ব্যঞ্জন বৰ্ণৰ বৰ-আখৰা
নিৰু দত্ত ক ই ভাল পাই কল খাবলৈ খ য়ে পালেই দিয়ে খেদা গ য়ে গবামাৰি ধৰে ঘ য়ে দিয়ে ঘনাই ঘোচা । ঙ থাকে পাগুৰি মাৰি চ থাকে উচপ খাই ছ ৰ…
নিৰু দত্ত ক ই ভাল পাই কল খাবলৈ খ য়ে পালেই দিয়ে খেদা গ য়ে গবামাৰি ধৰে ঘ য়ে দিয়ে ঘনাই ঘোচা । ঙ থাকে পাগুৰি মাৰি চ থাকে উচপ খাই ছ ৰ…
প্ৰয়াগ শইকীয়া বৰ্ষাৰ সময়ত বুদ্ধৰ বৰ্ষাবাসসুৰক্ষিত থাকক সেউজী সৃষ্টিপদদলিত নকৰোঁ আবাসয’ত পৰিছেহি জীৱনৰ বৃষ্টি।প্ৰজ্ঞাৰ ৰ’দে গঢ়ে স্থিতিৰ তীৰ্থভ্ৰমণৰ পৰা ভিক্ষু বিৰতবৰ্ষাৰ প্ৰজ্ঞাৰে বুদ্ধৰ সতীৰ্থসৃষ্টি শিপাৰ ঋদ্ধিত সৌৰভিত।বৰ্ষাৰণ্যত অনুভূত বুদ্ধবৰ্ষাবাসত জীৱনৰ প্ৰাৰ্থনাগতি আৰু স্থিতিৰ মাজত সিদ্ধজীৱনক কৰে প্ৰেমে বৰ্ণনা।বৰ্ষাৰ কবিতাত জীৱনৰ প্ৰকাশবৰ্ষাবাসত পাওঁ বুদ্ধৰ আকাশ।…
অসীম কুমাৰ হাজৰিকা ‘গ্ৰেট বুকছ অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড’ৰ সম্পাদক মৰ্টিমাৰ জে. এডলাৰে ‘ড্ৰিমটাইগাৰ্ছ’ক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক কীৰ্তি হিচাপে ঘোষণা কৰিছে৷ গ্ৰন্থখনৰ স্ৰষ্টা বৰ্হেছৰ মতে ই তেওঁৰ একান্তই ব্যক্তিগত ৰচনা৷ ড্ৰিমটাইগাৰ্ছ মূলতঃ কবিতা আৰু গদ্যৰ এক অভিনৱ…
অৰ্চনা ঠাকুৰীয়া ব’ৰাগীৰ বীণে বিনালে সৰুজুৱে উচুপি উঠে মেঘবোৰে পাহাৰখন সাৱটি জীৱনৰ ৰচনা পঢ়ে গোকুলৰ বকুলে কাৰবাবে মালা গুঠে গন্ধৰ্বৰ গণপতি-গপচত পুলকিত হয়নে বাটৰুৱাৰ গাভিনী- হৃদয়… কথাবোৰ আচৰিত যদিও চিন্তনীয়! কবিতা প্ৰসৱিত হোৱাৰ ঠিক পাছতেই হেনো মৰি…
ক’ৰ’নাভাইৰাছৰ ব্যাপক সংক্ৰমণৰ ফলত যোৱা কমেও দুটা বছৰে পৃথিৱীবাসীয়ে অনেক দুৰ্ভোগ ভুঞ্জিবলগীয়াত পৰিছে৷ বিভিন্ন দেশৰ চৰকাৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে অনুষ্ঠানে মানুহৰ জীৱন সুৰক্ষিত কৰিবৰ উদ্দেশ্যে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে৷ বিশেষকৈ দৈনন্দিন জীৱনত পালন কৰিবলগীয়া সজাগতামূলক কাম-কাজখিনিৰ বিষয়ে প্ৰচাৰ…
সমুদ্ৰ কাজল শইকীয়া হে কবি, প্ৰশ্নৰ কবি প্ৰশ্নবোৰতে প্ৰশ্নবোৰৰ উত্তৰ হে কবি উত্তৰোত্তৰ হিৰন্ময় পাত্ৰত আছিল উপনিষদৰ কবিৰ যি প্ৰশ্নবোৰ আকৌ তুলিছিল নৱকান্তই সৌটো কি একেবোৰ প্ৰশ্নকেই তুলি গ’ল নীলমণিয়ে সৌটো কি হিৰন্ময় পাত্ৰ প্ৰশ্নবোৰ। যাৰ কোনো…
জোনমণি দাস বৰনৈৰ বুকুত বনঘোষা উপজিল— ব’ৰাগীয়ে বতাহক শুনালে বনঘোষাৰ জন্ম আখ্যান, হিলদল ভাঙি তেতিয়াই ধূলিৰ ধুমুহা… শিমলুৱে জুই লগাই দিলে আকাশত ফাগুনে ভাং খুৱাই দিলে বতাহক সেউজীয়াখিনি সলনি হ’ল শুকুলালৈ, যেন শ ঢকা ঢাকনি ৰঙা সূতাৰে আঁচু দিবলৈ আইৰ…
নীলোৎপল বৰুৱা নতুন চাম নাট্যকৰ্মীৰ ভিতৰত ৰূপান্তৰ বৰপাত্ৰগোহাঁই এটা চিনাকী নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাৰিৱেশ্য কলা বিষয়ত স্নাতকোত্তৰ সমাপ্ত কৰা বৰপাত্ৰগোঁহায়ে ধেমাজিৰ ভদ্ৰাপাৰাত ‘থিয়েটাৰী ৰং থিয়েটাৰী ঢং’ নামৰ এটা নাট্যগোষ্ঠী গঠন কৰাৰ উপৰিও এখন নাট্য বিদ্যালয় নিয়মীয়াকৈ চলাই আহিছে৷…
ড° বুলজিৎ বুঢ়াগোহাঁই ফিন্টেক (ফাইনেন্চিয়েল টেকন’লজী) অৰ্থাৎ আৰ্থিক প্ৰযুক্তি হৈছে ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ডসমূহৰ এটা, য’ত অৰ্থনীতিৰ সৈতে অত্যাধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণেৰে ব্যক্তি আৰু ব্যৱসায়ীয়ে কেনেকৈ ধন উপাৰ্জন কৰে, বিত্তব্যৱস্থা পৰিচালনা কৰে আৰু বিনিয়োগ কৰে তাৰ ৰূপান্তৰ ঘটোৱা…
অনুবাদ : ড° প্ৰাণ্জিৎ বৰা (১) কিমান কঠিন কিমান কঠিন মোৰ দৰে এনেকৈ তোমাক ভালপোৱাটো তোমাক ভাল পাইছোঁ, সেয়েতো সৌ বতাহে, মোৰ এই হৃদয়, মূৰৰ টূপীটোৱে আটায়ে মোকেই বিচাৰি ফুৰিছে কোনে কোনে কিনি নিব মোৰ পৰা এই ৰঙীণ…