sdblogs2011

sdblogs2011

মাৰ্ক্সীয় সাহিত্যবীক্ষা

ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড° তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢ়োৱা ড° ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ…

বিশাল

প্ৰয়াগ শইকীয়া   তুমি যদি অনুভৱ কৰি আছা বিষ জীৱনে সলোৱা নাই এতিয়াও দিশ তুমি যদি অনুভৱ কৰিছা আনৰ বিষ বিশাল হোৱাৰ মহত্বৰে তুমি পাইছা মানুহৰ আশীষ   বিষৰ পৰা বিষাল বিষালক জিনি বিশাল সীৰলুৰ শইচৰ আগেয়ে ধাৰাল নাঙলৰ ফাল…

বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞা

সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানস চিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ শিল্প প্ৰদৰ্শনী দৰ্শন কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাই লিখিছিল— ‘‘শ্ৰী পৰেশ ভূঞাৰ চিত্ৰ প্ৰদৰ্শনী আজি দেখিলোঁ। টেম্পেৰা৷ মিক্স্‌ড মিডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান…

বিষয় : বুদ্ধ

মিণ্টুল হাজৰিকা ৰাতিৰ বিছনাখনত কথাবোৰ পিটিকি চাওঁবুদ্ধ শ্ৰমিক হোৱা কথাবুদ্ধই কাৰখানা গঢ়াৰ কথা গোটেই দিনটো মোৰ কামিজৰ পকেটত বুদ্ধ শুই থাকে বহি থাকে থিয় হৈ থাকে আৰুবেলি শুবলৈ গ’লে ফুলবাহাৰ, মালতীহঁতৰ বস্তিৰ গলিয়েদি আহি দেৱীৰ কোলাত মূৰ থৈ শোৱে তানপুৰাত নাচি থাকে দেৱীৰ…

বিহাৰ স্কুল অৱ এথেনছ্ !

 পঙ্কজ প্ৰতিম বৰদলৈ     ব্ৰিটিছ উপনিৱেশবাদৰ প্ৰসাৰৰ সমান্তৰালভাৱে ভাৰতবৰ্ষত বিভিন্ন বাণিজ্য আৰু বেহা-বেপাৰৰ কেন্দ্ৰ স্থাপন হৈছিল৷ কলিকতা, মাদ্ৰাজ, ব’ম্বে আদি মূল চহৰকেইখন মুখ্য ব্যৱসায়িক কেন্দ্ৰত পৰিগণিত হৈছিল৷ একেসময়তে আন বহু সৰু চহৰো বিভিন্ন বেহা-বেপাৰৰ কেন্দ্ৰ হৈ পৰিছিল৷ ব্যৱসায়ৰ এই…

বিৰুবালাৰ কথাৰে‍

দিলীপ কৌশিক বেলিতো থাকে নিয়ন লাইটৰ পোহৰতো এন্ধাৰ থাকে  আঙুলিৰ লিহিৰি পাববোৰত ডিঙিত কঁকালতো এন্ধাৰ ওলমি থাকে  পোহৰত পঢ়াশালি থাকে এন্ধাৰত ডাইনী থাকে  কোকৰাঝাৰতে কোকৰাঝাৰ নাথাকে গোসাইগাঁৱতে গোসাইগাঁও নাথাকে তেজতো মগজুতো  বিৰুবালাই কৈছে— বিহঢেঁকীয়াৰ পাতবোৰ সেউজীয়া হৈ থাকিবলৈ দে  ডাইনী খেদাতকৈ তোৰ পোণাটোক পঢ়াশালি‍লৈ‍ খেদ খালী হৈ থকা হস্পিটেলখনলৈ ডাক্তৰ এজন আহক ……

বুট-জোতা

 দাদুল ভূঞা সিদিনা ক’লাকোট আৰু এযোৰ দামী বুট-জোতা পিন্ধি ঘূৰি ফুৰিছিল বগা বঙাল থুই… পাৰ হৈছিল এলান্ধুৰ এন্ধাৰে আৱৰা দুশটা বছৰ পৰিৱৰ্তনৰ মাটি-আখৰাৰে অহিংসাৰ জয় মাণিকীয়ে পাহৰা নাছিল তিৰাশীৰ ৰাতি কেঁকোৰা হৈ বুকু চেপি ধৰা অজগৰ হাতদুখন চকুপানী আঁচলত সামৰি…

বুদ্ধই যুদ্ধ কৰিব জানে

অৰ্চনা ঠাকুৰীয়া পানীৰ জ্বৰ হৈছে কঁপি কঁপি উঠে মেলেৰিয়া হেনো দুখত মাছৰ চকুও ঘোলা আনৰ জীৱনক অৰ্থ দি নিজক ব্যৰ্থ কৰা বীৰ মাছ যি আমাৰ মহাজনৰ প্ৰথম অৱতাৰ ‘মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত…’ পানীপেৰা যন্ত্ৰটোৱে পানীৰ জ্বৰ…

বৃক্ষ মানৱ

পাপৰি বৰ্মন মাষ্টৰনীয়ে‍ মাইচানাক ক’লে— ‘‘মানুহজনে ওৰেটো ৰাতি নোশোৱে নহয়। গোটেই ৰাতি ইচাট-বিচাট কৰি সময় কটায়।’’ ‘‘কিয় ? দিনটো স্কুলত ব্যস্ত নাথাকে নেকি আজিকালি? নে বৌ, দাদাকো ফেইচবুক আৰু ৱাটছ্‌এপে পালে?’’ ‘‘নহয় অ’, থাকে। আগেয়ে দিনটো স্কুলত, তাৰ পৰা আহি টিউশ্যন এটা কৰি আজৰি সময়ত বাগিচাতে…

বৃত্তৰ ভিতৰত

দীপালি দেৱী চৌধুৰী   প্ৰয়োজনত আমি যিবোৰক আকোঁৱালি লওঁ আচলতে লওঁ কি বুলি যি আমাৰ সুবিধাৰ্থে নহয়তোবা ঠিক চেমেলিয়নটোৰ দৰে চাই থাকো চকুৰ ভিতৰৰো তীৰ্যক চকুৰে   ঘড়ীৰ সময়ক দোলকেই বুজাই দিয়ে ই চলমান চলি আছে আমাক নিচুকাবলৈ কেতিয়াবা ভেশচনত…