ইলেকট্রিচিয়ান (Electrician)
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত ইলেকট্রিচিয়ান (Electrician) এটা আকৰ্ষণীয় কেৰিয়াৰ৷ এজন ইলেকট্রিচিয়ান হোৱাৰ বাবে ইলেকট্রিচিয়ানৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰাবন্ধা কথা নাই, এজন সুদক্ষ ইলেকট্রিচিয়ানৰ ওচৰত প্রশিক্ষণ গ্রহণ কৰিও এজন ইলেকট্রিচিয়ান হ’ব পাৰি৷ কিন্তু এজন সুদক্ষ ইলেকট্রিচিয়ান হ’বৰ বাবে ইলেকট্রিচিয়ানৰ…