আধুনিক অসমীয়া কবিতা আৰু নীলমণি ফুকন
(অসমৰ জাতীয় কবিৰূপে সন্মানিত, দেশৰ সাহিত্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠেৰে সন্মানিত, কবিৰত্ন, কবিসূৰ্য, কবি শিৰোমণি, কাব্যভীষ্ম, কবিপিতা আদি অশেষ বিশেষণেৰে মণ্ডিত কবি নীলমণি ফুকন। বহুদিনৰেপৰাই তেখেতক লৈ এটা বিশেষ সংখ্যা প্ৰকাশৰ পৰিকল্পনা আছিল অন্যযুগৰ। এই বিশেষ সংখ্যাটো প্ৰকাশ কৰিবলৈ পাই অন্যযুগে…