অকণিয়ে অঁকা ছবি
অংকন: ভৃয়ান্ত দাস, আৰ্টভিলা ভৱানীপুৰ অংকন: হিয়াস্মীতা মেধি,আৰ্টভিলা ভৱানীপুৰ, প্ৰথমা বৰ্ষ অংকন: অংকীয় প্ৰতিম দাস, আৰ্টভিলা ভৱানীপুৰ অংকন: হৰ্ষালী ডেকা, আৰ্টভিলা ভৱানীপুৰ ,প্ৰথমা বৰ্ষ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
অংকন: ভৃয়ান্ত দাস, আৰ্টভিলা ভৱানীপুৰ অংকন: হিয়াস্মীতা মেধি,আৰ্টভিলা ভৱানীপুৰ, প্ৰথমা বৰ্ষ অংকন: অংকীয় প্ৰতিম দাস, আৰ্টভিলা ভৱানীপুৰ অংকন: হৰ্ষালী ডেকা, আৰ্টভিলা ভৱানীপুৰ ,প্ৰথমা বৰ্ষ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
মদাৰজ্যোতি বতাহৰ পকনীয়াই কি কি উৰুৱাই নিলে তাকে চালোঁ চৌপাশে কোমল শয্যাৰ বাবে ধূনি থোৱা তুলাবোৰ পৰুৱাবোৰে কঢ়িয়াই নিয়া ঘৰচিৰিকাৰ পাখি ক’তো একো নাই মূষলধাৰ বৰষুণে তিয়ালে কি কি বৰকচুৰ পাত নিলগাই চালোঁ বেঙৰ মাতবোৰ সাবটি গাত হেৰুওৱা কেঁচু জিলিৰ…
দিগন্ত শইকীয়া চহৰৰ ওপৰেৰে ধুমুহা গছবোৰ! গৰ্ভলৈ প্ৰসাৰিত শিপাৰ ঠেঙুলি ঢাপ চোতাল সৰাপাতৰ সাগৰ সকলো সৰাপাত পশুৱেও নাখায় অলক্ষিতে ধূলি ধূলিৰ পৰা ধূলি (উপনিষদ বৰ্ণিত মৃত্যুৰ ধূলি) ক্ৰমশঃ মটীয়া আকাশ ফাটি পৰোঁ পৰোঁ ৰূপালী…
আপুনি আপোনাৰ কৰ্মক্ষেত্ৰৰ পকীঘৰটোৰ চুকবোৰত তামোলৰ পিক পেলায়নে? আপুনি আপোনাৰ কাষৰ উচ্চ শিক্ষানুষ্ঠানৰ কোঠাবোৰৰ চুকত, তাৰ প্ৰস্ৰাৱাগাৰৰ চুকবোৰত পাণ খোৱা পিক, তামোলৰ পিক পেলায়নে? এনেকুৱা দুৰ্ভাগ্যজনক প্ৰশ্নবোৰৰ সৈতে মুখামুখি হওঁ আৰু অসহায় হৈ মাজে মাজে জবাবদিহি হওঁ ঃ কি কৰি…
অধ্যায় ৩ অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত ৰঘুৰ অগ্নিপৰীক্ষা কিছুদিন গ’ল- ইক্ষ্বাকুকুলৰ উত্তৰাধিকাৰে সুদক্ষিণাৰ গৰ্ভত ল’লে থিত। সখীসকলে দেখিলে ৰাণীৰ কৌমুদী মুখ স্বামীৰ বাবে এই বাৰ্তা পৰম আকংক্ষিত। অথেপ্সিতং ভর্তুৰুপস্থিতোদয়ং সখীজনোদ্বীক্ষণকৌমুদীমুখম্| নিদানমিক্ষ্বাকুকুলস্য সংততেঃ সুদক্ষিণা দৌহৃদলক্ষণং দধৌ || ৩-১||…
ড০ স্মৃতিমালা শৰ্মা আকৌ সেই গোন্ধটোৱে মোক মতলীয়া কৰিছে। মই কেইবাটাও উজাগৰী ৰাতি পাৰ কৰিছোঁ। দিনে-ৰাতিয়ে গোন্ধটোৱে মোক মোহাচ্ছন্ন কৰি ৰাখিছে। অফিচৰ কোনো কামতে মই মন বহুৱাব পৰা নাই। কিমানটা ফাইল পৰি আছে। আচলতে কি হৈছে মই ধৰিব পৰা…
ড° বিৰিঞ্চি কুমাৰ দাস আলি স্মিথ হৈছে সাম্প্রতিক কালৰ ইংৰাজী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক, যাৰ এতিয়ালৈকে প্ৰকাশিত বাৰখন উপন্যাসৰ প্ৰতিখনেই বিশ্বৰ সাহিত্যানুৰাগীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ১৯৬২ চনৰ ২৪ আগষ্টত স্কটলেণ্ডৰ ইনভাৰ্নেছ নগৰত জন্ম গ্ৰহণ কৰা স্মিথে নাটক…
পঙ্কজ প্ৰতিম বৰদলৈ কৰ’না মহামাৰীৰ ব্যাপক প্ৰভাৱে সমাজৰ সৰ্বস্তৰৰ লোককে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আক্ৰান্ত কৰিছে। মহামাৰীৰ এই ব্যাপকতালৈ চাই ইয়াৰ নিয়ন্ত্ৰণক লৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহক লৈও বহু প্ৰশ্ন উত্থাপন হৈছে। বিশেষজ্ঞসকলে গুৰুত্ব দিয়া এটা উল্লেখযোগ্য দিশ হৈছে এনে ধৰণৰ মহামাৰীৰ…
ড° পোনা মহন্ত টিৰাপ সীমান্ত দেখিলোঁ মোৰ ওপজা ঠাই চলিহা বাৰেঘৰ সত্ৰ আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অধিবাসী নক্তে জনগোষ্ঠীয় লোকসকলৰ মাজৰ প্ৰায় চাৰিশ বছৰীয়া পুৰণি সামাজিক–সাংস্কৃতিক সম্পৰ্কৰ কথা আগতে কৈ আহিছোঁ৷ বিদেশী চৰকাৰে ‘ইনাৰ লাইন পাছ’ আইন প্ৰৱৰ্তন…
ড° ভাৰত বৰুৱা আমাৰ শৰীৰৰ পৰা নিক্ষেপিত হোৱা বিষাণু বা ভাইৰাছক আমি আজিৰ যুগত “এৰ’ছ’লাইজড্ ভাইৰাছ” বুলি কওঁ। এই এৰ’ছ’লাইজড্ ভাইৰাছ মূলতে এক কণিকা বা তেনেই ওজনহীন টোপোলা য’ত ভাইৰাছ, বিভিন্ন গেছ, আৰু শৰীৰৰ অন্য জৈৱিক আৰু অজৈৱিক পদাৰ্থ,…