sdblogs2011

sdblogs2011

বিষয় : বুদ্ধ

মিণ্টুল হাজৰিকা ৰাতিৰ বিছনাখনত কথাবোৰ পিটিকি চাওঁবুদ্ধ শ্ৰমিক হোৱা কথাবুদ্ধই কাৰখানা গঢ়াৰ কথা গোটেই দিনটো মোৰ কামিজৰ পকেটত বুদ্ধ শুই থাকে বহি থাকে থিয় হৈ থাকে আৰুবেলি শুবলৈ গ’লে ফুলবাহাৰ, মালতীহঁতৰ বস্তিৰ গলিয়েদি আহি দেৱীৰ কোলাত মূৰ থৈ শোৱে তানপুৰাত নাচি থাকে দেৱীৰ…

বুট-জোতা

 দাদুল ভূঞা সিদিনা ক’লাকোট আৰু এযোৰ দামী বুট-জোতা পিন্ধি ঘূৰি ফুৰিছিল বগা বঙাল থুই… পাৰ হৈছিল এলান্ধুৰ এন্ধাৰে আৱৰা দুশটা বছৰ পৰিৱৰ্তনৰ মাটি-আখৰাৰে অহিংসাৰ জয় মাণিকীয়ে পাহৰা নাছিল তিৰাশীৰ ৰাতি কেঁকোৰা হৈ বুকু চেপি ধৰা অজগৰ হাতদুখন চকুপানী আঁচলত সামৰি…

বুদ্ধই যুদ্ধ কৰিব জানে

অৰ্চনা ঠাকুৰীয়া পানীৰ জ্বৰ হৈছে কঁপি কঁপি উঠে মেলেৰিয়া হেনো দুখত মাছৰ চকুও ঘোলা আনৰ জীৱনক অৰ্থ দি নিজক ব্যৰ্থ কৰা বীৰ মাছ যি আমাৰ মহাজনৰ প্ৰথম অৱতাৰ ‘মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত…’ পানীপেৰা যন্ত্ৰটোৱে পানীৰ জ্বৰ…

বৃক্ষ মানৱ

পাপৰি বৰ্মন মাষ্টৰনীয়ে‍ মাইচানাক ক’লে— ‘‘মানুহজনে ওৰেটো ৰাতি নোশোৱে নহয়। গোটেই ৰাতি ইচাট-বিচাট কৰি সময় কটায়।’’ ‘‘কিয় ? দিনটো স্কুলত ব্যস্ত নাথাকে নেকি আজিকালি? নে বৌ, দাদাকো ফেইচবুক আৰু ৱাটছ্‌এপে পালে?’’ ‘‘নহয় অ’, থাকে। আগেয়ে দিনটো স্কুলত, তাৰ পৰা আহি টিউশ্যন এটা কৰি আজৰি সময়ত বাগিচাতে…

বৃত্তৰ ভিতৰত

দীপালি দেৱী চৌধুৰী   প্ৰয়োজনত আমি যিবোৰক আকোঁৱালি লওঁ আচলতে লওঁ কি বুলি যি আমাৰ সুবিধাৰ্থে নহয়তোবা ঠিক চেমেলিয়নটোৰ দৰে চাই থাকো চকুৰ ভিতৰৰো তীৰ্যক চকুৰে   ঘড়ীৰ সময়ক দোলকেই বুজাই দিয়ে ই চলমান চলি আছে আমাক নিচুকাবলৈ কেতিয়াবা ভেশচনত…

