নিৰৱধি
পাপৰি গোস্বামী ৰঙাৰ লগত ঈষৎ হালধীয়া ৰংটো মিহলাই পুনৰ এবাৰ তেওঁ মনে বিচৰা ৰংটো তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰিলে। চন্দনৰ তিলক লগোৱা কপালখনত দুটা ডাঙৰকৈ ভাঁজ দেখা গ’ল। নাই, পৰিমাণটো হয়তো ঠিক হোৱা নাই। এইবাৰো সন্তুষ্ট নহ’ল তেওঁ। কাষত থকা বাকীবোৰ ৰঙৰ টেমা এটা এটাকৈ হাতত লৈ ঘূৰাই ঘূৰাই…