অব্যাহৃত
ছ’চিয়েল মিডিয়াৰ ট্ৰ’ল আৰু আমাৰ ‘মব’ মানসিকতা ৰঞ্জুমণি মহন্ত কেইদিনমানৰ আগতে এটা বাতৰি পঢ়িছিলোঁ৷ বাতৰিটোত কোৱা হৈছে যে ‘টিক্টক্‘ আৰু ‘ইন্ষ্টাগ্ৰাম‘-ত লাখৰ ঘৰত অনুসৰণকাৰী (Follower) থকা চিয়া কক্কৰ নামৰ এগৰাকী ১৫/১৬ বছৰীয়া কিশোৰী নৃত্যশিল্পীয়ে ছ’চিয়েল মিডিয়াত তেওঁক লৈ কৰা ট্ৰ’ল…