অদ্বিতীয় অনুভৱ
ডাঃ অপূৰ্ব কুমাৰ শইকীয়া অনুভৱ তুলসীৰ কবিতাই কেতিয়াবা ভূমিৰ কাব্য-প্ৰেমীয়ে মণিব নোৱৰা উচ্চতাত অৱস্থান কৰে৷ এয়া কবিজনাৰ প্ৰতি উচ্চমত বা অভিযোগ দুয়োটা ৷ইয়াৰ কাৰণ হয়তো কেইবাটাও: তুলসীৰ কবিতাত মুক্তপদৰ অন্তৰ্ভুক্তি ,প্ৰথাগত ৰূপৰ পৰা আঁতৰি পৰীক্ষামূলক বৰ্ণনা-কৌশল, বহল বিস্তৃতিৰ বিষয়গত আৰু ভাষিক…