নির্ভাৰ
অলকেশ কলিতা মাটি, আজিৰ পৰা মোক নাম কাঢ়ি নামাতিবা। এইমাত্ৰ এজাক ধাৰাসাৰ বৰষুণত মোৰ নামটো ধোৱা গৈছে। তেনেকৈয়ে মই তোমাত মিহলি হৈ গৈছোঁ। উঁয়ে খোৱা এচটা কামি। পুনৰ পোহৰ হ’বৰ বাবে ঢেৰ বীজ সিঁচি দিয়া হ’ব জানানে! এক পলকতে মই…
অলকেশ কলিতা মাটি, আজিৰ পৰা মোক নাম কাঢ়ি নামাতিবা। এইমাত্ৰ এজাক ধাৰাসাৰ বৰষুণত মোৰ নামটো ধোৱা গৈছে। তেনেকৈয়ে মই তোমাত মিহলি হৈ গৈছোঁ। উঁয়ে খোৱা এচটা কামি। পুনৰ পোহৰ হ’বৰ বাবে ঢেৰ বীজ সিঁচি দিয়া হ’ব জানানে! এক পলকতে মই…
ননী বৰদলৈ বাঁহীৰ মাত এটা ঢপলিয়াই আহিছে বাঁহীত ৰাতিৰ সুৰ বাঁহীটোৰ সুৰত উটি আহিছে দুটি জোনাকী৷ *** মেঘৰ আঙুলিৰ ফাঁকেৰে কেইটোপালমান বৰষুণ সৰি পৰিছিল পানীপিয়াজনী চিঞৰি চিঞৰি উৰি গ’ল৷ *** বৰষুণৰ পাছত গো-বাটটোৰ গৰুৰ খোজত অগণন জোন আকাশত মাথোঁন…
উদয় কুমাৰ বৰুৱা যিবোৰ ভাবনাই পৃথক কৰি ৰাখিছিল অত কাল সিয়েইচোন ক্ৰমাৎ ওচৰ চপাই আনিছে প্ৰশ্ন হয়: অনুভৱ কৰিবলে শিপাৰ অস্তিত্ব, হ’ব লাগে নেকি মাজে মাজে নিজৰ পৰা বিচ্ছিন্ন একাকিত্বয়ো কেতিয়াবা দিয়ে নেকি বন্ধ কৰি ৰাজপথলে খোলা দুৱাৰ…
দীপিকা শইকীয়া “হাতো নেমেলিবি ফুলো নিছিঙিবি ক’ৰে নাৱৰীয়া তই’’ কেনেকৈ চেপিছ, খুন্দিছ তই কোন ক’ৰেনো হয় চৌদিশ গুঁইমেলাৰ দৰে ৰহস্যময়! ৰজাঘৰীয়া জোৰণত তামোল-পাণ নাই সাউদৰ বণিজ বৰপথাৰৰ ৰং তৰা মেলা, বৰজোনৰ আকাশ জোনাকৰ জোলা হাঁহিৰ জুনুকা ছন্দত গন্ধময় খৰালি,…
অনিন্দিতা কলিতা ভালপোৱাক মই ভাল পালোঁ আইৰ কোঁচৰ পৰা নামি আঁঠু কাঢ়িবলৈ লৈ মই ভাল পালোঁ মাটিক মানুহ মাটিতেই মিলিব বুলি নজনাকৈ নজনাকৈ ভাল পালোঁ তোক চম্পা চাৰিটা যুগ হেন দিন তই নোহোৱাকৈ সুমথিৰাৰ বাগিচা পাৰ হৈ বসন্তলৈ ৰৈ থাকিলোঁ…
ড° ৰাস্না ৰাজখোৱা উন্নত জীৱন ধাৰণ প্ৰণালীয়ে বৰ্তমান মানুহৰ গড় আয়ুস প্ৰায় দুগুণলৈ বৃদ্ধি কৰিছে যদিও বৃদ্ধ বয়সত আমাৰ শৰীৰৰ অংগবোৰৰ কাৰ্যক্ষমতা কমি আহে৷ বেছিভাগ মানুহৰে বৃদ্ধ বয়সত নতুন অংগৰ প্ৰয়োজন হয়৷ ৰোগ-ব্যাধি অথবা দুৰ্ঘটনাত অংগ বিকল হ’লে আনকি যুৱ অৱস্থাতো…
সঞ্জীৱ সভাপণ্ডিত মোৰ গান হওক … গীতিকাৰ–গায়কজনে গানটো লিখিলে, সুৰ দিলে, গাই দিলে৷ সুন্দৰ গান, ব্যতিক্ৰমী গান৷ নতুন সোৱাদৰ গান৷ বাস্তৱ গান৷ গানটোৰ জন্মৰে পৰা গানটো জীয়াই আছে আৰু সদায়েই তেনেকৈয়ে থাকিব বুলি ধাৰণা হৈছে৷ কাৰণ গানটো কোনো ঘটনাক লৈ লিখা নাই৷…
মূল বাংলা: ৰক্তিম তমাল গাঙ্গুলী অনুবাদ: মনালিছা পাঠক নেওগ ঘৰৰ খিৰিকীয়েদি উৰি ফুৰা বতাহে কেতিয়াও অনুমতি বিচাৰি প্ৰৱেশ নকৰে৷ প্ৰেমেও অনুমতি নিবিচাৰে৷ মৃত্যুৱেও অনুমতি নিবিচাৰে৷ কিছুমান মানুহে তেনেকৈয়ে অনুমতিৰ পৰোৱা নকৰে৷ চিত্ৰাও তাৰ মাজত অন্যতম৷ ব’হাগ মাহৰ দুপৰীয়া৷ বাহিৰত পকা…
প্ৰদীপ কুমাৰ বৰুৱা নাট্যশালা, নাট্যমন্দিৰ বা ৰঙ্গমঞ্চ অসমৰ সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অঙ্গ৷ ত্ৰিছ বা চল্লিছ বছৰৰ আগতে ‘ৰঙ্গমঞ্চ’ বুলিলে মানুহে proscenium (প্ৰেক্ষাগৃহ)-ত বহি কোনো নাট্যাভিনয় উপভোগ কৰিব পৰা প্ৰমোদগৃহকে বুজিছিল৷ কিন্তু বৰ্তমান Arena Theatre বা Theatre in the round–ৰ বিষয়ে বিভিন্ন আলাপ-আলোচনা হোৱা পৰিলক্ষিত হয়৷ উল্লেখ কৰাটো…
‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম এইদৰে অনেক পুৰণা কথা ভাবি ভাবি মোৰ চিল্মিলীয়া টোপনি আহিছিল। হঠাৎ কণমানি খইৰীৰ ‘ইয়াওঁ ইয়াওঁ’ মাত শুনি মই উঠি টর্চ মাৰি চালোঁ। খইৰী তাইৰ মানৱী-মাতৃৰ শাৰীৰ ওপৰত নিশ্চিন্তমনে শুই…