সন্ধান
আকাশ দীপ্ত ঠাকুৰ গাৰুত পৰি থকা চাদৰখনকে আঁকোৱালি লৈ শুই থাকোঁতে অকণমানি শৰীৰটোলৈ সন্তৰ্পণে বগুৱা বাইছিল সেই গোন্ধটো ‘মা মা গোন্ধাইছে চাদৰখন গাৰুটো, বিছনাখন, গোটেই ঘৰটো’ উমান পোৱা নাছিলোঁ গাখীৰ খোৱা দাঁতবোৰে গজালি মেলিছিল যেতিয়া বিছনাখন মা…
আকাশ দীপ্ত ঠাকুৰ গাৰুত পৰি থকা চাদৰখনকে আঁকোৱালি লৈ শুই থাকোঁতে অকণমানি শৰীৰটোলৈ সন্তৰ্পণে বগুৱা বাইছিল সেই গোন্ধটো ‘মা মা গোন্ধাইছে চাদৰখন গাৰুটো, বিছনাখন, গোটেই ঘৰটো’ উমান পোৱা নাছিলোঁ গাখীৰ খোৱা দাঁতবোৰে গজালি মেলিছিল যেতিয়া বিছনাখন মা…
নীলোৎপল বৰুৱা দণ্ডপাণি শইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গিজাত উঠা পলাৰ’য়ড ফটো এখন থাকিলহেঁতেন। নতুবা শোঁটোৰা-শোঁটোৰি টান ছালৰ স্ফীংছৰ মেকুৰী এটা আহিলহেঁতেন টোকেন হিচাপে। অৱশ্যে বুঢ়াই ইচ্ছা কৰিলে পাৰে। বহুত কিবা কিবিয়েই পাৰিলেহেঁতেন। কাজাখস্তানৰ প্ৰত্যন্ত…
গীতিকা শইকীয়া প্ৰশ্ন হয় যে মানৱে জীৱ-জন্তু তথা প্ৰকৃতিৰ ওপৰত আধিপত্য খটুৱাবলৈ কেনেকৈ সফল হৈছিল? কেনেকৈ প্ৰাচীন জংঘলী মানৱে সংঘবদ্ধ হৈ থাকি চহৰ আৰু ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ কেনেকৈ শিকিলে? তেনেদৰে মানৱে কেনেকৈ ভগৱান নামৰ এক সৰ্বশক্তিমান শক্তিৰ উপস্থিতিক, ৰাষ্ট্ৰ…
প্ৰশস্তি নিৰু দত্ত গুণ্ গুণকৈ আহিল ফাগুন বন-বিৰিখেও ধৰিলে নাচোন । নাচোনত সৰিল পাত ৰঙা-হালধীয়া ডালত ওলাব কুঁহি কোমল সেউজীয়া । ফাগুনত ফুলে নানা বৰণীয়া ফুল ফুলে ফুলে উৰি পখিলা হয় মচগুল । ৰঙা মদাৰৰ পাহি নখত পিন্ধিম ফুলৰ ৰেণুৰে…
মূল: Thomas Hood-ৰ The Bridge of Sighs অনুবাদ : মাধৱ দাস আৰু এগৰাকী দুৰ্ভগীয়া তিৰোতাই তিক্ত জীৱনৰ পৰা মৃত্যু পথলৈ গতি কৰিলে। আলসুৱাকৈ তাইক তুলি আনা সযত্নে তাইক স্পৰ্শ কৰা। তাইৰ পোছাকযোৰ আছিল অতি ক্ষীণ তাই আছিল পূৰ্ণ যৌৱনা সুন্দৰী।…
ড° নীৰাজনা মহন্ত বেজবৰা (ক) প্রচলিত শিক্ষা ব্যৱস্থা আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত জাতীয় ভাষা-সাহিত্যৰ শিক্ষাই এক বুজন অংশ অধিকাৰ কৰি আছে। অসমীয়া ভাষা-সাহিত্যৰ শিক্ষাও তেনেকুৱা এটা বিষয়। জাতি একোটাক আশ্রয় কৰি জাতীয় ভাষা আৰু জাতীয় ভাষাক আশ্রয় কৰিয়ে জাতীয়…
ড° ভাৰত বৰুৱা আজিৰ যুগত বিজ্ঞান শব্দটো শুনিলে হয়তো কেইখনমান বিশেষ ছবি চকুৰ আগত ভাহি আহে। যেনে ধৰক কোনো এজন বিজ্ঞানীয়ে ধক্ ধকীয়া বগা লেবকোট পিন্ধি অনুবীক্ষণ-যন্ত্ৰৰে পৰীক্ষা কৰি আছে, এজন জ্যোৰ্তিবিদে দূৰবীক্ষণেৰে মহাকাশৰ ৰহস্য বিচাৰিছে, কৃত্ৰিম উপগ্ৰহে পৃথিৱীৰ পৰিভ্ৰমণ কৰিছে…
প্রাঞ্জল কুমাৰ লাহন বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ কোনেও নেদেখাকৈ কোনেও নজনাকৈ সেই কথা আনকি অৰণ্যৰ গান গোৱা চৰাইবোৰকো কোৱা নাই অৰণ্যৰ ৰঙ-বিৰঙী পখিলাবোৰকো কোৱা নাই অৰণ্যৰ জীৱ-জন্তু কিম্বা বিৰিখকো কোৱা নাই মোৰ বুকুৰ অৰণ্যলৈ সোমাই আহিবলৈ…
উদয় কুমাৰ বৰুৱা খিৰিকীৰ সিপাৰৰ গোলাপ জোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপ জোপালৈ এটা অদৃশ্য বাট গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন টিক টিককৈ ৰঙা হৈ ফুলিব বাটৰুৱাই ৰৈ ৰৈ চাব হাঁহি থকা ৰঙাকলি এটাই পুৰণি…
শিল্পকলা শিতানত এইবাৰ আগবঢ়াইছোঁ দেৱকৃষ্ণ বৰুৱাৰ কেইটামান গ্লাছ ফাইবাৰ আৰু পোৰামাটিৰ শিল্পকৰ্ম পূৰ্বৱৰ্তী পৃষ্ঠা PRINT