sdblogs2011

sdblogs2011

অনুবাদ কবিতা

মূল: ফৰাচী, ঝাক প্ৰেভে’ৰ (Jacques Prevert) অনুবাদ: ড° প্ৰশান্ত মিশ্ৰ (কবি পৰিচিতি:  ফ্ৰান্সৰ বিশিষ্ট কবি ঝাক প্ৰেভে’ৰৰ জন্ম হয় ১৯০০ চনৰ ৪ ফেব্ৰুৱাৰি‍ত। ভিক্টৰ য়ুগোৰ পাছতেই অত্যন্ত জনপ্ৰিয় কবি হিচাপে বিবে‍চিত প্ৰেভে’ৰে কুৰি শতিকাৰ ত্ৰিছৰ দশকতেই কাব্যচৰ্চাৰ পাতনি মেলে। অৱশ্যে, ১৯৪৬ চনত প্ৰকাশ…

অনন্য প্ৰতিভাধৰ ভাৰতীয় বিজ্ঞানী : সত্যেন্দ্ৰ নাথ বসু

 ড০ পৰমানন্দ মহন্ত একৈছ শতিকাৰ আৰম্ভণিতে প্ৰকাশ পোৱা ৰিমাৰ্কেবল্‌ ফিজিচিষ্টচ্  (উল্লেখনীয় পদাৰ্থ বিজ্ঞানী) নামৰ কিতাপ এখনত চাৰে তিনিশ বছৰৰ সময়ছোৱা (১৫৬৪-১৯০৭)-ৰ ভিতৰত জন্ম লোৱা পঞ্চাছগৰাকী পদাৰ্থবিদৰ জীৱন আৰু কৃতিৰ আলোচনা কৰা হৈছে৷ ইটালি‍ৰ গেলিলিঅ’ গেলিলিয়ে আৰম্ভ কৰা আধুনিক বিজ্ঞানৰ উত্থান আৰু বিকাশত এইছোৱা সময়তেই…

অলৌকিক ঘটনাৰ আঁৰৰ বিজ্ঞান

ৰিপুঞ্জয় বৰদলৈ জগতত ঘটা বিভিন্ন আলৌকিক ঘটনাৰ বৈজ্ঞানিক বিশ্লেষণৰ বাবে ‘অন্যযুগ’-ৰ পাতত এটা নতুন বিষয়ৰ আৰম্ভণি— অলৌকিক ঘটনাৰ আঁৰৰ বিজ্ঞান। পাতনিৰ কিছু কথা “Scientific Temper is a way of life – an individual and social process of thinking and acting- which uses…

ইচ্ছাপূৰণ

মূল (বাংলা): ৰবীন্দ্রনাথ ঠাকুৰ অসমীয়ালৈ অনুবাদ: বাসুদেব দাস সুবলচন্দ্রৰ পুতেকৰ নাম সুশীলচন্দ্র। কিন্তু মানুহ সদায় তেওঁৰ নামৰ নিচিনা নহয়। সেইবাবে সুবলচন্দ্র অলপ দুর্বল আছিল আৰু সুশীলচন্দ্রও বৰ শান্ত নাছিল।  ল’ৰাটোৱে গোটেই গাঁৱৰ মানুহবোৰক অশান্তি দি ফুৰিছিল, সেইবাবে দেউতাকে মাজে মাজে শাসন কৰিবলৈ দৌৰিছিল, কিন্তু…

শিশুকবিতা

  নেহাঁহিবি মোক সোঁচৰিব তোক   (Corrected)     মঞ্জিত হাজৰিকা কঁঠাল গছত উঠি মলুৱাই পকা কঁঠাল খাই, গোটেই গাতে লাগিল এঠা এৰুৱাৰ উপায় নাই।। এৰুৱাব নোৱাৰি কঁঠাল এঠা মলুৱা জXপিয়াই ফুৰে, তাকে দেখি কেৰ্কেটুৱাই ধেক‌্ ধেকাই হাঁহে।। খঙত মলুৱাই কেৰ্কেটুৱাক খেদা…

kabita

  ভোক অথবা এই অন্ধকাৰ কালবেলা   ভোক অথবা এই অন্ধকাৰ কালবেলা   । ৰুদ্ৰ সিংহ মটক।   ভোকৰ অন্য নাম দু:স্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰ ভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্রাসে গিলি হাঁহি থকা অন্ধকাৰ কালবেলা  …

সিপাৰে যমুনাৰ

 আকাশ দীপ্ত ঠাকুৰ (৮)         কিছুমান কথা কওঁ বুলিও কাকো ক’ব নোৱাৰি৷ কিছুমান অনুভূতি হৃদয় ফালি উলিয়াই আনিব নোৱাৰি৷ কিছুমান বেদনা নিজৰ মাজতে হেৰুৱাই, লুকুৱাই তাতে নিঃশেষ কৰি পেলাব পাৰি৷ যিবোৰ কথা মুকলি হৈয়ো গোপন, সেইবোৰৰো আমেজ ল’ব পাৰি গোপনেই…আৰু…

সাঁথৰৰ খেলা

অত্ৰেয়ী গোস্বামী আহা আহা মইনাহঁতখেল এটা খেলোঁ, মই সোধাটোকআমি সাঁথৰ বোলোঁ৷হাবিত কাহে ওলাই নাহেকোৱাচান কি?কুঠাৰ বুলি ক’ব পাৰিলেকোচত ল’ম তুলি৷ আৰু এটা সাঁথৰ আছজানানে তোমালোকে?মাক জতুলি-পুতুলিপুতেকক চোকাটেকলা বোলে৷কণমইনাই তপৰাই ক’লেতোমালোকে কোৱা, মোৰকাম নাইকিয়া, উত্তৰটো মইহে ক’মবুলি জলকীয়া৷ বাৰু বাৰু কোৱাচোনমাত আছে, মানুহ…

‘চৰিত্ৰ পাঠ’ৰ পুনৰ্মুদ্ৰণ

শিশুসকলকে মানৱ সমাজৰ ভৱিষ্যৎ বুলি এষাৰ কথা সততে কোৱা হয় যদিও আমি দেখি আহিছোঁ যে সমাজৰ আটাইতকৈ গুৰুত্ব নিদিয়া মানৱ সম্প্ৰদায়টো হৈছে শিশুসকল৷ অভিভাৱকসকলে নিজ নিজ সন্তানৰ শাৰীৰিক সুস্থতা আৰু মানসিক সক্ষমতা বৃদ্ধিৰ প্ৰতি সাধাৰণতেই সজাগ হোৱা আমি দেখি আহিছোঁ৷…

দেউতা

মূল গল্পকাৰ: হুমায়ুন কবিৰ ঢালী  অনুবাদ: মিণ্টুল হাজৰিকা  দুপৰ ৰাতি মাই মোক টোপনিৰ পৰা জগালে— “অপু উঠ, অ’ পুতাই সোনকালে উঠ৷ তোৰ দেউতাৰ আহিছে৷” দেউতাক বহু দিন দেখা নাছিলোঁ, সেয়ে দেউতাৰ কথা শুনাৰ লগে লগে একেজাঁপে বিছনাত উঠি বহিলোঁ৷ চকু…