হেৰাই যোৱা মন্দিৰৰ সাধু
মূল: সুধা মূৰ্তি অনুবাদ: স্ৰোতস্বিনী তামুলী তৃতীয় খণ্ড নুনিয়ে গাড়ীৰ পৰা নামিয়েই দেখিলে আজ্জী সকলোকে চাহ দিয়াত ব্যস্ত হৈ আছিল। তাই আইতাকৰ কাষলৈ গৈ তেওঁৰ ভৰি চুই সেৱা কৰে। আজ্জীয়ে তাইক সাৱটি ধৰিলে। তাই দেখিলে মহাদেৱ কাষেৰে…