ফটাচোলাৰ ৰং
(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া পঞ্চম দৃশ্য (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে) সুৰজিৎ – দেৱী! দেৱী – ওঁ…
(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া পঞ্চম দৃশ্য (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে) সুৰজিৎ – দেৱী! দেৱী – ওঁ…
ড° বুলজিৎ বুঢ়াগোহাঁই হ’টেল মেনেইজমেণ্ট (Hotel Management)-ক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকেইট, ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷ হ’টেল মেনেইজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা পাঠ্যক্রম অনুযায়ী বিভিন্ন হয়৷ হ’টেল মেনেইজমেণ্ট…
ড° অনিল চন্দ্ৰ বৰা চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। তেওঁলোকে সৃষ্টি কৰা ধাতু–জৈৱিক কাঠামো( metal–organic frameworks-MOFs)ৰ আনৱিক গঠন সমূহত বৃহৎ গহ্বৰ থাকে য’ত আন অণু ভিতৰলৈ আৰু বাহিৰলৈ…
প্ৰতীক্ষা বৰা আৰু এনেকৈয়ে, থনৰকৈ ভাগিল বুকুখন। বুকু ভঙাৰ শব্দটো যেন ইন্দ্ৰাণী শইকীয়াৰ কাণতহে বাজিল। হাই–উৰুমি নোহোৱা জঠৰ দুপৰীয়া এটাত কাণ দুখন জোৰকৈ হেঁচি ধৰিবৰ মন গ’ল তেখেতৰ, হো–হোৱাই উজাই অহা আগবেলাৰ হজম হ’বলৈ নেদেখা খোৱাবোৰক ঘটিয়ে ঘটিয়ে পানী খাই উলিয়াই…
ভৌগোলিকভাৱে বিশ্বৰ ডাঙৰ দেশসমূহৰ ভিতৰত ভাৰতো এখন৷ শেহতীয়াকৈ জনসংখ্যাৰ দিশততো ভাৰত সৰ্ববৃহৎ দেশলৈ উত্তীৰ্ণ হৈছে৷ প্ৰাগৈতিসাহিক কালৰেপৰাই এই দেশৰ যি চহকী ঐতিহ্য আছিল সেইখিনি মষিমূৰ কৰিবলৈ বিশেষকৈ মধ্যযুগত বহু প্ৰচেষ্টা চলিছিল যদিও সেইবোৰ প্ৰচেষ্টাৰ মাজতো এই অঞ্চলটোৱে নিজা চৰিত্ৰ…
ববিতা কলিতা ভিনচেণ্ট ভেন গঘৰ ছবিৰ নীলাবোৰে সৰ্পিল ভাঁজ এটা লৈ ঘেঁহুৰ পথাৰখনৰ মাজেৰে বৈ আহিছিল৷ বিথোভেনৰ চিম্ফ’নিবোৰে মৌমাখিৰ গুণগুণনি হৈ মগজৰ তাঁৰবোৰত কঁপনি তুলিছিল৷ আৰু শব্দবোৰ? শব্দবোৰ উদং আকাশৰ বুকুত চিলা হৈ উৰিছিল৷ মাঞ্জাত টান পৰিলে লহৰী চিলাখনি…
ড° বুলজিৎ বুঢ়াগোহাঁই ৰেডিঅ’ জ’কি বা চমুকৈ আৰ. জে. হ’ল ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ আঁত ধৰা লোক৷ সহজ অৰ্থত ইয়াক ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ ‘সূত্ৰধাৰ’ বুলিব পাৰি৷ প্রথমে এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে ৰেডিঅ’ জ’কি হোৱাৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ প্রয়োজন নাই৷ কিন্তু ন্যূনতম শিক্ষাগতৰ অৰ্হতা…
ড০ সঞ্চিতা বৰা কাঁচিয়লি ৰ’দত ৰচকী পখিলাই মেলি পাখিযুৰি, ফুলক জোকাই উফৰি ফুৰে ৰংবোৰ কৰি চুৰি। চৌফলীয়া ৰ’দত কেৰ্কেটুৱাই নেজৰ ছাতি মেলি, নানা গুটি খায় বাঁহৰ আগৰ জুলনাখনত জুলি। পকা ৰ’দত কপৌহালিয়ে ওমলেহি চোতালতে, ভাল পায় খাই দুপৰৰ ভাত…
অমৃত গোস্বামী পিতৃ নগেন্দ্ৰনাথ আচাৰ্য্য আৰু মাতৃ জয়ন্তীপ্ৰিয়া দেৱীৰ সুযোগ্য সন্তান দেৱেন্দ্ৰনাথ আচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৭ চনত, যোৰহাটৰ ওচৰৰ গৰখীয়া দ’ল নামৰ ঠাইত। দেৱেন্দ্ৰনাথ আচাৰ্য্য সৰুৰেপৰাই এজন অতি মেধাগুণ সম্পন্ন ছাত্ৰ আছিল। তেখেতে এম.ই পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ…
ৰুদ্ৰসিংহ মটক “Genuine poetry can communicate before it is understood.” (টি. এছ. এলিয়ট)। কবিতাৰ সোণালী দাপোণতে প্ৰতিবিম্বিত হয় স্বদেশ-স্বকালৰ ছবি, পোহৰৰ পৃথিৱীৰ নন্দিত ৰূপ। ভাষাৰ জড়তা, সৌন্দর্যহীন কৃত্রিমতা-যান্ত্রিকতাই কবিতা-অনুৰাগীক সততে হতাশ কৰা এক প্রতিকূল পৰিস্থিতিতো কবিতা জীয়াই আছে দেশে দেশে,…