sdblogs2011

sdblogs2011

শতৰু

নীলাভ সৌৰভ  পূৱা ঘুমটি ভঙা বেলি চৰাইআৰু আবেলি হাঁহিৰ ঘৰ তাৰ মাজত বাঘে খোৱা ৰ’দৰ ক্ৰিকেট পিট্‌ছঘণ্টাই ঘণ্টাই ৰান এসেৰ চাউলৰ দৰ কিমান ৰান আউটৰ ভয় এটা দিনৌপেটৰ অসুখলৈ চৌদাখাৰ আৰু টোপনিলৈ চুলাই আমাৰ ইয়াতো মানুহ মৰে ‘কবি ফুকন’সৌ গাঁৱত মোৰ ঘৰএখনেই নহয় মাথোঁ মোৰ গাঁও…

শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে ‘অন্যযুগ’ৰ কথোপকথন

ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে আকাশ দীপ্ত ঠাকুৰ ভাৰতবৰ্ষৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° শান্তিস্বৰূপ ভাটনাগৰৰ নামেৰে দেশৰ বিজ্ঞানী তথা গৱেষকসকলক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতটা শাখাত কৰা দিকদৰ্শী গৱেষণাৰ বাবে প্ৰতি শাখাতে সৰ্বাধিক দুগৰাকীকৈ বিজ্ঞানীলৈ…

শামুকৰ মালা

অংকুৰ জ্যোতি বুঢ়াগোহাঁই ৰ’দ লৈ শুই আছে মানুহজনতেওঁৰ চোলাটোএটা শিলৰ ওপৰত শুকুৱাইছে! শিলটোৰ কাষতেমূৰ্চ্ছা গৈ পৰি আছে এখন নদী,পাতগাভৰুহঁতেশামুকৰ খোলাবোৰ বুটলি মালা গাঁঠিছে বালিচৰত শামুকৰ মালাবোৰকিনিবলৈ মানুহবোৰৰ হেতা-ওপৰা,অথচ কোনেও এবাৰো চোৱা নাইশুই থকা সেই মানুহজন…।—————————-  কবিৰ ঠিকনা:  তিতাবৰ বেবেজীয়া গাঁও ডাকঘৰ: পুৰণা তিতাবৰ…

শিলবোৰ মৃতকৰ স্মৃতি

ড০ নন্দ সিং বৰকলা   আমি প্রত্যেকেই পথাৰ, প্রত্যেকেই প্রেম প্রত্যেকেই তেজৰঙা যোদ্ধা, শিলৰ আদিম সহোদৰ   পথাৰ শেলুৱৈ জীৱন বাবেই সেউজীয়া প্রেম নান্দনিক ছন্দোবদ্ধ বাবেই মানুহৰ উৎসৱ যুদ্ধ ৰজাৰ ভূষণ বাবেই প্রত্যেকেই প্ৰত্যেকৰ শত্ৰু   আমি প্ৰত্যেকেই বৰষুণৰ পিপাসু…

শিল্পকলা (আলোকচিত্ৰ)

আলোকচিত্ৰশিল্পী: টিকেন্দ্ৰজিৎ দাস জালবন্দী সূৰ্য হেৰা জোনবাই পাখিত বান্ধি পোহৰ যাবৰ পৰত ক’লা-বগা ধোঁৱাৰ চহৰ   পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

শিশু চলচ্চিত্ৰৰ সজ্ঞায়ণ আৰু মার্কিন শিশু চলচ্চিত্ৰ

বিতোপন বৰবৰা শিশু-চলচ্চিত্ৰ বুলিলে আমি কি বুজোঁ? শিশুৰ বিষয়ে নির্মিত ছবি নে একান্তই শিশুৰ বাবে নির্মিত ছবি? এই আলোচনাৰ প্ৰাৰম্ভতেই আমি সেই বিষয়ে স্পষ্ট হৈ লোৱাটো উচিত হ’ব৷ মূলতঃ শিশু-ছবি বুলিলে আমি দুই ধৰণৰ ছবিৰ কথা ভাবিব পাৰোঁ৷ ইয়াৰে এবিধ…

শীতৰ এটা ৰাতি

মামণি দাস কি ক’ব খুজিছিলোঁ নক’লোঁ শুনিবলৈ ব্যাকুল শ্ৰোতা‌ এজন থকা হ’লে হয়তো কিছু অভিমানী হ’লোঁহেঁতেন ইমান ঠাণ্ডাত জুই একুৰাৰ আগত ধোঁৱা ফুৱাই ফুৱাই কোনেও নুশুনিলেও এনেয়ে ক’লোঁ এই ঘন কুঁৱলীখিনি মোৰ অনীহা নিজতকৈ মুগ্ধ শ্ৰোতা কোনো নাই তথাপি পুহৰ…

শূন্য-শিলা

বিকিয়ান বাইলুং  ৰঙা জিঞাৰ নেজত লাগি ধৰা সূতাৰ  পিছত দৌৰি ছাল ছিগা আঁঠুত  নাৰ্জিপাত ঔ বাটে গোবাট, গেলা বাঁহনিৰ তল  পৰুৱাই পোৱা জীওটোত ভয় নাই বাট এৰি অহাৰ ভয়   চিনাকি মুখবোৰ এৰি অহাৰ ভয় মাটিৰ আলিংগন সোঁৱৰণিত পোত যোৱাৰ শূন্যৰ…

শূন্যগৰ্ভ কলহৰ কাব্য

জোনমণি দাস মেঘে মেদুৰ আকাশ। মৈথুনত মুগ্ধ মাছ। জাঁজীৰ জলত তুমি কোন যামিনীৰ জোনাকী!কাষৰিত কলহ লৈ বোবা ওঁঠেৰে শুনাব খুজিছা কাক শূন্যগৰ্ভ কলহৰ কাব্য বিদায়ী বসন্তৰ বিনয়ী বতাহ মোৰ বুকু বিদাৰি বয়, মূৰত মথুৰা-পাগ মাৰি মই থৰ হৈ চাওঁ তোমাৰ…

শেষ নোহোৱা বাটটোৰে

উদয় কুমাৰ বৰুৱা   শেষ নোহোৱা বাটটোৰে অকলশৰে গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ থিয় পাহাৰ এটা হয়   যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ এই যেন উদ্‌যাপিত হ’ব মহাকাব্যৰ শেষ দৃশ্য মোৰ একাকী ভ্ৰমণ আৰু কিমান বাকী ভাবি থাকোঁতেই…