sdblogs2011

sdblogs2011

নীলমণি ফুকন, অবাক আদিশুভ্ৰ ৰূপৰপৰা সবাক স্তৰলৈ : এক স্বতন্ত্ৰ কাব্যধাৰাৰ ৰেখাচিত্ৰ

 জীৱন কিশোৰ             কবি নীলমণি ফুকনৰ কাব্যিক বিৱৰ্তন সম্পৰ্কে আলোচনা যথেষ্টখিনি হৈছে। কোন উৎসৰ পৰা কি কি কাৰণত প্ৰভাৱিত হ’ল, কিহে অভিভূত কৰিলে আৰু কোনখিনি তেওঁ কি চিন্তা-চেতনাৰে সমৃদ্ধ হৈ পৰিমাৰ্জন কৰি সাৰভাগ পাঠক সমাজৰ বাবে আটোম-টোকাৰিকৈ সজাই…

নীলমণি ফুকন : এক সামগ্ৰিক দৃষ্টিপাত

 হৰ্ষবৰ্দ্ধন          বৰ্তমান একাংশই আমাৰ আইৰ মুখৰ ভাষাটোৰ ভৱিষ্যতক লৈ সন্দেহ প্ৰকাশ কৰা দেখা গৈছে। অৱশ্যে বাস্তৱিকতে চিন্তাৰ থল নথকাও নহয়। কিন্তু শেহতীয়াকৈ ২০২১ চনত নীলমণি ফুকনে ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ লাভ কৰা ঘটনাটোৱে যেন ভাষাটোৰ টুটি…

বুকুৰ বুদ্ধ

প্ৰয়াগ শইকীয়া কৈশোৰৰ কথা, আমি নবম মানত, শ্ৰেণীকোঠাত আমাৰ নমস্য শিক্ষাগুৰু ৰোহিত বেজবৰুৱাছাৰে এজন এজনকৈ ছাত্ৰবন্ধুসকলক থিয় কৰাই এটা প্ৰশ্ন সুধিছে, কবিতা কি ? ছাৰৰ প্ৰশ্নৰ উত্তৰ কোনেও দিয়া নাই। সকলোৱে কবিতা লিখিবলৈ আৰম্ভ কৰা এই অভাজনলৈ চাই আছে । …এই…

‘বসন্তৰ পক্ষী (১) কুলি-কেতেকী’ শীৰ্ষক প্ৰবন্ধ সম্পৰ্কীয় আলোকচিত্ৰ

পশ্চিমবংগত দেখা বেঙুনীয়া কুলি মেঘদূতত চাটক পক্ষী ছবিত পাতি কাউৰীৰ কণী (ডাঙৰ) আৰু কুলি চৰাইৰ কণী ( সৰু) ইউৰেছীয় ঢাপলিকা (পোষক চৰাই)-ই কুলি প্ৰজাতিৰ পোৱালিক আহাৰ যোগান ধৰিছে

চৰাই চিনো আহক – ১

 হেমন্ত কুমাৰ গগৈ প্ৰকৃতিৰ ৰম্যভূমি অসম। এইখন অসমতেই বিভিন্ন প্ৰজাতিৰ ৰঙ বিৰঙৰ চৰাইৰ বাসস্থান। তাৰে কিছুমান স্থানীয় আৰু আন কিছুমান পৰিভ্ৰমী। সমীক্ষা মতে অসমত প্ৰায় ৯৫০ বিধ প্ৰজাতিৰ চৰাই পোৱা যায়। ভাৰতবৰ্ষত পোৱা সৰ্বমুঠ চৰাইৰ প্ৰজাতিৰ আধাতকৈ বেছি অসমত পোৱা…

কৌতুকৰ ৰহঘৰাত এভুমুকি

 সঞ্জীৱ  সভাপণ্ডিত          হাইস্কুলত পঢ়ি থকা সময়ত কৃপাবৰ বৰবৰুৱাৰ উইলখন পঢ়িছিলোঁ৷ বৰ হাঁহি উঠিছিল৷ চেঙেলী মাছ–গৰৈ মাছ আদি যে আমালৈ থৈ গৈছে ভাবি কৃপাবৰৰূপী ৰসৰাজ বেজবৰুৱাৰ কথালৈ কটাক্ষ কৰিছিলোঁ– থৈ যাবলৈ আৰু বস্তু পোৱা নাই! ধন-সোণ-মণি-মুকুতা দি যাব নোৱাৰিলে; এইবোৰ…

নিউৰ’টিক পেইন

বিপুল কুমাৰ দিহিঙীয়া গ্যেটেৰ ‘মেৰিয়েনবাদ ইলিজি’ মই কি নাম দিম…   কি নাম দিম ঈশ্বৰ। ‘নিউৰ’টিক পেইন’। চাব্বাছ। সৰ্পিল অৰণ্যৰ বাটেৰে অহা-যোৱা প্রেম বিচাৰি। প্ৰেৰণা বিচাৰি চৰাইৰ ডেউকাৰ সহায় লওঁ ব্ৰহ্মপুত্ৰৰ চাপৰি। মৰম বিচাৰি টিৰাপ সীমান্ত বগালোঁ ৰাতিৰ জোনাক। বগলীৰ…

যুদ্ধভূমিত জীৱনৰ কবিতা

 গায়ত্ৰী দেৱী বৰঠাকুৰ   (এক) দ্বিতীয় মহাসমৰৰ বিভীষিকা  পানী কৰি অ’লহা   নীলকণ্ঠ বীৰ যোদ্ধা    অ’লহাৰ বাসন্তী  বুকুত ফুলে মাতৃভূমিৰ স্বৰ্গাদপি গৰীয়সী ভালপোৱা  কিয়েভত অ’লহা দুই ওঁঠত দেশপ্ৰেমৰ নজহা-নপমা  গান দুৰ্দান্ত অ’লহা এশটা শৰত সুখেৰে  থাকক (??) আৰু মাথোঁ দুটা বসন্ত  ৰৈ  …

জিন্‌ছ্‌

ভাস্কৰ জে নাথ এনে লাগে যেন সি মোৰ গৰাকী   মই গুচাই চাওঁ শতিকাৰ এলান্ধু যদিওবা কোঙা হ’লোঁ পঁয়ত্ৰিছবাৰ   উৱঁলি যোৱা ঘৰটোত হিচাপ প্ৰতিটো বিচ্ছিন্নতাৰ খোজ অথচ তাৰ সতে কাহানিও হোৱা নাই মোৰ বিচ্ছেদ   মোৰ ওচৰত তাৰ সহজ আত্মসমৰ্পণ…

শিলচাঙৰ বিহুফুল

বংশী বৰা   এতিয়া সোণাৰুৰ গাভিনী চৰ্যা শুভ সৌন্দৰ্যৰ কৃষ্ণ গীতাপাঠ আজাৰৰ হাজাৰ নাহৰৰ চাকিৰ শৰাই ৰঙা সাগৰ শিমলুৰ চেলেং বাট স্বৰ্ণ চম্পা। দীঘলীয়া তাঁতশাল   আমাৰ জীয়াসুঁতিত ধল। উত্ৰাৱল প্রৱাহ নদী হৈ নদীত উটি আহে শিল-বালি বালিৰ গভীৰতা। বিশালতা।…