তোমাকেই যি ক’লো
দ্বীপৰাজ আশাকৰোঁ কাকো নোকোৱাঁ ক’লোঁ যে তোমাক তোমাকেই ক’লোঁ… কথাবোৰ ঢৌ কোবাই বিয়লি যায় ঠিক গছৰ পৰা শিপা ওলমি পৰা দৰে শিপাবোৰে শিপা বগাই বগাই মুখে মুখে চুই যায় তুমি মোক কৈছিলা বুলিলা মই আক’ তোমালোকক কলোঁ তোমালোকে…
দ্বীপৰাজ আশাকৰোঁ কাকো নোকোৱাঁ ক’লোঁ যে তোমাক তোমাকেই ক’লোঁ… কথাবোৰ ঢৌ কোবাই বিয়লি যায় ঠিক গছৰ পৰা শিপা ওলমি পৰা দৰে শিপাবোৰে শিপা বগাই বগাই মুখে মুখে চুই যায় তুমি মোক কৈছিলা বুলিলা মই আক’ তোমালোকক কলোঁ তোমালোকে…
স্ৰোতস্বিনী তামুলী মদনৰ দোকানৰ সমুখত বাইকখন থৈ নয়নে ইংগিতেৰে চিগাৰেট এটা বিচাৰিলে। আঙুলিকেইটাৰে জপৰা চুলিবোৰ ঠিক কৰি কৰি সি নিজৰ ভিতৰৰ অস্থিৰতাখিনিক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে। ছাৰ্টটো ঠিকে আছেনে? কিবা এক ক্ষণিক সচেতনতাৰে সি পিছলৈ হাত দুখন নি অনুমান কৰিবলৈ…
অসীম তালুকদাৰ পলাশ কাকতিয়ে দুকাপ চাহৰ জোখেৰে চচপেনটোত পানী ঢালিলে৷ গেছটো জ্বলাই চচপেনটোত বহাই দিয়াৰ পাছত তেওঁৰ এনে লাগিল পানী যেন অলপ কম হ’ল৷ কাপ এটাত অলপমান পানী ভৰাই লৈ তেওঁ পুনৰ চচপেনটোত ঢালিলে৷ এইবাৰ তেওঁৰ ভাব…
ৰাজশ্ৰী ধনদিয়া চাপৰ ভেঁটিটোৰে সৈতে ঘৰটোৰ পিছফালে গাতে লাগি আছে বাঁহনিডৰা, গেজেপ মাৰি ধৰা, তাৰ পিছতেই পথাৰখন। দিন–দুপৰত পথাৰখনত তীক্ষ্ণ মাতটোৰে উৰি ফুৰা বালিঘোঁৰা চৰাইটো ৰাতি–বিয়লিও সাৰে থাকে হ’বলা। জাৰণিডৰাত খিৰিক্কৈ শব্দ হ’লেই চৰাইটোৱে মাত দিয়ে; আনকি বাঁহপাত এটা বতাহত লৰিলেও। বালিঘোঁৰা…
মনালিছা শৰ্মা ৰংহীনতাই বগা বগাত তুলি দিব পাৰি সমস্ত ৰং এপাহ তেজৰ গোলাপ সূৰুযমুখী ফুলৰ নৃত্যৰতা পৃথিৱী অথবা পৰ্বতৰ ভংগীল সেউজীয়া সকলো ৰঙেই জীৱনৰ ৰংবোৰে লগত লৈ ফুৰে গাঁৱৰ নিৰ্জনতা আৰু নগৰৰ কোলাহল ৰংবোৰ অৰণ্যৰ বসন্ত বাঁহনিৰ…
নীলিমা ঠাকুৰীয়া হক কেঁচীৰে কেঁচ কেঁচকৈ কলাফুললৈ কাটি দিলেতাৰ উঁৱলি যোৱা জিনছৰ তলছোৱাকেঁচ কেঁচ শব্দটোৱে আৰু বহু কিবাকিবি কাটিলেএঙেৰুৱা ছালৰ তলত ঘাম হৈ বৈ থকা কথাবোৰ তাৰ আকাশখনো বিবৰ্ণ জিন্ছতলত বানৰ বালিয়ে পোতা গাঁওখনৰ কবৰস্থানখেৰৰ চালত সপোনৰ তৰাফুল গুজি দিব নোৱাৰেজীৱনৰ এছোৱা…
গীতিমণি গোস্বামী (বৰঠাকুৰ) টানকৈ বন্ধা বক্ষবন্ধনীডালে তাক অসুবিধাত পেলাইছে৷ দুঘণ্টা সময় তাৰ লগত লাগি থকা মেক্ আপৰ মানুহজনো আন ভাৱৰীয়াক সজোৱাত ব্যস্ত৷ পিঙৰ পৰা এৰাই যোৱা চাদৰৰ আঁচলটো সযতনে এক ভঙ্গিমাৰে দাঙি লৈ সি ছোঁ-ঘৰৰ ভগা আইনাখনত নিজক চালে৷ বৈ পৰা দীঘল ভ্ৰূ, নীলা…
কুমুদ ঘোষ সকলো কবিৰে একোটা নিলিখা কবিতা থাকেলিখোঁ লিখোঁ বুলি ভাবিওকোনো কবিয়েই লিখিব নোৱাৰে সেই নিলিখা কবিতাটো। নিলিখা কবিতাটোক সাক্ষী কৰিকবিতাৰ সমদল আগ বাঢ়ে,নিলিখা কবিতাটোক বুকুত সাবটি প্ৰতিজন কবিয়ে প্ৰতি ৰাতি চকু দুটা মুদে। একেটা কবিতাকে লিখি থাকেঅথচ নিলিখা কবিতাটো লিখিব নোৱাৰে।…
Brown Hawk Owl / Brown Boobook বা দুখী ফেঁচা ৰূপজ্যোতি হাজৰিকা আমাৰ দেশত বহু প্ৰকাৰৰ ফেঁচা দেখিবলৈ পোৱা যায়৷ ফেঁচা এক প্ৰকাৰৰ নিশাচৰ চৰাই৷ দিনৰ ভাগত ইহঁত গছৰ ডাল বা গছৰ ধোন্দত জিৰণী লৈ থাকে৷ এই চৰাই বিধ ৰাতিৰ পৰা…
লক্ষ্যজিৎ বৰা কবিতাৰ নিৰ্মাণ পানীকথা৷ লুটিয়াই দিওঁ৷ শিশুৰ বাবে থিঅ’ৰিৰ গুৰিবোৰ চিকুণাই দিওঁ৷আত্মপঠন জৰুৰী বাবে কেঁচা তামোলৰ ভৰুণ থোকলৈ চাই বহি থাকোঁ৷ শিপাই যোৱা কথাই নৈৰ দৰে পিহি থাকে৷গতিশক্তিৰ বাবে কমি গৈ থাকে স্থিতিশক্তি৷ ফৰ্ম ইম্পৰ্টেণ্ট। যুদ্ধৰ বাবে৷ চমঝোতাৰ বাবে৷ মানুহ হোৱাৰ বাবে৷গছ স্বাধীন৷ নিৰৱে মৰি থাকিব পাৰে৷…