sdblogs2011

sdblogs2011

সেই জোতা দুপাট

কিশোৰ মনজিৎ বৰা ধোঁৱাৰ মাজতো কিবা এটা নদী নদী ভাব আছিল খিৰিকীৰ আকাশত দুলিছিল চকু দুটি সৰিয়হ ফুলৰ পৰাগধানী তেওঁ জোতা দুপাট মোলৈ এৰি থৈ গৈছিল পাহৰণিৰ সেই জোতা  দুপাটকে লৈ মই গোটেই জীৱন হেমন্তৰ গধূলিবোৰক বসন্তলৈ অনুবাদ কৰি থাকিলোঁ নীৰৱ…

সেউজ বিলাপ

মনজিত বৰা   গছে গছৰ লগত কথা পতা দিনবোৰত পাতে পাতে খিলখিলাই হহাঁ সময় বোৰত আমি দেও দি ফুৰিছিলো আমাৰ শৈশৱত খেলিছিলো জপিয়াইছিলো গছৰ আঁৰত মাৰ ভয়ত   এদিন আমি প্ৰেম কৰাৰ সময়ত যেনে যৌৱনত প্ৰেয়সীক চুমা দিবলৈও লাগিছিল গছৰ…

হৃদয়ালয়

বিশ্বজ্যোতি শৰ্মা অৰূপৰ বাবে মন্দিৰলৈ প্ৰতি সপ্তাহতেই এবাৰ যোৱাটো নিয়ম যদিও আজিৰ ব্ৰহ্মপুৱাৰ এই ক্ষুদ্ৰ মন্দিৰটোৰ পৰিৱেশটো তাৰ বাবে বৰ আচহুৱা। মন্দিৰ এটাৰ ভিতৰত ধূপ-ধূণাৰ ঘ্ৰাণৰ সৈতে এজন পূজাৰীৰ বৈদিক মন্ত্ৰোচ্চাৰণৰ যি প্ৰত্যাহিক পৰম্পৰা সেয়া ইয়াত সি দেখা পোৱা নাই।…

এই চহৰ

ভাস্কৰ জে নাথ আগৰ দৰেই হ’ৰ্ডিংবোৰইলেক্ট্ৰিক খুঁটাবোৰ ইমান শালিকী : মাতি আছে ইলেক্ট্ৰিক তাঁৰত বহি ইমান কাউৰী : কা কা কৰি তেনেকৈয়ে ক’ৰ্ট-কাছাৰী নিয়ম মতেই  নিয়ম মতেই বৰষুণ পৰিছে ৰ’দ পৰিছেবতাহ বলিছেধূলি উৰিছে দূৰত দুটা কুকুৰ দেখিছোঁ  এটাই ভুকিছেআনটোৱে প্ৰস্ৰাৱ…

এখন নৈৰ মৃত্যুত

উদয় শইকীয়া   এখন নৈৰ মৃত্যুত এক জলচৰ প্ৰাণীৰ বেদনা, এখন নৈৰ মৃত্যুত এজাক পৰিভ্ৰমী চৰাইৰ বেদনা। এখন নৈৰ মৃত্যুত প্ৰকৃতিৰ বিধ্বংসী ভয়াৱহতা, এখন নৈৰ মৃত্যুত মানৱ সভ্যতাৰ দ্রুত স্খলন। নৈয়ে জানো জানে! নৈৰ মৃত্যুৰ কথা পলসে কবৰ দিয়া দুটি…

এপোৱা

দ্বীপৰাজ   এয়া ভাগ ভাগ কৰি কৰি কাটি-কুটি ভগাই মেলি হিচাপত এপোৱা আমি চাৰিভাই কিলোৰ চাৰিভাগ বৰজনাৰ কেইবামহল তাৰ পিছে পিছে ককাইদেউৰ চাৰিখন গাড়ী তলৰজনা ডাক্তৰ ৷ আৰু মই  তিনিটা কোণৰ পৰা চাপি অহা কেইটামান শুকান বৃত্ত৷   এসেৰ, দুসেৰ…

ওলমি থকা গোলাপী জামুৰ লগ্ন : এটি দ্ৰুত পঠন

মৃদুল শৰ্মা আধুনিক অসমীয়া কবিতাৰ জগতখনৰ এটা বহলভাৱে পঠিত আৰু চৰ্চিত কবিতা হৈছে নীলমণি ফুকনৰ ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বুলি আৰম্ভ হোৱা (মন কৰিবলগীয়া যে কবি ফুকনে কোনো কবিতাৰে ‘নাম’ দিয়া নাই) কবিতাটো৷ অগতানুগতিক প্ৰতীক, বৈচিত্ৰ্যপূৰ্ণ চিত্ৰকল্প আৰু অতুলনীয়…

কণামেঘ

উদয় কুমাৰ বৰুৱা   অৱশেষত পানীপটাৰ শিলটোৰ অবিৰত প্ৰাৰ্থনাত কণামেঘৰ টোপনি ভাগিল   লগেলগে বাউলি এজাক বতাহৰ পিছে পিছে মুষলধাৰ বৰষুণ কণামেঘে দেখা নাই আগচোতালৰ ন-কৈ ফুলা নেমুজোপা, কিম্বা অজ্ঞাত,নেমুজোপাই লালন কৰা গোপন সপোনটোৰ কথাও   নামহীন অত্ৰানি এটাই হঠাৎ…

কোনোবাই কৈছিল

 ধ্ৰুৱকুমাৰ তালুকদাৰ   কোনোবাই কৈছিল- সঠিক সময়ত বৰষুণ নহ’ল সেইবাবেই অসময়তে ধানবোৰ পকিল পতান ওলাল…   আমি সদায় সঠিক সময়ৰ অপেক্ষাত থাকোঁ লগ্ন চাই ঘৰৰ খুঁটা পোতোঁ তথাপি জুই লাগে বৰষুণ পৰে পকি মজিয়াত পিছলি পৰোঁ বাৰে বাৰে-   কোনোবাই…

গান্ধীজীৰ সৰ্বোদয়ৰ ধাৰণা আৰু বৰ্তমান সময়ত এই ধাৰণাৰ প্ৰাসংগিকতা

কৰৱী বৰ্মন কলিতা  স্বাধীন ভাৰতৰ সকলো জনসাধাৰণৰ সৰ্বাংগীন উন্নতিৰ বাবে গঢ়ি তোলা পৰিকল্পিত সমাজ ব্যৱস্থাটোকেই  ‘সৰ্বোদয়’  বোলা হৈছিল। সৰ্বোদয়  শব্দটোৱে  অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, নৈতিক আৰু আধ্যাত্মিক  বিকাশ আৰু উদ্গতিক সূচায়৷ সৰ্বোদয় ধাৰণাই, শ্ৰেণীবিহীন আৰু জাতিবিহীন সমাজ এখনক প্ৰতিনিধিত্ব কৰে৷ সৰ্বোদয় পৰিকল্পনাটো ৱাৰ্ধাত ১৯৪৯ চনত প্ৰস্তুত কৰা হৈছিল আৰু ১৯৫০…