা হোৱা দেখা গৈছে৷ কেতবোৰ স্বকীয় গুণেৰে এই সংকলনখনৰ গল্পসমূহে কিছু সচেতন পাঠকৰ মনোযোগ যে…

অসমৰ আপুৰুগীয়া বনজ সম্পদ ‘বনচোম’: ইতিহাস আৰু বৰ্তমানৰ অৱস্থিতি

 ড০ সঞ্জীৱ বৰুৱা      বনচোম অসমৰ পৰিৱেশৰ লগত অভিযোজিত হোৱা স্থানীয় আৰু অৰ্থনৈতিকভাৱে লাভজনক উদ্ভিদৰ এটা প্ৰজাতি যাক ‘অসম চেগুন’ বুলিও কোৱা হয়৷ অৰ্থনৈতিক দিশৰ পৰা চাবলৈ হ’লে বনছুম উত্তৰ-পূব ভাৰতৰ আচবাব বজাৰত উচ্চ চাহিদাযুক্ত কাঠৰ এক প্ৰজাতি৷ ইয়াৰ…