বৃন্দাবন যাত্ৰা

ধ্ৰুৱকুমাৰ তালুকদাৰ (এক)কিন্‌কিনীয়া এজাক বৰষুণত বাটটো তিতি উঠিছিল। আমি ইজনে সিজনৰ হাতত ধৰা-ধৰিকৈ আহি আছিলোঁ বৃন্দাবনলৈ… ৰাতিৰ চৰাইবোৰ গুচি যোৱাৰ পাছত বৃন্দাবনত ৰাতি পুৱাইছিল। আৰু নাওঁ এখনৰ পৰা কিছুমান ৰঙা-নীলা কপোৰ যমুনাৰ বুকুলৈ দলিয়াই দিছিল হেমন্তৰ মেঘবোৰে… ৰঙা কপোৰবোৰ আমি গাত পিন্ধি লৈছিলোঁ আৰু…

বেংক প্ৰবেশ্যনেৰি অফিচাৰ (Bank Probationary Officer)

 ড° বুলজিৎ বুঢ়াগোহাঁই    বেংক প্ৰবেশ্যনেৰি অফিচাৰ পদত নিযুক্তিৰ বাবে Institute of Banking Personnel Selection ()-য়ে সমূহীয়া অন্‌লাইন পৰীক্ষা (common online examination) অনুষ্ঠিত কৰে। অন্‌লাইন পৰীক্ষা দুটা পৰ্যায়ত হয়। এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা (Main Examination) বুলি কোৱা হয়। প্রাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে…

বৰ্ষাবাস (ছনেট)

প্ৰয়াগ শইকীয়া বৰ্ষাৰ সময়ত বুদ্ধৰ বৰ্ষাবাসসুৰক্ষিত থাকক সেউজী সৃষ্টিপদদলিত নকৰোঁ আবাসয’ত পৰিছেহি  জীৱনৰ বৃষ্টি।প্ৰজ্ঞাৰ ৰ’দে গঢ়ে স্থিতিৰ তীৰ্থভ্ৰমণৰ পৰা  ভিক্ষু  বিৰতবৰ্ষাৰ প্ৰজ্ঞাৰে বুদ্ধৰ সতীৰ্থসৃষ্টি শিপাৰ ঋদ্ধিত সৌৰভিত।বৰ্ষাৰণ্যত অনুভূত বুদ্ধবৰ্ষাবাসত জীৱনৰ প্ৰাৰ্থনাগতি আৰু স্থিতিৰ মাজত সিদ্ধজীৱনক কৰে প্ৰেমে বৰ্ণনা।বৰ্ষাৰ কবিতাত জীৱনৰ প্ৰকাশবৰ্ষাবাসত পাওঁ বুদ্ধৰ আকাশ।…

বৰ্হেছৰ ড্ৰিমটাইগাৰ্ছ : সপোনৰ বাঘ, স্মৃতি আৰু পৰিচয়ৰ কথকতা

 অসীম কুমাৰ হাজৰিকা          ‘গ্ৰেট বুকছ অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড’ৰ সম্পাদক মৰ্টিমাৰ জে. এডলাৰে ‘ড্ৰিমটাইগাৰ্ছ’ক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক কীৰ্তি হিচাপে ঘোষণা কৰিছে৷ গ্ৰন্থখনৰ স্ৰষ্টা বৰ্হেছৰ মতে ই তেওঁৰ একান্তই ব্যক্তিগত ৰচনা৷ ড্ৰিমটাইগাৰ্ছ মূলতঃ কবিতা আৰু গদ্যৰ এক অভিনৱ…

ভগা বীণৰ বিনয়ী তাঁৰ

অৰ্চনা ঠাকুৰীয়া   ব’ৰাগীৰ বীণে বিনালে সৰুজুৱে উচুপি উঠে মেঘবোৰে পাহাৰখন সাৱটি  জীৱনৰ ৰচনা পঢ়ে   গোকুলৰ বকুলে কাৰবাবে মালা গুঠে গন্ধৰ্বৰ গণপতি-গপচত পুলকিত হয়নে বাটৰুৱাৰ  গাভিনী- হৃদয়…   কথাবোৰ আচৰিত যদিও চিন্তনীয়!   কবিতা প্ৰসৱিত হোৱাৰ ঠিক পাছতেই হেনো মৰি…