sdblogs2011

sdblogs2011

জ্যোতিষসন্মত আৰু বিজ্ঞানসন্মত

 অভিজিত শৰ্মা বৰুৱা  কোনো লোকৰ জন্মৰ সময়ত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান কি আছিল, সেই অৱস্থানৰ বাবে জাতকৰ জীৱনত কি কি ঘটিব, জন্মপত্ৰিকা প্ৰস্তুত কৰি সেয়া আগতেই কৈ দিয়াটো নিতান্তই এক চমকপ্ৰদ কাম আৰু এনেবোৰ কাম কৰাৰ বাবেই জ্যোতিষে সাধাৰণ মানুহৰ মাজত জনপ্ৰিয়তা…

টিটিৰ শামুকীয়া গতি

 নৱনীতা ভট্টাচাৰ্য্য বছৰটোৰ বেছিভাগ সময় শীতে আগুৰি থকা ঠাইখনৰ পৰা আহি এই উৎকট গৰমত টিটিৰ কি অৱস্থা হৈছে তোমালোকে হয়তো ধৰিব পাৰিছা৷ তথাপি অন্যান্য বনৰ সকলো জীৱ-জন্তুৰ সহায়ত আজি সি বহুত সুস্থ হৈ উঠিছে৷ বনৰ সকলো প্ৰাণীৰ সহায়তে সি আজি…

টুথব্ৰাছ

ঋষভ নাথ   দেউতা ডাঙৰ হোৱা গাঁওখনত এতিয়াও বহু মুখ দেখা পাওঁ এঙাৰে বগা কৰা ছে‍ঁই ফাটি ওলোৱা দাঁতে আন্ধাৰতো আলোক মাতে   তাতে বেলিয়ে গম নোপোৱাকৈ টোপনি টানি ছিঙে খেতিয়কে আৰু পচতীয়া-ঠানি কঁটালি এটা মূৰেৰে দাঁত শালি থাকে আকৌ…

টেমিচুৰুণী

 প্ৰদীপ শইকীয়া অকহি পুৰুষেও খুলিব নোৱাৰা তলাটো খুলিল দেখাত একোৱেই নাছিল নতুন হাতুৰীয়েও নতমস্তকে স্বীকাৰ কৰিছে ভাঙিব নোৱৰা তলাটো এটা অংক ঘৰ ঘৰোৱাহেও জানিছিল টেমিটোৰ গৰ্ভতে সোমাই আছে এখন অদ্ভুত ব্ৰহ্মাণ্ড আমি যেতিয়া ককবকাই আছিলোঁ অতিমাৰি বানত টেমিৰ বাসিন্দাই ভূ…

ঠিকে আছেনে সকলো!

ফাৰহান জাৱেদ ইয়াত সকলো ঠিকেই আছে খবৰৰ খুন্দাত মৰা নাই মানুহ, চিতাজুইত জাঁপ দিয়া নাই কোনো! অনাত্মীয়ৰ তেজ দেখি নিজৰিছে এসোঁতা চকুলো   চাউল নাই দাইল নাই— জুহালত নাই জুই। অথচ ভোকত এখন ৰুটী দিবলৈ এতিয়াও আছে এটা শীৰ্ণ মানুহ। সিয়েই মানৱতাৰ…

ড° লক্ষ্মীনন্দন বৰা : সশ্ৰদ্ধ স্মৰণ

ড° অৰবিন্দ ৰাজখোৱা ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিলে তেওঁলোকৰ ভিতৰত ড° লক্ষ্মীনন্দন বৰা অন্যতম৷ মৃত্যুৰ সময়লৈকে গল্প আৰু উপন্যাসৰ জগতত সৃষ্টিশীল হৈ থকাই নহয়, তেওঁ ‘গৰীয়সী’-ৰ দৰে ঐতিহ্যপূৰ্ণ সাহিত্য আলোচনীও সম্পাদনা কৰি গ’ল৷…

ডিজিটেল মাৰ্কেটিঙৰ কেৰিয়াৰ কেনেকৈ গঢ়িব পাৰি?

ড০ পুলক সভাপণ্ডিত পণ্য বা সেৱাসমূহক বিজ্ঞাপনসহ বজাৰ গৱেষণাৰ মাধ্যমেৰে বিক্ৰী কৰাৰ প্ৰক্ৰিয়াকেই মাৰ্কেটিং বোলা হয়৷ ডিজিটেল মাৰ্কেটিং হ’ল ইণ্টাৰনেটৰ মাধ্যমেৰে তথ্য-প্ৰযুক্তিৰ সৰ্বোত্তম ব্যৱহাৰ কৰি পণ্য বা সেৱাসমূহক গ্ৰাহকক প্ৰদান কৰা৷ ডিজিটেল মাৰ্কেটিং হ’ল এখন উল্লেখযোগ্য, দ্ৰুত প্ৰসাৰিত, প্ৰত্যাহ্বানমূলক আৰু…

গগন চন্দ্ৰ অধিকাৰীৰ শিশু-সাহিত্য (বিশেষ লেখা)

ড° অসীম চুতীয়া এটি শিশুৱে এখন বিচিত্ৰ জগতত বাস কৰে৷ তাত  কল্পনাৰ পখী এটাই অনৱৰতে ডেউকা মেলি অনন্ত আকাশত উৰি ফুৰে৷ সেয়েহে শিশুৰ মনোজগতক বুজি পোৱাটো প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিৰ বাবে প্ৰত্যাহ্বানমূলক কাম হিচাপে বিবেচিত হৈ আহিছে৷ প্ৰতিজন ব্যক্তিয়েই শিশুকাল এটা উদ্‌যাপন কৰিহে…

গছ

 গীতুমণি তালুকদাৰ   মই প্ৰাতঃকালতে দেখিছিলোঁ বতাহৰ ডাল আৰু পোহৰৰ ফুলেৰে ভৰুণ এজোপা গছ; য’ত প্ৰতিপাহ ফুলেই আপোনপেটীয়া আৰু চকুচৰহাৰ মনৰ পৰা খান্দি উলিয়ায় অন্ধকাৰ, প্ৰতিটো ডালেই নিৰ্মল সুৱাসেৰে ভৰাই তোলে চৌদিশ৷   দুপৰৰ বেলিটো মূৰত লৈ গৰম হয় জুৰ…

চূণ পৰক

দিগন্ত শইকীয়া   তাৰো আগতে আমাৰ একোডাল নেগুৰ আছিল শিলতে জুই   তলে সোঁত ওপৰে সাঁকো দীঘে উপত্যকা   গছে পিন্ধিলে পাত আকাশে ৰ’দ   ভিতৰে তথাপি কুঁৱলী   হায়েনাৰ কে’নাইন। লালকাল নে উজাগৰ জিন! কি এই পিয়াহ!   কিয়…