sdblogs2011

sdblogs2011

পেহেলগামৰ কবিতা

 = বিজয়কৃষ্ণ দলে   দুখন দেশ দুটা ধৰ্ম বিভেদৰ এখন বৃহৎ দেৱাল জম্মু–কাশ্মীৰ। তই হিন্দু! জুই–পানী নিষেধ তই মুছলমান! সাৱধান সাৱধান।   ধৰ্মই দান কৰা দুখন দেশৰ দুটা দল এফালে হিন্দু আনফালে মুছলমান। হিংসা–বিদ্বেষ অৰিয়া–অৰি স্বাধীনতা দেশপ্ৰেম পাবত গজা চৰকাৰ…

আমি এতিয়া কি কৰিম?

  যোৱা বাইছ এপ্ৰিলৰ দিনা কাশ্মীৰৰ পহলগাম নামৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পৰ্যটনস্থলীত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ নামত নিৰীহ ভাৰতীয় নাগৰিকৰ হত্যাই সম্প্ৰতি সমগ্ৰ পৃথিৱীকে জোকাৰি গৈছে৷ ঘটনাত জীৱন ত্যাগ কৰিবলগীয়া হোৱা সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ আৰু ৰক্তপাতক যিসকলে ধৰ্ম বুলি ভাবে…

সমকালনী শ্বায়েৰী— প্ৰেমৰ পৰা প্ৰতিবাদলৈ

 পঙ্কজ প্ৰতিম বৰদলৈ    শ্বায়েৰী হৈছে হিন্দী আৰু উৰ্দু সংস্কৃতিৰ হৃদস্পন্দন৷  মাত্ৰ কেইটামান শাৰীত বিয়পি পৰে কেঁচা আৱেগ, হৃদয়ৰ অটল তলিত আঘাত কৰি হয়তো ই পুৰণি ক্ষত শুকুৱায়, অথবা ই দি যায় সেই ঘাতে নতুন যাতনা৷ শ্বায়েৰীসমূহ কবিতা হৈও কবিতাৰ…

প্ৰাচীন ভাৰতত বিজ্ঞানমনস্কতাৰ চর্চা : বস্তুবাদী দর্শনৰ আলোকত

ড০ ৰক্তিম ৰঞ্জন শইকীয়া   বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰো একেবাৰে চলমান ধাৰণা৷ আজিলৈকে আহৰণ কৰা জ্ঞানৰ ভিত্তিত আমি দাবী কৰা বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰ দুদিনৰ পাছত অন্ধবিশ্বাস হৈ পৰাৰ সম্ভাৱনা থাকে৷ আজি অন্ধবিশ্বাস বুলি দাবী কৰা পৰিঘটনা এটা পৰৱর্তী সময়ত বৈজ্ঞানিক সত্যও হৈ পৰিব পাৰে৷ আচলতে…

ৰেডিঅ’ তৰংগৰ আঁৰে আঁৰে

 ড০  স্মৃতিমালা শৰ্মা   গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত, ব্যস্ত ৰাজপথ আৰু আকাশলংঘী অট্টালিকাবোৰৰ মাজত এটা সৰু ৰেডিঅ’ ষ্টেচন। ৰেডিঅ’ ষ্টেচনটোৰ চাৰিওফালে কংক্ৰিটৰ সুউচ্চ দেৱালৰ পৰিসীমাৰ ভিতৰত আছে এখন সৰু কিন্তু সজীৱ পৃথিৱী। ইয়াতেই প্ৰতিদিনে সৃষ্টি হয় শব্দৰ  মায়াজাল আৰু ৰেডিঅ’ তৰংগৰ মাজেৰে গতি কৰি সেই শব্দই সন্মোহিত…

শিৱৰাত্ৰি

 অসীম তালুকদাৰ   শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰে পৰা এই মন্দিৰটো লোকে লোকাৰণ্য হৈ পৰে৷ এইবাৰো পৰম্পৰাৰ ব্যতিক্ৰম হোৱা নাই৷ ওচৰৰ মানুহৰ কথা ক’বই নালাগে; দূৰ-দূৰণিৰ পৰাও আজি শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোত ভগৱান শিৱৰ আশিস বিচাৰি মানুহে ভিৰ কৰিছেহি৷ পূৰ্বতে এই ঠাইত আহোমৰ শাসন…

ইন্সপেক্টৰ লালৰ সেই বিশেষ কে’ছটো

             মূল : (ইংৰাজী) ৰাস্কিন বণ্ড  অনুবাদ : বিদিশা দত্ত     প্ৰায় দুবছৰৰ আগৰ কথা৷ তেতিয়া মই উত্তৰ ভাৰতৰ ভৈয়ামৰ শ্বাহপুৰত আছিলোঁ৷ অতি গৰম আৰু ধূলিময় চহৰ বুলি শ্বাহপুৰৰ নাম আছিল৷ সেই চহৰতে মই…

পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড ( পাঁচ) পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান। কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও মিলিটেৰীৰ সমুলি গাত লগা নাছিল।  মনে মনে ভাবিছিল কিছুমান কথাৰ পৰা আঁতৰি থকাই ভাল। অনাহক কথাই মানুহৰ জীৱনটো…

শুকুলা হাতীৰ দৰে পাহাৰ

    মূল : আৰ্ণেষ্ট হেমিংৱে ভাবানুবাদ : যশোৱন্ত নিপুণ এব্ৰ’ উপত্যকাৰ পাহাৰবোৰ খুব দীঘল আৰু শুকুলা৷ এইফালে ছাঁ পৰা ঠাই  আৰু গছ নাছিল আৰু ষ্টেচনটো দুই ৰে’ল লাইনৰ মাজত ৰ’দত থিয় হৈ আছিল৷ ষ্টেচনটোৰ খুব কাষতেই তাত এটা বিল্ডিং আৰু…