হামি
গুণোজীৎ দাস হামি এটাৰ বাহিৰে যেন নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি হামিৰ ব্যৱধান কমি সি সাং হোৱালৈ মাজতে পিঠিৰ খজুৱতি বাঢ়িল কালে মোকলাই দিয়া হামি আৰু খজুৱতিত এটাও যদি গছপুলি বাঢ়িলহেঁতেন…
গুণোজীৎ দাস হামি এটাৰ বাহিৰে যেন নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি হামিৰ ব্যৱধান কমি সি সাং হোৱালৈ মাজতে পিঠিৰ খজুৱতি বাঢ়িল কালে মোকলাই দিয়া হামি আৰু খজুৱতিত এটাও যদি গছপুলি বাঢ়িলহেঁতেন…
যশোৱন্ত নিপুণ সিদিনা চাহ-দোকানখনৰ সম্মুখত ৰমেশক লগ পালোঁ৷ বেছ কিছুদিনৰ পাছত লগ পালোঁ কাৰণে ক’লোঁ বোলে চাহ একাপ খাওঁ একেলগে৷ পিছে তাৰ বৰ খৰ-ধৰ৷ কথাটো কি? “ৰত্নদা মৰিল পুৱাই৷ খৰি দিবলৈ যাব লাগিব৷” সি উত্তৰ দিছিল৷ মই আচৰিত হৈছিলোঁ৷…
ৰঞ্জুমণি মহন্ত ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অপৰ্ণা মহন্ত আছিল অসমৰ নাৰীবাদী চিন্তা–চেতনাৰ অন্যতম বাটকটীয়া৷ যোৱা শতিকাৰ নৱম দশকৰপৰাই অসমৰ নাৰীবাদী আন্দোলনৰ সৈতে কেৱল বিদ্যায়তনিকভাৱেই নহয় এগৰাকী তৃণমূল কৰ্মী হিচাপেও জড়িত হৈ অহা…
ইতিমধ্যে অসমৰ নতুন চৰকাৰখনৰ বয়স এমাহতকৈ বেছি হ’ল৷ এই এটা মাহত চৰকাৰখনে ৰাজ্যৰ উন্নতিৰ কাৰণে কি কি কৰিছে সেয়া স্পষ্ট হৈ উঠিবৰ সময় হোৱা নাই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিষয়ক লৈ সজাগ হোৱা দেখা গৈছে, বিশেষকৈ লোকনিৰ্মাণ বিভাগটোক লৈ, যিটো বিভাগ পূৰ্বৰ চৰকাৰৰ দিনতো…
মূল (ইংৰাজী): ৰবাৰ্ট ফ্ৰ’ষ্ট অনুবাদ : ড০ দীপশিখা ভাগৱতী মই জানো কোন এই অৰণ্যৰ অধিৰাজ। যদিও এই গ্ৰামতেই তেওঁৰ অধিবাস; নেদেখিব তেওঁ মোক ক্ষন্তেক ৰোৱা আৰু মই চোৱা হিমস্নাত এই বনৰ আভাস। আশ্বৰ্য প্ৰকাশ মোৰ কণমানি ঘোঁৰাটোৰ কিয়…
পৰমানন্দ মহন্ত ষ্টিভেন ৱেইনবাৰ্গ মানুহজনক লগ পাইছিলোঁ – অ’ নহয়, দেখিছিলোঁ ১৯৬৭ চনতে৷ তেখেত আহিছিল আমাৰ বিভাগৰ আলহী হৈ৷ বোধকৰোঁ দুসপ্তাহমান আছিলহি৷ পাছত গম পাইছিলোঁ, কিমান গুৰুত্বপূৰ্ণ আছিল সেই সময়খিনি, তেওঁৰ কাৰণেও আৰু লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক, মোৰ শিক্ষাগুৰু আব্দুছ…
ধীমান বৰ্মন পাৰি গানৰ জখলাৰেও উঠি গৈ চুব পাৰি মেঘৰ কপাহী অহংকাৰ ভ্ৰূত সানি লৈ সন্ধ্যাৰ কাজল দিব পাৰি ৰণ জিনাৰ হুংকাৰ পাৰি ছবিৰ জখলাও বগাব পাৰি ৰঙৰ ছিটিকণিৰে জ্বলাই দিব পাৰি দৃশ্যৰ বুকু …
হৰেকৃষ্ণ ডেকা সপোন বেচা মানুহবোৰে সপোন বেচিবলৈ আহিছে। সপোনৰ পেৰাটো খুলি চাব নোৱাৰোঁ। সপোনবোৰ উৰি যাাব। তেওঁলোকে আমাক সপোনবোৰ পেৰাটোতে সাঁচি থবলৈ কৈছে। সাঁচি থলে হেনো সপোনবোৰ বাঢ়িব। পেৰাটো খুলি সাঁচতীয়া সম্পদ দেখুৱাবলৈ পাঁচ বছৰৰ মূৰত সপোনৰ বেপাৰীসকল আকৌ আহিব।…
পাৰভীন চুলতানা মহামাৰি বুলিলে এতিয়া ক’ৰ’না মহামাৰিৰ ভয়াৱহতা সকলোৰে চকুৰ আগত ভাহি উঠে; কিন্তু তাতোকৈ ভয়াৱহ মহামাৰি আমাৰ অলক্ষিতে থাকি গৈছিল আৰু সেয়া হৈছে মানসিক অসুস্থতাৰ মহামাৰি। যি ক’ৰ’না মহামাৰিতকৈ ভয়াৱহ। সৌ সিদিনা বলিউডৰ জনপ্ৰিয় নায়ক তথা শিক্ষাৰ ক্ষেত্ৰত তীব্ৰ…
ড° ৰত্নোত্তমা দাস বিক্ৰম ক/ নৱেম্বৰ মাহৰ সোতৰ তাৰিখ, চন দুহেজাৰ ন খাকী য়ুনিফৰ্মৰ চোলাৰ বাহুত তৰা থকা দিল্লী পুলিচৰ এজন বিষয়াই মোৰ কঁপি থকা হাতত তুলি দিছিল বাংলাত লিখা এটা কবিতা৷ মুঠ আঠটা স্তৱকত বিভক্ত কবিতাটো লিখিছিল ড°…