আত্মকথা
অৰুণ গগৈ গৰখীয়া বাটত লগ পোৱা কৃষকজনে মোক বৰ দৃঢ়ভাৱে ক’লে “ঘড়ী নোহোৱাকৈয়ে বেলি চাই ক’ব পাৰোঁ সময়ৰ হিচাপ ৰ’দে-বৰষুণে সহিব পাৰোঁ জীৱনৰ উত্তাপ” মই তেওঁৰ ফটা বনিয়নৰ ফাঁকত দেখা পালোঁ ৰ’দৰ…
অৰুণ গগৈ গৰখীয়া বাটত লগ পোৱা কৃষকজনে মোক বৰ দৃঢ়ভাৱে ক’লে “ঘড়ী নোহোৱাকৈয়ে বেলি চাই ক’ব পাৰোঁ সময়ৰ হিচাপ ৰ’দে-বৰষুণে সহিব পাৰোঁ জীৱনৰ উত্তাপ” মই তেওঁৰ ফটা বনিয়নৰ ফাঁকত দেখা পালোঁ ৰ’দৰ…
ৰুদ্ৰ সিংহ মটক ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে দৰং মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাতে শ্বেক্সপীয়েৰৰ নাটক আৰু ছনেটৰ লগতে কীটছ্, শ্বেলী, ৱৰ্ডচৱৰ্থ, ব্ৰাউনিঙ, য়েটছ্, এলিয়টৰ যুগমীয়া সৃষ্টিৰাজীৰ সংস্পৰ্শলৈ অহাৰ সৌভাগ্য হৈছিল। নতুনৰ আৱাহনী শুনা যৌৱনোচ্ছ্বল এই সোণালী সময়ছোৱাতে আমি কবিতা নামৰ সৃষ্টিশীল…
অনুবাদ: ড° প্ৰাণজিৎ বৰা ১ তেওঁক ভাল পাবৰ পাছৰে পৰা এনে লাগে নিজে খাবলৈ বুলি যেন চাউলকেইটাত থকা ধান বাচি আছো ৰাতিয়ে-দিনে বাচোতে বাচোতে এখন পথাৰৰ চাউল শেষ হৈ যায় পিছে ক‘ত, শাঁত নপৰে দেখোন অন্তৰখন ২ …
শিল্পীকা ৰাজগুৰু স্মৃতি বুলিব পৰাকৈ সময় ৰৈ নাথাকে যদিও উৰ্মি স্মৃতিৰ মাজতে জীয়াই থাকে। স্মৃতিবোৰ তাই বুকু ভৰাই উশাহত টানি লয়, আৱেগৰ হোঁচাত বুকুৰ বৰফবোৰ পানী হৈ সৰসৰকৈ চকুেৰ বৈ আহে। বৈ আহি আকৌ তাইৰ বুকুখনতে পৰে। উস্ ! বুকু বোলা…
ৰিপুঞ্জয় বৰুৱা ঋমন বাঢ়ি অহা বেমাৰী পেট এটাক লৈ মানুহবোৰ দুখী আৰু আশাবাদী ! আশা পালি থাকোঁতেই হুজুৰে কৰিছে দেশৰ ঠিকাদাৰী পাঁচোটা বছৰে গণতন্ত্ৰৰ ৰক্তপান কৰি বাঢ়ি অহা পেট এটাক মোহাৰি মোহাৰি । কালবেলা হুজুৰ আহে আমাক…
অজন্ত কুমাৰ বৰা তুমি ৰাম বোলাঁ নে হৰি বোলাঁ গড বোলাঁ নে আল্লা বোলাঁ তুমি চাকি জ্বলোৱাঁ নে মম জ্বলোৱাঁ যজ্ঞ কৰাঁ নে হজ কৰাঁ সেয়া তোমাৰ কথা আমি বাধা নিদিওঁ প্ৰতিবাদো নকৰোঁ পিছে তেজ…
স্বপ্না নিহাৰ বহুদিন আগতেই আধালিখাকৈ পেলাই থৈ দিয়া গল্প এটাকে অকণমান আগবঢ়াই থওঁ বুলি বিছনাত পেট পেলাই শুই কলমটো কামুৰি ৰৈ আছিলোঁ। তেনেতে চেঁচা বতাহ এজাক কোঠাটোৰ একমাত্ৰ খিৰিকীখনেৰে সোমাই আহিল। মন-প্ৰাণ জুৰ পেলোৱা বতাহজাকে ৰাধাকৃষ্ণ এপাৰ্টমেণ্টৰ তৃতীয় মহলাত থকা…
অৰুণ গগৈ গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে বকুল সৰা পদূলিটো পোহৰাইছিল গহীন হৈ পৰা সন্ধিয়াটো শিয়ালৰ মাতত জয়াল হৈছিল ভয়াল হৈছিল উদং পথাৰ শিল হোৱা সময়ৰ যাতনাক সাবটি জুপুৰিবোৰত ভোকৰ সাধুকথা এটা চৰি…
অৰ্চনা ঠাকুৰীয়া প্ৰায়ে আমি ভ্ৰমত ডুবোঁ ভ্ৰমতে মৰোঁ কোনোবাই কাৰোবাৰ মাজত প্ৰেৰণা বিচাৰি হাবুদুবু খাই পিছলি পৰে প্ৰেৰণা হয়গৈ কামনা কথা বাঢ়ে, বাঢ়িয়েই থাকে… যি দেখিছোঁ বটলত হনিও নাই, আকাশত মুনটোও নাই , হানিমুন হ’ব ক’ৰ পৰা… খালী বটল, খালী…
মানস প্ৰতিম দত্ত গছপুলি ৰোৱা মানুহ বননি-বন্যপ্ৰাণৰ মাতৰ হেঁপাহ হোৱা মানুহ কথা কোৱা মানুহ ভাষণ দিয়া মানুহ কথা কোৱা মানুহবোৰ কথা ক’বলৈ যায় আৰু বন্যপ্ৰাণৰ জীৱনৰ সুৰ হোৱা মানুহবোৰ! বন্যপ্ৰাণৰ সুগন্ধি মাত হোৱা মানুহবোৰ গুচি যায়…